Class 11 chemistry book chapter 12 Answer | অধ্য়য়ঃ ১২ | জৈৱ ৰসায়ন- কিছুমান মূলনীতি আৰু কৌশল | class 11 chemistry chapter 12 question And Answer Assam | জৈৱ ৰসায়ন- কিছুমান মূলনীতি আৰু কৌশল পাঠটোৰ প্ৰশ্ন উত্তৰ

অধ্যায় ১২

জৈৱ ৰসায়ন- কিছুমান মূলনীতি আৰু কৌশল

অনুশীলনী

12.1 তলৰ যৌগবোৰত থকা প্ৰতিটো কাৰ্বনৰ কি ধৰণৰ সংকৰণ হৈছে লিখা—

CH2 = C = O, CH3 = CH2, (CH3)2 CO, CH2 = CHCN, C6H6

উত্তৰঃ

12.2 তলৰ যৌগবোৰত Ō আৰু π বান্ধনিবোৰক চিহ্নিত কৰা—

C6H6, C6H12, CH2Cl2, CH2 =C =CH2, CH3NO2, HCONHCH3

উত্তৰঃ

12.3 তলৰ যৌগকেইটাৰ বান্ধনি ৰেখা গঠন সংকেত লিখা—

আইছ’প্ৰপাইল এলকহল, 2, 3-ডাইমিথাইল বিউটানেল, হেপ্টন-4-অ’ন

উত্তৰঃ

উত্তৰঃ

12.5 তলৰ কোনটো নাম IUPAC মতে শুদ্ধ ?

a) 2, 2- ডাইমিথাইলপেন্টেন নে 2- ডাইমিথাইলপেন্টেন

b) 2,4,7-টাইমিথাইল নে 2, 5, 7- ট্ৰাইমিথাইলপেন্টেন অক্টেন

c) 2- ক্লৰ’ -4-মিথাইল পেন্টেন নে 4- ক্লৰ’ -2- মিথাইলপেন্টেন

d) বিউট -3- আইন -1- অল নে বিউট -4- অল -1- আইন

উত্তৰঃ

12.6 তলৰ যৌগবোৰেৰে আৰম্ভ হোৱা সমগণীয় শ্ৰেণীসমূহৰ প্ৰতিটোৰে প্ৰথম পাঁচটা যৌগৰ সংকেত লিখা—

a) H-COOH

উত্তৰঃ

b) CH3 COCH3

উত্তৰঃ

c) H-CH=CH2

উত্তৰঃ

12.7 তলত দিয়া যৌগবোৰৰ সংপৃক্ত আৰু বান্ধনি ৰেখাৰ সংকেত লিখি যৌগবোৰত থকা (যদি আছে) কাৰ্যকৰী মূলকেইটা চিনাক্ত কৰা—

(a) 2, 2, 4- ট্ৰাইমিথাইলপেন্টেন

উত্তৰঃ

(b) 2-হাইড্ৰক্সি-1, 2, 3- প্ৰপেনট্ৰাইকাৰ্বক্সিলিক এছিড

উত্তৰঃ

(c) হেক্সেনডাইএল

উত্তৰঃ

12.8 তলৰ যৌগবোৰত থকা কাৰ্যকৰী মূলকবোৰ চিনাক্ত কৰা —

উত্তৰঃ

12.9 তলৰ কোনটো যৌগ বেছি সুস্থিৰ আৰু কিয় ?

O2NCH2CH2O নে CH3CH2O

উত্তৰঃ

12.10 বান্ধনিৰ সৈতে সংলগ্ন এলকাইল মূলকবোৰে ইলেকট্ৰন প্ৰদানকাৰী হিচাপে কাম কৰে কিয় ব্য়াখ্য়া কৰা ।

উত্তৰঃ

12.11 তলৰ যৌগবোৰৰ সংস্পন্দন গঠন আঁকা । ইলেকট্ৰনৰ স্থানান্তৰ বক্ৰ-কাঁড় চিনেৰে দেখুৱাবা ।

(a) C6H6OH (b) C6H5NO2 (c) CH3CH=CHCHO

(d) C6H5-CHO (e) C6H6 – CH2 (f) CH3CH = CHCH2

উত্তৰঃ

12.12 ইলেকট্ৰ ‘ফাইল আৰু নিউক্লিয়ফাইল কি ? উদাহৰণ দিয়া ।

উত্তৰঃ

12.13 তলত দিয়া বিক্ৰিয়াবোৰত গাঢ়কৈ লিখা বিকাৰকেইটাক ইলেকট্ৰ ‘ফাইল বা নিউক্লিয়ফাইল হিচাপে চিনাক্ত কৰা—

(a) CH3COOH + HO → CH3COO + H2O

উত্তৰঃ

(b) CH3COCH3 + ĊN → (CH3)2C(CN)(OH)

উত্তৰঃ

(c) C6H5 + CH3 C+O → C6H5COCH3

12.14 তলৰ বিক্ৰিয়াবোৰ প্ৰতিটোৱে কোনটো শ্ৰেণীৰ অন্তৰ্গত ?

