Class 11 Chemistry Book Chapter 11 Answer | অধ্য়ায়ঃ ১১ | p- গোষ্ঠীৰ মৌলসমূহ | Class 11 Chemistry Chapter 11 Question and Answer Assam | p- গোষ্ঠীৰ মৌলসমূহ পাঠটোৰ প্ৰশ্ন উত্তৰ

অধ্যায়ঃ ১১

pগোষ্ঠীৰ মৌলসমূহ

অনুশীলনী

11.1 তলত দিয়াবোৰৰ জাৰণ অৱস্থাৰ পৰিৱৰ্তন ব্য়াখ্য়া কৰা-

(i) B ৰ পৰা TI (ii) C ৰ পৰা Pb

উত্তৰঃ

11.2 TlCl3 ৰ তুলনাত BCl3 অধিক সুস্থিৰ বুলি কেনেদৰে ব্য়াখ্য়া কৰিবা ?

উত্তৰঃ

11.3 ব’ৰন ট্ৰাইফ্লুৰাইডে কেনেদৰে লিৱিছ এছিডৰ আচৰণ দেখুৱায় ?

উত্তৰঃ

11.4 BCl3 আৰু CCl4 যোগ দুটা বিবেচনা কৰা । ইহঁতে পানীৰ লগত কেনেধৰণে বিক্ৰিয়া কৰে ব্য়াখ্য়া কৰা ।

উত্তৰঃ

11.5 ব ‘ৰিক এছিড এবিধ প্ৰটিক এছিড হয়নে ? ব্য়াখ্য়া কৰা ।

উত্তৰঃ

11.6 ভ ‘ৰিক এছিডক উত্তপ্ত কৰিলে কি ঘটে ব্য়াখ্য়া কৰা ।

উত্তৰঃ

11.7 BF3 আৰু BH4 আকৃতি বৰ্ণনা কৰা। এই যৌগ ধুটাত ব ‘ৰণৰ কি ধৰণৰ সংকৰণ হ ‘ব পাৰে বৰ্ণনা কৰা ।

উত্তৰঃ

11.8 এলুমিনিয়ামৰ উভধৰ্মী ধৰ্মৰ ব্য়াখ্য়া কৰিবলৈ বিক্ৰিয়া লিখা ।

উত্তৰঃ

11.9 ইলেকট্ৰন ঘাটি যৌগ বুলিলে কি বুজা ? BCl3 আৰু SiCl4 উভয়ে ইলেকট্ৰন ঘাটি যৌগ হয় নে ব্য়াখ্য়া কৰা।

উত্তৰঃ

11.10 CO3 -2 আৰু HCO3 উভয়ৰে সংস্পন্দন গঠন লিখা ।

উত্তৰঃ

11.11 (a) CO3-2, (b) হীৰা আৰু (c) গ্ৰেফাইটত কাৰ্বনৰ সংকৰিত অৱস্থা কি লিখা ।

উত্তৰঃ

11.12 গঠনৰ ভিত্তিত হীৰা আৰু গ্ৰেফাইটৰ ধৰ্মৰ পাৰ্থক্য় ভ্য়াখ্য়া কৰা ।

উত্তৰঃ

11.13 তলত দিয়া উক্তিবোৰৰ যুক্তি দেখুৱাই ৰাসায়নিক বিক্ৰিয়া লিখা

• লে ‘ড (Ⅱ) ক্ল ‘ৰাইডে ক্ল ‘ৰিনৰ লগত বিক্ৰিয়া কৰি PbCl4 উৎ পন্ন কৰে ।

উত্তৰঃ

• লে ‘ড (Ⅳ) ক্ল ‘ৰাইড তাপৰ প্ৰভাৱত অত্য়ন্ত দুঃস্থিত ।

উত্তৰঃ

• লে ‘ডে PbI4 গঠন কৰা দেখা নাযায় ।

উত্তৰঃ

11.14 B – F বান্ধনি দৈৰ্ঘ্য় BF3 ত (130pm) আৰু BF4 ত (143 pm) বেলেগ হোৱাৰ কাৰণ দৰ্শোৱা ।

উত্তৰঃ

11.15 B – Cl বান্ধনি দ্বিমেৰু ভ্ৰামক আছে যদিও BCl3 অণুৰ দ্বিমেৰু ভ্ৰামক শূন্য় কিয় ব্য়াখ্য়া কৰা ।

উত্তৰঃ

11.16 অনাৰ্দ্ৰ HFত এলুমিনিয়াম ট্ৰাইফ্লুৰাইড অদ্ৰাব্য়;কিন্তু ছ ‘ডিয়াম ফ্লুৰাইডৰ উপস্থিতত ই দ্ৰাব্য় । গেছীয় BF3 ইয়াৰ মাজেৰে চালিত কৰিলে এলুমিনিয়াম ট্ৰাইফ্লুৰাইড অধঃক্ষিপ্ত হয় । কাৰণ দৰ্শোৱা ।

