মৌলিক অধিকাৰ | অধ্যায় ২৩ | Class 8 Social Science Question and Answer Assam | Class 8 Social Science Question and Answer Assamese Medium | Class 8 Social Science Chapter 23 Question and Answer Assamese medium | Class 8 Social Science Chapter 23 Assamese Medium Question and Answer Notes and Suggestion |

মৌলিক অধিকাৰ

Lesson: 23

১। চমু উত্তৰ দিয়া :

ক) মৌলিক অধিকাৰ বুলিলে কি বুজা?

উত্তৰঃ

খ) সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? 

উত্তৰঃ

গ) ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰৰ তালিকাৰপৰা সম্পত্তিৰ অধিকাৰ কোনটো সংশোধনী মতে বাতিল কৰা হয়?

উত্তৰঃ

ঘ) সংবিধানৰ কোনটো অনুচ্ছেদ মতে চৰকাৰী শিক্ষানুষ্ঠানত ধর্মীয় শিক্ষা প্রদানত বাধা আৰোপ কৰিছে?

উত্তৰঃ

ঙ) কোন চনত শিশু শিক্ষা অধিকাৰ আইন প্রণয়ন কৰা হয়? 

উত্তৰঃ

২। খালী ঠাই পূৰ কৰা :

ক) ভাৰতবৰ্ষ এখন ধর্ম  ______ৰাষ্ট্ৰ।

উত্তৰঃ

খ) শিশু শ্রমিক নিষিদ্ধ আইন ______চনত জাৰি কৰা হয়। 

উত্তৰঃ

গ) মৌলিক অধিকাৰে নাগৰিকৰ______ বিকাশত সহায় কৰে।

উত্তৰঃ

ঘ) ন্যায়ালয় হৈছে মৌলিক অধিকাৰৰ______।

উত্তৰঃ

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

ক) মৌলিক অধিকাৰৰপৰা বঞ্চিত হ’লে নাগৰিকে ন্যায়ালয়ৰ কাষ চাপিব পাৰে/নোৱাৰে।

উত্তৰঃ

খ) দেশৰ জৰুৰী অৱস্থা বাহাল থাকিলে নাগৰিকে সকলোবোৰ মৌলিক অধিকাৰ ভোগ কৰিব পাৰে/নোৱাৰে।

উত্তৰঃ

গ) আইনৰ চকুত সকলো সমান হয়/নহয়।

উত্তৰঃ

ঘ) মৌলিক অধিকাৰ সংবিধানৰ এক অবিচ্ছেদ্য অংগ হয়/নহয়।

উত্তৰঃ

ঙ) আমাৰ দেশৰ নাগৰিকে নিজা নিজা ভাষা, সংস্কৃতি আৰু শিক্ষাৰ সুৰক্ষা লাভ কৰিব পাৰে/ নোৱাৰে।

উত্তৰঃ

৪। মৌলিক অধিকাৰসমূহৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ

৫। মৌলিক অধিকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ

৬। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

Type by Ishan Bora

Last Update by Dipawali Bora (11.05.2022)