(a) CH3CH2Br + HS → CH3CH2SH + Br

উত্তৰঃ

(b) (CH3)2C = CH2 + HCL → (CH3)2 CLC – CH3

উত্তৰঃ

(d) (CH3)3 C – CH2OH + HBr → (CH3)3 CBrCH2CH2CH3 + H2O

উত্তৰঃ

12.15 তৰল প্ৰতিযোৰত থকা যৌগ দুটাৰ মাজৰ সম্পৰ্ক কি ? ইহঁত গঠন সমযোগী, জ্য়ামিতীয় সমযোগী নে সংস্ফন্দন গঠন ?

12.16 তলৰ বান্ধনি বিভংগনৰ প্ৰক্ৰিয়াবোৰত বক্ৰ কাঁড় চিনেৰে ইলেকট্ৰনৰ স্থানান্তৰণ দেখুৱাই বিক্ৰিয়া মধ্য়ৱতী যৌগকেইটাক মুক্তমূলক, কাৰ্ব ‘কেটায়ন আৰু কাৰ্বেনায়ন হিচাপে চিনাক্ত কৰা ।

12.17 আৱেশী প্ৰভাৱ আৰু ইলেকট্ৰ ‘মাৰিক প্ৰভাৱ ব্য়াখ্য়া কৰা । তলত দেখুওৱা কাব ‘ক্সিলিক এছিড কেইটাৰ এছিড ধৰ্মৰ ক্ৰমটো কোনবিধ ইলেকট্ৰন স্থানান্তৰণ প্ৰভাৱৰ দ্বাৰা ব্য়াখ্য়া কৰিব পাৰি ।

(a) CL3CCOOH > CL2CHCOOH > CLCH2COOH

(b) CH3CH2COOH > (CH3)2CHCOOH > (CH3)3C.COOH

উত্তৰঃ

12.18 তলত উল্লেখ কৰা কৌশলবোৰৰ মূলতত্ত্ব এটাকৈ উদাহৰণৰ সৈতে বৰ্ণনা কৰা—

(a) স্ফটিকীকৰণ

উত্তৰঃ

(b) পাতন

উত্তৰঃ

(c) বৰ্ণলেখন

উত্তৰঃ

12.19 কোনো এটা দ্ৰাৱকত (S) দুটা জৈৱ যৌগৰ দ্ৰৱণীয়তাৰ পাৰ্থক্য় আছে । এই দুটাক পৃথক কৰিবলৈ কোনটো পদ্ধতি উপযুক্ত হ ‘ব বৰ্ণনা কৰা ।

উত্তৰঃ

12.20 পাতন, অনুপ্ৰেষ পাতন আৰু ভাপপাতনৰ মাজত পাৰ্থক্য়টো কি ?

উত্তৰঃ

12.21 লাজাইন অভীক্ষণৰ ৰাসায়নিক তত্ত্ব বৰ্ণনা কৰা ।

উত্তৰঃ

12.22 নাইট্ৰ ‘জেনৰ পৰিমাণ নিৰ্ণয়ৰ বাবে ডুমা আৰু জেলডালৰ পদ্ধতি দুটাৰ পাৰ্থক্য় দৰ্শোৱা ।

উত্তৰঃ

12.23 জৈৱ যৌগত থকা হেল ‘জেন , ছালফাৰ আৰু ফছফৰাছৰ পৰিমাণ নিৰ্ধাৰণ পদ্ধতিৰ মূলনীতি বৰ্ণনা কৰা ।

উত্তৰঃ

12.24 পত্ৰপৃষ্ঠ বৰ্ণলেখনৰ মূলনীতিটো বৰ্ণনা কৰা ।

উত্তৰঃ

12.25 হেল ‘জেনৰ অভীক্ষণত লাজাইন দ্ৰৱত ছিলভাৰ নাইট্ৰেট যোগ কৰা আগতে নাইট্ৰিক এছিড কিয় দিযা হয় ?

উত্তৰঃ

12.26 জৈৱ যৌগত নাইট্ৰ ‘জেন, ছালফাৰ আৰু হেল ‘জেনৰ উপস্থিতি পৰীক্ষা কৰোঁতে যৌগটোক ছ ‘ডিয়াম ধাতুৰ সৈতে কিয় গলোৱা হয় ব্য়াখ্য়া কৰা ।

উত্তৰঃ

12.27 কেলছিয়াম ছালফেট আৰু কৰ্পূৰৰ মিশ্ৰ এটাক পৃথক কৰিবলৈ উপয়ুক্ত পদ্ধতি এটা উল্লেখ কৰা ।

উত্তৰঃ

12.28 ভাপ পাতনত জৈৱ তৰল এটাই উতলাংকৰ কম উষ্ণতাত কেনেকৈ উতলে ব্য়াখ্য়া কৰা ।

উত্তৰঃ

12.29 CCL4 ক ছিলভাৰ নাইট্ৰেটৰ সৈতে গৰম কৰিলে AgCL ৰ অধঃক্ষেপ পৰিবনে ? কাৰণ দেখুওৱা ।

উত্তৰঃ

12.30 জৈৱ যৌগত থকা কাৰ্বনৰ পৰিমাণ নিৰ্ণয় কৰা পৰীক্ষাত CO2 শোষণ কৰিবলৈ পটাছিয়াম হাইড্ৰ ‘ক্সাইডৰ দ্ৰৱ্য় কিয় ব্য়ৱহাৰ কৰা হয় ?