উত্তৰঃ

11.17 CO বিষাক্ত । ইয়াৰ কাৰণ লিখা ।

উত্তৰঃ

11.18 অতিৰিক্ত কাৰ্বন ডাইঅক্সাইডৰ উপস্থিতিয়ে কেনেদৰে গোলকীয় উত্তাপন ঘটায় লিখা ।

উত্তৰঃ

11.19 ডাইব ‘ৰেন আৰু ব ‘ৰিক এছিডৰ গঠন ব্য়াখ্য়া কৰা ।

উত্তৰঃ

11.20 কি ঘটে যেতিয়া

(a) ব ‘ৰাক্সক তীব্ৰভাবে উত্তাপিত কৰা হয়,

উত্তৰঃ

(b) পানীত ব’ৰিক এছিড যোগ কৰা হয়,

উত্তৰঃ

(c) লঘু ছ’ডিয়াম হাইড্ৰক্সাইড দ্ৰব্য়ৰ লগত এলুমিনিয়ামে বিক্ৰিয়া কৰে,

উত্তৰঃ

(d) এম ‘নিয়াৰ লগত BF3 য়ে বিক্ৰিয়া কৰে ।

উত্তৰঃ

11.21 তলৰ বিক্ৰিয়াবোৰ ব্য়াখ্য়া কৰা —

(a) কপাৰৰ উপস্থিতিত উচ্চ উষ্ণতাত মিথাইল ক্ল ‘ৰাইডৰ লগত ছিলিকন উত্তপ্ত কৰা হয়,

উত্তৰঃ

(b) হাইড্ৰ ‘জেন ফ্লুৰাইডৰ লগত ছিলিকন ডাইঅক্সাইড যোগ কৰা হয়,

উত্তৰঃ

(c) ZnO ৰ উপস্থিতিত CO উত্তপ্ত কৰা হয়,

উত্তৰঃ

(d) জলীয় NaOH দ্ৰব্য়ৰ লগত জলযুক্ত এলুমিনিয়াম যোগ কৰা হয়।

উত্তৰঃ

11.22 কাৰণ দৰ্শোৱা –

(Ⅰ) এলুমিনিয়ামৰ পাত্ৰত গাঢ় HNO3 সংৰক্ষণ কৰিব পাৰি,

উত্তৰঃ

(Ⅱ) নৰ্দমা খুলিবলৈ লঘু NaOH আৰু Al ৰ টুকুৰা ব্য়ৱহাৰ কৰা হয়,

উত্তৰঃ

(Ⅲ) গ্ৰেফাইট পিছলকাৰী হিচাপে ব্য়ৱহাৰ হয়,

উত্তৰঃ

(Ⅳ) ধাতু কাটিবলৈ হাৃীৰা ব্য়ৱহাৰ কৰা হয়,

উত্তৰঃ

(Ⅴ) উৰাজাহাজ প্ৰস্তুত কৰিবলৈ Al ৰ সংকৰ ধাতু ব্য়ৱহাৰ কৰা হয়,

উত্তৰঃ

(Ⅵ)এলুমিনিয়ামৰ পাত্ৰ গোটেই ৰাতি পানীত ডুবাই থ ‘ব নালাগে,

উত্তৰঃ

(Ⅶ) টেলিফোনৰ তাঁৰ প্ৰস্তুত কৰিবলৈ Al ব্যৱহাৰ কৰা হয়।

উত্তৰঃ

11.23 কাৰ্বনৰ পৰা ছিলিকনলৈ আয়নীকৰণ এনথালপি কিয় আশ্চৰ্য্য়জনকভাবে কম দেখা যায় ব্য়াখ্য়া কৰা।

উত্তৰঃ

11.24 এলুমিনিয়ামৰ তুলনাত গেলিয়ামৰ পাৰমাণৱিক ব্য়াসাৰ্ধ কিয় কম কেনেদৰে ব্য়াখ্য়া কৰিবা ?

উত্তৰঃ

11.25 অৱৰূপ কি ? কাৰ্বনৰ অৱৰূপ হীৰা আৰু গ্ৰেফাইটৰ গঠন চিত্ৰ অংকন কৰা । অৱৰূপ দুটাৰ ভৌতিক ধৰ্মৰ ওপৰত ইহঁতৰ গঠনৰ প্ৰভাৱ কেনেকুৱা লিখা ।

উত্তৰঃ

11.26 (a) তলত দিয়া অক্সাইডবোৰক প্ৰশম, এছিডীয়, ক্ষাৰকীয় আৰু উভধৰ্মী হিচাপে শ্ৰেণীবিভাজন কৰা –

CO, B2 O3, SiO2, CO2, Al2 O3, PbO2, Tl2 O3

(b) ইহঁতৰ আচৰণ দেখুৱাবলৈ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা।

11.27 কিছুমান বিক্ৰিয়াত থেলিয়ামৰ লগত এলুমিনিয়ামৰ সাদৃশ্য় আছে । আনহাতে কিছুমান বিক্ৰিয়াৰ ইয়াৰ প্ৰথম বৰ্গৰ ধাতুৰ লগত থেলিয়ামৰ সাদৃশ্য় থকা দেখা যায়। কিছুমান উদাহৰণেৰে এই উক্তিটো সাব্য়স্ত কৰা ।

