ব্য়ক্তি বোধ আৰু আন্তঃব্য়ক্তিক আকৰ্ষণ | Chapter 22 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 22 All Solution.

পাঠ্য় নং ৫৮

২২.১ পাঠৰ থকা প্ৰশ্নসমূহ

   সঁচানে মিছা উল্লেখ কৰা।

 (১) আৰম্ভণিতে শিশুৱে নিজৰ আৰু আনৰ মাজত পাৰ্থক্য় নিৰ্ণয় কৰিব নোৱাৰে। সঁচা/মিছা।

 (২) শিশু ডাঙৰ হোৱাৰ  লগে লগে তেওঁৰ আত্ম ধাৰণা নিৰ্দিষ্ট হৈ উঠে। সঁচা/মিছা।

 (৩) মানুহে পৰিৱেশত বিকাশ লাভ কৰি থকা ব্য়ক্তিক প্ৰয়োজনীয় পৰিস্থিতি আৰু নিৰ্দেশনা প্ৰদান কৰে। সঁচা/মিছা।

 (৪) ধাৰণাসমূহ গঠন কৰাৰ সময়ত আমি বিশ্বাস কৰা উৎসসমূহৰ ওপৰত নিৰ্ভৰ কৰোঁ। সঁচা/মিছা।

 (৫) প্ৰাৰম্ভিক বয়সৰ পৰাই লৰা-ছোৱালীসকল আন মানুহৰ উপলব্ধিৰ প্ৰতি মননশীল। সঁচা /মিছা।

পাঠ্য় নং ৬১

২২.২ পাঠৰ থকা প্ৰশ্নসমূহঃ

  শুদ্ধ বিকল্প পছন্দ কৰাঃ

 (১) আমি যেতিয়া অনুৰূপতা (সাদৃশ্য়) আৰু আন্তঃব্য়ক্তিক আৰ্কষণ (আসক্তি) স্বীকাৰ কৰোঃ

  (ক) আমি সেইসকল মানুহক ভাল পাওঁ যিসকল মনোভাৱ আৰু ধ্য়ান ধাৰণাসমূহৰ পৰা আমাতকৈ পৃথক প্ৰকৃতিৰ।

  (খ) আমি সেইসকল মানুহক ভাল পাওঁ যিসকল মনোভাৱ আৰু ধ্য়ান ধাৰণাসমূহৰ পৰা আমাৰ লগত সদৃশ (অনুৰূপ)।

  (গ) আমি সেইসকল মানুহক ভাল পাওঁ যিসকল আকৰ্ষণীয় (মোহনীয়)।

 (২) আমি দীৰ্ঘ-দিনীয়া সম্বন্ধবোৰ ভাল পাওঁঃ

  (ক) কাৰণ আমি সম্বন্ধবোৰৰ মূল্য় দিওঁ।

  (খ) কাৰণ পৰস্পৰনিৰ্ভৰশীলতা সম্বন্ধৰ এটা সাধাৰণ উপাদান।

  (গ) কাৰণ আমি আমাৰ ভাল পোৱাসকলৰ লগত সংলগ্ন হৈ আছে।

  (ঘ) ওপৰৰ সকলোবোৰ।

পাঠ্য় নং ৬২

সমাপ্তিৰ অনুশীলনীঃ

 (১) আত্ম-বিকাশত আনসকলৰ বোধৰ ভূমিকা আলোচনা কৰা।

 (২) আন্তঃব্য়ক্তিক আকৰ্ষণত বিভিন্ন উপাদানসমূহৰ ভূমিকা ব্য়াখ্য়া কৰা।

 (৩) দীৰ্ঘ-দিনীয়া সম্বন্ধৰ কাৰণে গুৰুত্বপূৰ্ণ হিচাপে তুমি ভৱা উপাদানসমূহ চিনাক্ত কৰা।