তথ্য় প্ৰকাশ আৰু বিচাৰ | Lesson 3 | Exercise 3(A) | Class 7 Maths Solution Sankardev School Assam | Class 7 Mathematics Book Question Answer and Solutions |

তথ্য় প্ৰকাশ আৰু বিচাৰ

 পাঠ ৩

অনুশীলনী 3(A)

1. তেজপুৰত সাদিনীয়া গ্ৰন্থমেলা এখন হৈছে। দিন অনুসৰি মেলাত উপস্থিত থকা দৰ্শৰ সংখ্য়া তলৰ তালিকাত দিয়া হৈছে।

দিনপ্ৰথমদ্বিতীয়তৃতীয়চতুৰ্থপঞ্চমষষ্ঠসপ্তম
দৰ্শকৰ সংখ্য়া50175325250125100225

তথ্য়খিনি এটা দণ্ডলেখত প্ৰকাশ কৰা।

2. উলুবাৰী হাইস্কুলৰ নতুনকৈ সজা প্ৰেক্ষাগৃহটো ধুনীয়া ৰঙেৰে সজাব বুলি উচ্চতৰ মাধ্য়মিকৰ ছাত্ৰ-ছাত্ৰীক ৰঙ পছন্দ কৰিবলৈ কোৱা হ’ল। ৰঙকেইটা ক্ৰীম, গোলাপী, বগা, হালধীয়া আৰু সেউজীয়াৰ পৰাহে যিকোনো এটা বা দুটা বাছিব।    ৰঙ অনুসৰি পছন্দ কৰা ল’ৰা-ছোৱালীৰ সংখ্য়াবোৰ এনে一

ৰংক্ৰীমগোলাপীবগাহালধীয়াসেউজীয়া
ছাত্ৰ-ছাত্ৰী2815102512

তথ্য়খিনি এটা দণ্ডলেখত প্ৰকাশ কৰা।

এতিয়া লেখৰ পৰা উত্তৰ দিয়া 一

(i) আটাইতকৈ বেছিভাগৰ পছন্দৰ ৰংটো কি?

উত্তৰঃ ক্ৰীম।

(ii) কেইজনে এই ৰংটো পছন্দ কৰিলে?

উত্তৰঃ 28 জনে।

(iii) অধ্য়ক্ষই কোন দুটা ৰঙৰ অৰ্ডাৰ দিব?

উত্তৰঃ ক্ৰীম আৰু হালধীয়া।

(iv) বেছিভাগেই বেয়া পোৱা ৰংটো কি?

উত্তৰঃ বগা।

(v) দণ্ডচিত্ৰটো অঁকাৰ বাবে কি স্কেল ব্য়ৱহাৰ কৰিছা?

উত্তৰঃ 4 ঘৰ = 5 একক

3. পৃথিৱীৰ পৰা হলৌ বান্দৰ এটাক স্পুটনিকেৰে সৌৰজগতৰ কেইটামান বেলেগ বেলেগ গ্ৰহলৈ পঠোৱা হ’ল। কোনটো গ্ৰহত জাপ মাৰি বান্দৰটোৱে কিমান উচ্চতালৈ উঠিব পাৰে তাৰ তালিকা এখন তলত দিয়া হ’ল।

গ্ৰহচন্দ্ৰপৃথিৱীমঙ্গলবৃহস্পতিশুক্ৰশনি
উচ্চতা (চেমি)830570980250650550

উচ্চতাবোৰ তুলনা কৰিবলৈ লেখ কাকতত তথ্য়বোৰ উপযুক্ত ধৰণে প্ৰকাশ কৰা।

(i) কি স্কেল ব্য়ৱহাৰ কৰিছা?

উত্তৰঃ 4 ঘৰ = 100 একক।

(ii) বিভিন্ন গ্ৰহত মৰা জাপবোৰ তুলনা কৰা।

উত্তৰঃ (iii) 

4. দিচপুৰ সচিবালয়ৰ সন্মুখৰে এদিন সোমবাৰে নিৰ্দিষ্ট সময়ত তলত দিয়া সংখ্য়ক গাড়ী পাৰ হৈ যায়।তথ্য়খিনি দণ্ডলেখত প্ৰকাশ কৰা।

সময়ৰ অন্তৰাল7 – 99 – 1111 – 11 – 33 – 55 – 77 – 9
গাড়ীৰ সংখ্য়া45889583876860

লেখৰ পৰা উত্তৰ দিয়া 一

(a) কোনখিনি সময়ত গাড়ীৰ চলাচল বেছি?

উত্তৰঃ 11 বজাৰ পৰা 1 বজালৈ।

(b) কোনখিনি সময়ত গাড়ীৰ চলাচল কম?

উত্তৰঃ 7 বজাৰ পৰা 9 বজালৈ।

(c) ৰাতিপুৱা 7 – 9 ভিতৰত আৰু গধূলি 7 – 9 ৰ ভিতৰত চলা গাড়ীৰ সংখ্য়াৰ পাৰ্থক্য় কিমান?

উত্তৰঃ 15 ।

(d) ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 1 বজালৈ মুঠ কিমান গাড়ী চলে?

উত্তৰঃ 183 খন।

(e) ৰাতিপুৱা 7 বজাৰ গধূলি 7 বজালৈ এই গোটেই সময়ৰ ভিতৰত মুঠ কিমান গাড়ী চলে?

উত্তৰঃ 466 খন।

5. এটা ভাৰতীয় কোম্পানীয়ে যোৱা 6 বছৰে উৎপাদন কৰি অহা তেলৰ পৰিমাণ তলৰ দণ্ডলেখটোৱে বৰ্ণাইছে।

(a) দণ্ডলেখটোৱে কিহৰ বিষয়ে কৈছে?

উত্তৰঃ দণ্ডলেখটোৱে যোৱা 6 বছৰে এটা কোম্পানীয়ে উৎপাদন কৰা তেলৰ বিষয়ে বৰ্ণাইছে।


(b) কোন বছৰত উৎপাদন আটাইতকৈ বেছি আৰু কিমান?

উত্তৰঃ 2012 বৰ্ষত উৎপাদন আটাইতকৈ বেছি আৰু 40 টন।


(c) কোন বছৰত উৎপাদন আটাইতকৈ কম আৰু কিমান?

উত্তৰঃ 2009 বৰ্ষত উৎপাদন আটাইতকৈ কম আৰু 15 টন।


(d) কোন বছৰত উৎপাদন আগৰ তিনিটা বছৰৰ হাৰতকৈ কম?

উত্তৰঃ 2014 বৰ্ষৰ।


(e) কোন দুটা বছৰত উৎপাদন প্ৰায় একে?

উত্তৰঃ 2012 আৰু 2013 বৰ্ষ।


(f) শেষৰ চাৰিটা বছৰত গড়ে কিমান উৎপাদন কৰে?

উত্তৰঃ 30.75 টন।
– Hiru Moni Bora

Post ID :DABP003767