বৰ লোকৰ চৰিত্ৰ অধ্যয়ন | Lesson 2 | অধ্যায় ২ | Class 8 Assamese Answer Sankardev School | Sankardev School | Class 8 Assamese Question And Answer Assam Sankerdev School | Class viii Assamese Suggestion Sankerdev School | Class viii Assamese Notes Sankerdev School | অষ্টম শ্ৰেণীৰ অসমীয়া শংকৰদেৱ স্কুল | শংকৰদেৱ | শংকৰদেৱ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ অসমীয়াৰ বৰ লোকৰ চৰিত্ৰ অধ্যয়ন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

বৰ লোকৰ চৰিত্ৰ অধ্যয়ন

Chapter: 2

প্ৰশ্নাৱলীঃ

উদগতি  =    উন্নতি, শ্ৰীবিদ্ধি।

সুগম =    কষ্ট নোহোৱাকৈ গতি কৰিবৰ যোগ্য, সুখেৰে যাব পৰা।

অধোগতি  =    তললৈ বা নৰকলৈ গমন।

বিঘিনি  =    বাধা, আপদ, সংকট।

বিভূতি   =    ঐশ্বৰিক শক্তি, কল্যাণ, বৈভৱ, ঐশ্বৰ্য।

আৰ্জি =    ঘটা, আহৰিত, সেগৃহীত, আৰ্জন কৰা।

ঐশ্বৰ্য    =    ঈশ্বৰৰ গুণ, বিপুল ধন-সম্পত্তি।

দুষ্কৰ  =    কৰিবলৈ টান, দুঃসাধ্য।

উজু   =    সহজ, ঢিলা, অনায়সে কৰিব বা বুজিব পৰা।

অথিৰ   =    চঞ্চল, অস্থিৰ, অনিষশ্চয়।

দৃষ্টান্ত  =    উদাহৰণ, আৰ্হি।

অভিলাষ   =    ইচ্ছা, বাঞ্চা, আশা।

বিদগ্ধ =    পাৰ্গত, বৰ নিপুণ।

অবিদিত   =    অজ্ঞাত, নজনা, অপ্ৰকাশিত।

আৰ্চি   =    দাপোণ, মুখ চোৱা আয়ানা।

বোৱনী  =    তাঁত বোৱা তিৰোতা বা মহিলা।

হালোৱা    =    হাল বোৱা লোক, খেতিয়ক।

১। চমু উত্তৰ দিয়াঃ

(ক) কেনে পুথি পঢ়ি সুগম পথ পােৱা যায়?

উত্তৰঃ বৰলোকৰ চৰিত্ৰ পুথি  পঢ়িলে সুগম পথ পোৱা যায়।

(খ) উদগতি কৰিবলৈ আদিতে মানুহক কি লাগে?

উত্তৰঃ উদগতি কৰিবলৈ আদিতে মানুহক এটা সুগম পথ লাগে।

(গ) লেখকে উদগতিৰ নিমিত্তে কেনে পুৰুষক ধন্য বুলি কৈছে?

উত্তৰঃ লেখকে উদগতিৰ নিমিত্তে নিজৰ বাউসিৰ বলেৰে যি ডাঙৰ হয় সেই পুৰুষকে ধন্য় বুলি কৈছে।

(ঘ) উদগতি পথৰ নতুন যাত্রীক লেখকে কি উপদেশ দিছে?

উত্তৰঃ উদগতিৰ পথৰ নতুন যাত্ৰীয়ে বৰ লোকৰ জীৱন-চৰিত্ৰ পাঠ কৰি তাৰ উপযুক্ত বাট বিচাৰি ল’ব পাৰি। কেইবাজন মানুহৰ চৰিত্ৰ পাঠ কৰিলে কেইবাটাও বাটৰ ভূ-পোৱা যায়, এই বাটবোৰৰ ভিতৰত যিটো সুচল বোধ হয় তাকে যাত্ৰীয়ে লোৱা উচিত।

(ঙ) উদগতি পথৰ চেষ্টাৰ এটা দৃষ্টান্ত দাঙি ধৰা।

উত্তৰঃ উদগতিৰ সুগম পথ বিচাৰি উলিয়াবলৈ বৰ টান।

(চ) কি গুণৰ বলত ডাঙৰ মানুহ হ’ব পাৰি?