উত্তৰঃ

11.28 এটা ধাতু X ৰ লগত ছ ‘ডিয়াম হাইড্ৰ ‘ক্সাইড যোগ কৰিলে বগা অধঃক্ষেপৰ (A) সৃষ্টি হয়। এই অধঃক্ষেপত অতিৰিক্ত NaOH যোগ কৰিলে দ্ৰবীভূত হৈ এটা জটিল যৌগ B উৎপন্ন হয়। লঘু HClত যৌগ A দ্ৰবীভূত হৈ যৌগ C উৎপন্ন কৰে । যৌগ A ক তীব্ৰভাবে উত্তপ্ত কৰিলে যৌগ D উৎপন্ন হয়। যৌগ D ক ধাতু নিষ্কাশনত ব্য়ৱহাৰ কৰা হয়। X, A, B, C আৰু D এইবোৰক চিনাক্ত কৰা। এই চিনাক্তকৰণত ব্য়ৱহৃত হোৱা ৰাসায়নিক সমীকৰণ লিখা।

উত্তৰঃ

(a) নিষ্ক্রিয় যুগ্ম প্ৰভাৱ (b) অৱৰূপতা আৰু (c) কেটেছেন বুলিলে এটা লৱণ X এ তলত দিয়া পৰীক্ষাবোৰ দেখুৱায়

কি বুজা ?

উত্তৰঃ

11.30 এটা লৱণ X এ তলত দিয়া পৰীক্ষাবোৰ দেখুৱায়

(i) লিটমাছে ইয়াৰ জলীয় দ্রৱ ক্ষাৰকীয় বুলি প্ৰমাণ কৰে।

উত্তৰঃ

(ii) ইয়াক তীব্রভাবে উত্তপ্ত কৰিলে ই ফুলি উঠি কাঁচসদৃশ এটা দ্রব্য Y উৎপন্ন কৰে। (iii) X ৰ গৰম প্ৰবত গাঢ় H,SO, যোগ কৰিলে বগা ক্রিষ্টেল সদৃশ এবিধ এছিড Z পৃথক হৈ ওপৰৰ প্ৰতিটো বিক্ৰিয়াৰ বাবে ৰাসায়নিক সমীকৰণ লিখা আৰু X, Y, Z চিনাক্ত কৰা।

পৰে।

উত্তৰঃ

11.31

সমতুল সমীকৰণ লিখা –

(i)BF3 + LiH →

উত্তৰঃ

(ii) B, H6 + H, O →

উত্তৰঃ

(iii) NaH + B, H6

উত্তৰঃ

(iv) H3BO, →

উত্তৰঃ

(v) Al + NaOH →

উত্তৰঃ

(vi) B2H6 +NH, →

উত্তৰঃ

11.32 CO আৰু CO, গেছ প্ৰতিবিধৰে এটাকৈ উদ্যোগিক প্ৰস্তুতি আৰু প্ৰয়োগশালৰ এটাকৈ প্ৰস্তুতি লিখা

উত্তৰঃ

11.33

ব’ৰাক্সৰ জলীয় দ্রৱ

(a) প্রশম (b) উভধর্মী

(c) ক্ষাৰকীয়

(d) এছিডীয়

উত্তৰঃ

11.34 বৰিক এছিড এবিধ বহুযোগী যৌগ হোৱাৰ কাৰণ হ ‘ল

(a) ইয়াৰ ধৰ্ম আম্লিক

(b) ইয়াত হাইড্ৰ’জেন বান্ধনি আছে

(c) ই একক্ষাৰীয় এছিড

(d) ই জ্যামিতীয় আকৃতি

উত্তৰঃ

11.35 ডাইব’ৰেনত বৰনৰ সংকৰণৰ প্ৰকাৰ হ’ল

(a) sp

(b) sp2

(c) sp3

(d) dsp²

উত্তৰঃ

11.36 তাপগতি বিজ্ঞানৰ মতে কাৰ্বনৰ আটাইতকৈ সুস্থিৰ ৰূপটো

হ’ল

(a) হীৰা

(b) গ্রেফাইট

(c) ফুলানি

(d) কয়লা

উত্তৰঃ

11.37 বৰ্গ 14ৰ মৌলসমুহে

(a) কেৱল মাত্ৰ +4 জাৰণ অৱস্থা দেখুৱায়,

(b) +2 আৰু +4 জাৰণ অৱস্থা দেখুৱায়,

(c) M2 আৰু M+ আয়ন উৎপন্ন কৰে,

(d) M2+ আৰু M+ আয়ন উৎপন্ন কৰে।

উত্তৰঃ

11.38

ছিলিকনসমূহৰ পণ্য উৎপাদনৰ আদি দ্ৰৱ্য RSiCI, হ’লে উৎপন্ন হোৱা দ্ৰব্যৰ গঠন সংকেত

লিখা

উত্তৰঃ