দলে বলে দহ চোৰ,চুৰ কৰে চোতালত তোৰ।এক চোৰে সিন্ধি দিয়ে,ন চোৰে পহৰা দিয়ে?

উত্তৰঃহাতৰ তলুৱাত চাধামৰা কাৰ্য্য