উত্তৰঃ বুদ্ধিৰ বলত বা চতুৰালিৰ গুণৰ বলত ডাঙৰ মানুহ হ’ব পাৰি।

(ছ) উতি কৰি ডাঙৰ হ’বলৈ ইচ্ছা কেনেদৰে জন্মে?

উত্তৰঃ নাটকৰ নায়কৰ পুৰুষালি দেখি, পঢ়োঁতাৰ মন উতলা হয়, আৰু তেনেকুৱা পুৰুষালি লাভ কৰিবলৈ ইচ্ছা জন্মে। উদগতি কৰা মানুহৰ চৰিত্ৰ পঢ়িলেও সেইদৰে উদগগতি কৰি ডাঙৰ হবলৈ ইচ্ছা জন্মে।

(জ) বুৰঞ্জীত কি থাকে বুলি লেখকে কৈছে?

উত্তৰঃ বুৰঞ্জীত এটা জাতিৰ কাৰ্যকলাপ আৰু সিহঁতৰ উদগতি-অদোগতিৰ বিৱৰণ মাথোন থাকে।

(ঝ) কিহৰ পৰা মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি?

উত্তৰঃ সৰু সৰি কামৰপৰাহে মানুহৰ স্বভাৱ লক্ষ্য় কৰিব পাৰি।

২। লেখকে উদগতিৰ বাট ভিন ভিন বুলি কিয় কৈছে বুজাই লিখা।

উত্তৰঃ উদগতিৰ সুগম পথ বিচাৰি উলিয়াবলৈ বৰ টান। উদগতিৰ চেষ্টা নকৰা মানুহ পৃথিৱীত নাই, তেওঁ সৰহভাগ মানুহৰ দুৰ্গতি-দুৰৱস্থাহে দেখা যায়। ইয়াৰ কাৰণ এই যে উদগতি কৰিবলৈ সকলোৱে ভাল পথ বিচাৰি উলিয়াব নোৱাৰে।

৩। সংসাৰ যাত্ৰাত উতি কৰিবলৈ বৰ লােকৰ চৰিত্ৰ অধ্যয়ন কিয় প্রয়ােজন? পাঠৰ আধাৰত বহলাই লিখা।

উত্তৰঃ

৪। “একে উচালে কোনেও জগতত উদগতিৰ ওখ টিঙত উঠিব নােৱাৰে”-কথাষাৰ বুজাই লিখা।

উত্তৰঃ যে “কোনেও একে বাৰতে উদগতিৰ পথত চলিব নোৱাৰে। কাৰণ উদগতিৰ পথত বহু বাধা বিঘিনি আহে আৰু উদগতিৰ পথত চলাতো সহজ নহয়”।

৫। উদগতিৰ সুগম পথ কেনে হােৱা উচিত?

উত্তৰঃ 

৬। পাঠৰ আধাৰত বুৰঞ্জী আৰু চৰিত্ৰ পুথিৰ পার্থক্য লিখা।

উত্তৰঃ

৭। উৰ্গতিৰ বাঞ্ছা কেনে হ’ব লাগে?

উত্তৰঃ

৮। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা-

উত্তৰঃ

(ক) এইবােৰ বিঘিনি পাৰ হৈ উদগতিৰ মােহন মন্দিৰত প্ৰৱেশ কৰা বৰ টান কাম।

উত্তৰঃ

(খ) এই নিমিত্তে সকলাে কামত আদিতে এজন শিক্ষকৰ প্রয়ােজন।

উত্তৰঃ

(গ) ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে আৰু ডাঙৰ পদলৈ অভিলাষ জন্মায়।

উত্তৰঃ

৯। পুথি এখন পঢ়িবলৈ নির্বাচন কৰা ক্ষেত্ৰত কি কি কথা লক্ষ্য কৰা উচিত আৰু ভাল পুথি এখনে তােমাক কেনেদৰে সহায় কৰিব পাৰে বুলি তুমি ভাবা?

