সকলোতে আছো মই য’তে তুমি চোঁৱা এবাৰ এৰিলে কিন্ত ঘূৰাই নোপোৱা,সকলোতে আছে মোৰ সম অধিকাৰ,ভাবি গুণি চোঁৱা সঁচা মই নিৰাকাৰ,বিপদো সম্পদো মই ভাবি গুণি চোঁৱা মোক নামানিলে কিন্ত বিপদ চপোৱা ?

উত্তৰঃ সময়