ভগ্নাংশ আৰু দশমিক | Lesson 2 | Exercise 2(D) | Class 7 Maths Solution Sankardev School Assam | Class 7 Mathematics Book Question Answer and Solutions |

ভগ্নাংশ আৰু দশমিক

পাঠ ২

অনুশীলনী 2(D)

1. উপযুক্ত চিন (>, < বা =) খালী ঠাইত বহুওৱা।

2. উপযুক্ত স্থানত দশমিক স্থাপন কৰা一(i) 62.359 ÷ 100 = 0.62359(ii) 0.7235 x 10 = 7.235(iii) 0.36 ÷ 1000 = 0.00036(iv) 0.02 ÷ 1000 = 0.00002

3. তলৰ ভগ্নাংশবিলাকৰ দশমিক ৰূপ কি হ’ব উলিওৱা一

4. (i) 0.5 চেমিক মিটাৰত প্ৰকাশ ৰা।

উত্তৰঃ

∵ 100 চেমি = 1 মিটাৰ

∴ 0.5 চেমি = 0.5 ÷ 100 = 0.005 মিটাৰ

(ii) 47 মিমি ক চেমি, মিটাৰ আৰু কিমিত প্ৰকাশ কৰা।

উত্তৰঃ ∵ 10 মিমি = 1 চেমি

100 চেমি = 1 মিটাৰ

1000 মি = 1 কিমি

∴ 47 মিমি = 47 মিমি ÷ 10 = 4.7 চেমি

আকৌ, 4.7 চেমি ÷ 100 = 0.047 মিটাৰ

আকৌ, 0.047 মিটাৰ = 0.000047 কিমি

(iii) 50 গ্ৰামক কিগ্ৰাত প্ৰকাশ কৰা।

উত্তৰঃ ∵ 1000 গ্ৰাম = 1 কিগ্ৰা

∴ 50 গ্ৰাম ÷ 1000 = 0.005 কিগ্ৰা

(iv) 64 কিগ্ৰা 80 গ্ৰামক গ্ৰামত প্ৰকাশ কৰা।

উত্তৰঃ∵ 1000 গ্ৰাম = 1 কিগ্ৰা

∴ 64 কিগ্ৰা = 64 কি গ্ৰা x 1000 = 64000 গ্ৰাম

∴ 64 কিগ্ৰা 80 গ্ৰাম = 64000 গ্ৰাম + 80 গ্ৰাম = 64080 গ্ৰাম

5. তলৰ সংখ্য়াবোৰ যোগ কৰা।

(i) 64.059 + 4.358 + 0.008 + 91= 159.425
(ii) 5.005401 + 64.38 +9156.333 + 5.05= 930.768401

6. ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা一

(i) 0.0058 – 0.00058= 0.00522
(ii) 6498.54 – 64.9854= 6433.5546
(iii) 489.543, 1989.782এতিয়া, 1989.782 – 489.543= 1500.239

7. পূৰণ কৰা一

(i) 645.31 x 1.015= 654.98965
(ii) 34.45 x 0.0001= 0.003445
(iii) 11.54 x 31.01= 357.8554
(iv) 0.0042 x 0.023= 0.000966
(v) 1.001 x 1.1= 0.1011
(vi) 982 x 0.453= 444.846

8. হৰণ কৰা一

(i) 4.31 ÷ 1000 = 0.00431
(ii) 129.6 ÷ 40 = 3.24
(iii) 7.7496 ÷ 1.2 = 6.458
(iv) 207.885 ÷ 0.25 = 831.54

9. সত্য় নে অসত্য় পৰীক্ষা কৰা一

– Hiru Moni Bora

Post ID :DABP003683