উত্তৰঃ

১০। খালী ঠাই পূৰ কৰা-

উত্তৰঃ

(ক)  ঐশ্বৰ্য-বিভূতি  উদগতিৰ এটা অংগ মাথোন।

(খ) উদগতিৰ পথত সুকলমে চলিবলৈ সদায় এজন ভাল  শিক্ষকৰ প্ৰয়োজন হয়।

(গ) বৰ লোকৰ চৰিত্ৰ উদগতি চেষ্টাৰ এটা দৃষ্টান্ত।

(ঘ) উদগতি পথৰ প্ৰত্যেক যাত্ৰীয়েই তাৰ মনত এটা ডাঙৰ আৰ্হি  থিৰ কৰি লোৱা উচিত।

(ঙ) চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনী বহলাই বৰ্ণোৱা হয়।

ভাষা বিচাৰঃ

১। বিপৰীত শব্দ লিখা-

উত্তৰঃ

সুগম            =         

উদগতি        =         অধোগতি

চতুৰ            =         মূৰ্খ

সুচল             =

সূক্ষ্ম             =

সন্তুষ্ট            =         অসন্তুষ্ট

নিধনী           =         ধনী

২। সমাৰ্থক শব্দ লিখা-

উত্তৰঃ

    বাঞ্ছা  =       ইচ্ছা

    উজু     =      মুসলমানদেৱ নামাজেৱ পূৰ্ৱে অঙ্গ প্ৰক্ষালণ

    বিদগ্ধ   =     নিপুন

    উন্নতি    =    উচ্চতা

৩। সন্ধি ভাঙা-

উদগতি, অধোগতি, সচ্চৰিত্ৰ, পুৰুষাৰ্থ, দুৰৱস্থা।

উত্তৰঃ

    উদগতি         =         উদ + অগতি

    অধোগতি      =         অধ + ওগতি

    সচ্চৰিত্ৰ        =         সচ + চৰিত্ৰ

    পুৰুষাৰ্থ         =         পুৰ + উষাৰ্থ

    দুৰৱস্থা           =         দুৰ + অৱস্থা

৪। বাক্য সাজা-

ওখ টিং, সুগম, দুষ্কৰ, থকা-খুন্দা, ঐশ্বৰ্য-বিভূতি, ভূ-পোৱা, আদবাট, শোৱন-খাৱন।

উত্তৰঃ 

    ওখ টিং               =     একে উচালে কোনেও জগতত উদগতিৰ ওখ টিঙত উঠিব নোৱাৰে

    সুগম                  =     উদগতি কৰিবলৈ মানুহক আদিতে এটা সুগম পথ লাগে।

    দুষ্কৰ                   =     সকলো কাম আদিতে দুষ্কৰ যেন লাগে।

    থকা-খুন্দা           =     পূৰ্ণ উদগতি বহুত পুৰুষাৰ্থ কৰি, আৰু বহুত থকা-খুন্দা খাইহে লাভ                                          কৰিব পাৰি।

    ঐশ্বৰ্য-বিভূতি      =     ঐশ্বৰ্য-বিভূতি উদগতিৰ এটা অংগ মাথোন।

    ভূ-পোৱা              =     কেইবাজন মানুহৰ চৰিত্ৰ পাঠ কৰিলে কেইবাটাও বাটৰ ভূ-পোৱা                                            যায়।

    আদবাট               =     

    শোৱন-খাৱন       =     যিজন মানুহক তুমি জীৱনৰ আৰ্হি কৰি লোৱা, তেওঁৰ শোৱন-খাৱনৰ ৰীতি-নীতি, আলাপ-অভ্য়ৰ্থনাৰ নিয়ম-প্ৰণালী সকলোবোৰকে জানি ল’ব লাগে।

প্ৰকল্পঃ এজন মহৎ লোকৰ ফটো সংগ্ৰহ কৰি তেওঁৰ জীৱনী লিখা (২০০ শব্দৰ ভিতৰত)।

উত্তৰঃ

Type by: Pallab Jyoti Bora

Last Update by Dipawali Bora (09.05.2022)

Post ID :DABP006155