বংশগতি আৰু ক্ৰমবিকাশ | Class 10 General Science Question Paper | Class 10 General Science All Question | 2010 to 2020 All Class 10 Question in General Scince Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন | Class 10 General Science Book Question Bank |

 বংশগতি আৰু ক্ৰমবিকাশ অধ্য়ায়- 9 
A. অতি চমু প্রশ্নাৱলী : মূল্যাংক : 1 1. শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(i) যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰুএকে কাৰ্য্য সম্পন্ন কৰে, সেইবোৰ হ’ল— [HSLC’16]

(a) সমসংস্থ

(b) সমবৃত্তি

(c) নিকটবর্ত্তী

(d) অবশেষাংগ

(ii) মানুহৰ উৎপত্তি হৈছিল— [HSLC ’17]

(a) এচিয়াত

(b) আফ্ৰিকাত

(c) অষ্ট্ৰেলিয়াত

(d) ইউৰোপত

(iii) জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্ৰক্ৰিয়াকে বোলা হয় [HSLC’ 19]

(i) প্ৰজাতিকৰণ
(ii) ক্রমবিকাশ

(iii) বংশানুক্রম

(iv) বিভিন্নতা

(v) যদি জিনীয় গাঁথনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত

(iv) গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো অপত্য জনুত আমি কোন ধৰণৰ গছ পাম ? [HSLC 20]

(i) ওখ (TT) আৰু চাপৰ (tt) দুয়ো ধৰণৰ

(ii) কেৱল ওখ

(iii) কেৱল চাপৰ

(iv) ওপৰৰ কোনো ধৰণৰেই নহয়

2. প্ৰকৃতিত কিয় আমি চাপৰ মটৰমাহৰ গছতকৈ ওখ মটৰমাহৰ গছ বেছিকৈ দেখা পাওঁ ? [HSLC ’16]

3. মেণ্ডেলৰ পৰীক্ষাত ব্যবহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ কোনটো লক্ষণ প্রভাৱী ? [HSLC ’17]

4. প্ৰভাৱী চৰিত্ৰ কাক বোলে ? [HSLC ‘ 19]

5. কোনো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্রমিকভাৱে কিয় প্ৰৱাহিত নহয় ? [HSLC ’20] B. চমু প্ৰশ্নাৱলী : মূল্যাংক : 2/3

1. জীবাশ্ম কি? জীবাশ্মই কেনেকৈ বিবৰ্তনৰ সন্ধানত সহায় কৰে । [HSLC ’16]

2. বিবৰ্তন আৰু শ্ৰেণীবিভাগ— এই দুটা অধ্যয়নৰ বিষয় কিদৰে সম্পর্কিত? ব্যাখ্যা কৰা ৷ [HSLC ’16]
3. কোনো জীৱৰ প্ৰজাতিৰ জনসংখ্যা স্থিৰ ৰখাৰ বাবে প্রজননে কিদৰে সহায় কৰে ? [HSLC’16,19]

4. মানুহৰ লিঙ্গ নির্ধাৰণ কি দৰে হয় ব্যাখ্যা কৰা । [HSLC’17,19]

5. প্ৰজাতিকৰণৰ কাৰণবোৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা । [HSLC ’17]

6. নতুন প্রজাতি এটাৰ উৎপত্তিৰ বাবে কি কি উপাদানে অৰিহণা যোগায়, উল্লেখ কৰা ৷ [HSLC ’18, ’20]

7. প্ৰভাৱী চৰিত্ৰ কি? এটা জুনৰ পৰা তাৰ পৰৱৰ্তী জনুৱে বংশানুক্ৰমে আহৰণ কৰা চৰিত্ৰসমূহ স্বতন্ত্রভাৱে হস্তান্তৰিত হয় বুলি মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ দ্বাৰা কেনেদৰে প্ৰমাণিত কৰিছিল?[HSLC ‘ 18]

8. সমসংস্থ অংগ আৰু সমবৃত্তি অংগৰ সংজ্ঞা দিয়া । চৰাইৰ পাখি আৰু বাদুলীৰ পাখিক সমসংস্থ অগংৰূপে গণ্য কৰিব পাৰিনে? তোমাৰ উত্তৰটো সাব্যস্ত কৰা। [HSLC ’18]

9. প্ৰজনন প্ৰক্ৰিয়াত DNA-ৰ প্ৰতিলিপিকৰণৰ প্রয়োজনীয়তা কি? [HSLC ‘ 19]

10. ক্ৰমবিকাশ আৰু শ্ৰেণী বিভাজনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা ৷ [HSLC ‘ 19]

11. ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ বুলিলে কি বুজা ? স্ব- পৰাগযোগ ঘটা উদ্ভিদ প্রজাতি এটাৰ বাবে ই প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰক হ’ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে ? [HSLC ’20]

C. ৰচনাধৰ্মী প্রশ্নাৱলী : মূল্যাংক : 4/5

1. মানুহৰ লিঙ্গ কেনেকৈ নিৰ্দ্ধাৰিত হয়? প্রয়োজনীয় চিত্ৰৰ সৈতে ব্যাখ্যা কৰা । [HSLC ’15]

2. উদ্ভিদ আৰু প্ৰাণীত কেনেকৈ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায় ? [HSLC ’15]
Type by- Bikul Mandal