স্বাস্থ্য় মনোবিজ্ঞান | Chapter 25 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 25 All Solution.

পাঠ্য় নং ৭৯

২৫.১ পাঠৰ থকা প্ৰশ্নসমূহঃ

 (১) আধুনিক জীৱনত জীৱনৰ গুণগত বৈশিষ্ট্য়ৰ প্ৰতি ভাবুকি সৃষ্টি কৰা মূল প্ৰত্য়াহ্বানবোৰ তালিকাভূক্ত কৰা।

 (২) প্ৰতিটোৰে তিনিটাকৈ উদাহৰণ দিয়াঃ

     (ক) চাপপূৰ্ণ জীৱন ঘটনাসমূহ।

     (খ) দৈনন্দিন বিবাদসমূহ আৰু,

     (গ) কৰ্মৰ লগত জড়িত চাপসমূহ।

পাঠ্য় নং ৮১

২৫.২ পাঠত থকা প্ৰশ্নসমূহঃ

 (ক) বিশ্ৰামে প্ৰায়েই অন্তৰ্ভুক্ত কৰি লয়____________________ নিশ্বাস লোৱা কাৰ্য_____________________

 টানি লোৱা আৰু লাহে লাহে________________ যেতিয়া পেশীসমূহ শিথিল কৰা হয়।

 (খ)____________________ চেতনা বিকাশ প্ৰাপ্ত কৰি তোলা পৰক্ৰিয়াই ওজন নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়ালৈ

 _______________________________________।

 (গ) খাদ্য় সম্পকীয় নিয়ন্ত্ৰণে _________________ পৰিকল্পনা কৰা __________________ পদ্ধতিসমূহ,

 আৰু_________________ অভ্য়াসসমূহৰ অন্তৰ্ভুক্ত কৰি লয়।

পাঠ্য় নং ৮৩

২৫.৩ পাঠত থকা প্ৰশ্নসমূহঃ

      বেমাৰ সৃষ্টি কৰা আৰু বেমাৰৰ প্ৰকৃতি সম্পৰ্কীয় উপাদানৰ তালিকা দুখন মিলোৱাঃ

 (১)সুৰা                                                          (ক)শ্বাসতন্ত্ৰ বেমাৰ।

 (২)ধূমপান কৰা                                             (খ)অভ্য়ন্তৰৰ বেমাৰ।

 (৩) জাঁবৰ-জোথৰৰ খাদ্য়                               (গ) এইচ আই ভি/এইডছ।

 (৪) নিৰাপওাহীন যৌন                                   (ঘ) মেদবহুলতা।

পাঠ্য় নং ৮৫

২৫.৪ পাঠত থকা প্ৰশ্নসমূহঃ

 (১) কৃতকাৰ্য বয়সীয়াকাল প্ৰদৰ্শন কৰা লোকসকলৰ ক্ষেত্ৰত কিবোৰ গুৰুত্বপূৰ্ণ উপাদান পোৱা যায়?

 (২) প্ৰাথমিক নিবাৰণৰ পদক্ষেপসমূহৰ লেখ লোৱা।

 (৩) জীৱনৰ আয়ুৰবেদীক দৃষ্টিভংগীৰ উপাদানসমূহ বৰ্ণনা কৰা।

পাঠ্য় নং ৮৬

সমাপ্তিৰ অনুশীলনীঃ

 (১) স্বাস্থ্য় আৰু মংগলৰ ধাৰণাসমূহ আলোচনা কৰা।

 (২) স্বাস্থ্য়ৰ উন্নতিৰ বাবে বিবেচনা কৰিবলগীয়া উপাদানবোৰ কি কি?

 (৩) স্বাস্থ্য়ৰ প্ৰতি বিশেষ কিছুমান ভাবুকিৰ বিষয়ে উল্লেখ কৰা।

 (৪) স্বাস্থ্য়ৰ উন্নতি ঘটোৱাৰ বাবে কিছু সংবাদৰ পৰামৰ্শ আগবঢ়োৱা।