উত্তৰঃ

12.31 লে ‘ড এছিটেটৰ দ্বাৰা ছালফাৰৰ অভীক্ষণত লাজাইন দ্ৰৱটোক এছেটিক এছিডেৰে এছিডীয় কৰা হয়; ছালফিউৰিক এছিডেৰে নহয় । কাৰণ ব্য়াখ্য়া কৰা ।

উত্তৰ

12.32 এটা জৈৱ যৌগত 69% কাৰ্বন, 4.8% হাইড্ৰ ‘জেল আৰু বাকীখিনি অক্সিজেন আছে । জৈৱ যৌগটোৰ 0.20 g সম্পূৰ্ণ দহন কৰিলে কিমান CO2 আৰু H2O উৎপন্ন হ ‘ব গণনা কৰা ।

উত্তৰঃ

12.33 জেলডালৰ প্ৰক্ৰিয়াত 0.50 gজৈৱ যৌগ ব্য়ৱহাৰ কৰা হৈছে । উৎপন্ন হোৱা এম ‘নিয়া গেছটোক 0.5 M গাঢ়তাৰ 50 mL H2SO4 দ্ৰৱত শোষণ কৰোৱা হ ‘ল । অৱশিষ্ট এছিডখিনি প্ৰশমন কৰিবলৈ 0.5 M গাঢ়তাৰ 60.mL NaOH দ্ৰৱৰ প্ৰয়োজন হ ‘ল । যৌগটোত নাইট্ৰ ‘জেনৰ শতকৰা পৰিমাণ নিৰ্ণয় কৰা ।

উত্তৰঃ

12.34 কেৰিয়াছৰ পদ্ধতিত ক্ল ‘ৰিনযুক্ত জৈৱ যৌগ এটাৰ 0.3780 g ৰপৰা 0.5740 g ছিলভাৰ ক্ল ‘ৰাইড উৎপন্ন হ ‘ল । যৌগটোত ক্ল ‘ৰিনৰ শতকৰা পৰিমাণ নিৰ্ণয় কৰা ।

উত্তৰঃ

12.35 ছালফাৰৰ পৰিমাণ নিৰ্ণয়কৰণত 0.468 g জৈৱ যৌগ এটাৰ পৰা 0.668 g বেৰিয়াম ছালফেট পোৱা গ ‘ল । যৌগটোত ছালফাৰৰ শতকৰা পৰিমাণ কিমান ?

উত্তৰঃ

12.36 CH2 = CH – CH2 – C ≡ CH যৌগটোত C2 আৰু C3 ৰ মাজত থকা বান্ধনিটো (C2 – C3) কি ধৰণৰ সংকৰিত অৰবিটেলৰদ্বাৰা গঠিত হৈছে ?

(a) sp – sp2 (b) sp -sp3 (c) sp2 – sp3 (d) sp3 – sp3

উত্তৰঃ

12.37 লাজাইনৰ অভীক্ষণত তলত দিয়া কোনটো যৌগই দ্ৰৱটোৰ বৰণ নীলা কৰে ?

(a) Na4[Fe(CN)6] (b) Fe4[Fe(CN)6]3 (c) Fe2[Fe(CN)6] (d) Fe3[Fe(CN)6]4

উত্তৰঃ

12.38 তলৰ কোনটো কাৰ্বকেটায়ন সৰ্বাধিক সুস্থিৰ ?

(a) (CH3)3C.C+H2 (b) (CH3)3C+ (c) CH3C+H2 (d) CH3C+HCH2CH3

উত্তৰঃ

12.39 জৈৱ যৌগৰ আহৰণ, শোধন আৰু পৃথকীকৰণৰ কাৰণে সবাতোকৈ আধুনিক কৌশলটো হৈছে—

(a) স্ফটিকীকৰণ (b) পাতন (c) উৰ্দ্ধপাতন (d) বৰ্ণলেখন

উত্তৰঃ

12.40 CH3CH2I + KOH (aq) → CH3CH2OH + KI

ওপৰৰ বিক্ৰিয়াটো হ ‘ল—

(a) ইলেকট্ৰফিলীয় প্ৰতিস্থাপন

(b) নিউক্লিঅ ‘ফিলীয় প্ৰতিস্থাপন

(c) অপনয়ন বিক্ৰিয়া

(d) যোগাত্মক বিক্ৰিয়া ।

উত্তৰঃ