বীজগণিতীয় ৰাশি | Lesson 12 | Exercise 12(A) | Class 7 Maths Solution Sankardev School Assam | Class 7 Mathematics Book Chapter 12 Question Answer and Solutions |

বীজগণিতীয় ৰাশি

পাঠ ১২

অনুশীলনী 12 (A)

1. তলৰ প্ৰতিটো বাক্য়াংশৰ পৰা বীজগণিতীয় প্ৰক্ৰিয়া ( +, -, x, ÷) ব্য়ৱহাৰ কৰি সংশ্লিষ্ট ধ্ৰুৱক আৰু চলকৰ সহায়ত বীজগণিীয় ৰাশি গঠন কৰা।

2. তলৰ বীজগণিতীয় ৰাশিবিলাকৰ মাজৰ পৰা একদ, দ্বিপদ, ত্ৰিপদ ইত্য়াদি ৰাশিবিলাক চিহ্নিত কৰা一

3. ওপৰত দিয়া (2)নং প্ৰশ্নৰ প্ৰতিটোৰে পদ আৰু উৎপাদক বাছি উলিওৱা।

4. (a) তলৰ ৰাশিবিলাকত থকা পদবিলাকৰ সাংখ্য়িক সহগ নিৰ্ণয় কৰা।

(b) তলৰ পদবিলাকৰ ক্ষেত্ৰত বন্ধনীত উল্লেখিত চলকৰ সহগ নিৰ্ণয় কৰাঃ

5. তলৰ বীজগণিতীয় ৰাশিবিলাকৰ পদ আৰু সেই পদৰ উৎপাদকবিলাক বৃক্ষচিত্ৰৰ সহায়ত অংকন কৰি দেখুওৱা।


6. তলৰ কোনকেইযোৰ পদ সদৃশ চিনাক্ত কৰা一

– Hiru Moni Bora