পৰিমেয় সংখ্য়া (Rational Number) | অনুশীলনী-1 (A) | অধ্য়ায়-1 | Class 8 Maths Sankardev School Question Answer |Class 8 Maths Sankardev School Question Answer And Solutions GU Medium For Assam |

পৰিমেয় সংখ্য়া

  অধ্য়ায়-1

অনুশীলনী-1 (A)

1.    সত্য় নে অসত্য় লিখা 

            (a) স্বাভাৱিক সংখ্য়াৰ থুপটো অখণ্ড সংখ্য়াৰ থুপটোৰ অন্তৰ্গত।

            (b) স্বাভাৱিক সংখ্য়া আৰু পূৰ্ণ সংখ্য়াৰ থুপ দুটা লগ হৈ অখণ্ড সংখ্য়াৰ থুপটো গঠন হৈছে। 

            (c) সকলো অখণ্ড সংখ্য়াই পৰিমেয়। 

            (d) সকলো ঋণাত্মক অখণ্ড সংখ্য়া শূন্য়তকৈ সৰু। 

            (e) দুটা পৰিমেয় সংখ্য়াৰ মাজত অসংখ্য়া পৰিমেয় সংখ্য়া যায়।

২.    যোগ কৰা

3.     হয় নে নহয় কোৱা 

4.    তলৰ তালিকাকেইখন সম্পূৰ্ণ কৰা 

(a) 

সংখ্য়া প্ৰণালীক্ৰমবিনিময় বিধি
 স্বাভাৱিক সংখ্য়াপূৰ্ণ সংখ্য়াঅখণ্ড সংখ্য়াপৰিমেয় সংখ্য়াযোগমানি চলে______বিয়োগ____মানি চলে__পূৰণ__মানি চলে____হৰণ______মানি নচলে

(b)একে ধৰণৰ তালিকা কৰা আৰু তলৰ বিধিকেইটাৰ বাবে            ঘৰবোৰ সম্পূৰ্ণ কৰা (আৰ্হি 4(a) ল’বা)            
    (i) আৱদ্ধ বিধি            (ii) সহযোগ বিধি 

5.    তলৰ কোনবোৰ আদৰ্শ ঠাঁচত (আৰ্হিত) আছে চোৱা।                    নথকাবিলাক আদৰ্শ ঠাঁচলৈ নিয়া। 

6.    তলৰ প্ৰতিটো সংখ্য়াৰে যোগাত্মক বিপৰীত আৰু                        গুণাত্মক বিপৰীত উলিওৱা। 


7.    তলৰ সংখ্য়া দুটাৰ প্ৰতিটো তিনিটাকৈ সমতুল্য় পৰিমেয় সংখ্য়া লিখা।


8.    সত্য় নে অসত্য় কোৱা     (i)     পৰিমেয় সংখ্য়া ‘0’ৰ
                 (a) অনোন্য়ক (বা প্ৰতিক্ৰম) স্থিত নহয় (does not exit)। 
                 (b) ঋণাত্ম বা যোগাত্মক বিপৰীতটো 0। 
(ii)    1 ৰ অনোন্য়ক 1 
(iii)    -1 ৰ অনোন্য়ক -1 
(iv)    যদি  এটা পৰিমেয় সংখ্য়া আৰু (v) যদি  দুটা পৰিমেয় সংখ্য়া তেন্তে  সংখ্য়াটো পৰিমেয় আৰু ই  আৰু ৰ মাজত থাকে। 

Question Type- Bikash Bora