Class 11 Chemistry Book Chapter 13 Answer | অধ্য়ায়ঃ ১৩ | হাইড্ৰ ‘কাৰ্বন | Class 11 Chemistry Chapter 13 Question and Answer Assam | হাইড্ৰ ‘কাৰ্বন পাঠটোৰ প্ৰশ্ন উত্তৰ

হাইড্ৰ ‘কাৰ্বন

অনুশীলনী

13.1 মিথেন যৌগৰ ক্ল ‘ৰিনেছন বিক্ৰিয়াত ইথেন উৎপন্ন হোৱাৰ এটা ব্য়াখ্য়া দিয়া ।

উত্তৰঃ

13.2 তলত দিয়া গঠন সংকেতবিলাকৰ IUPAC নাম লিখা-

13.3 তলত দিয়া আণৱিক সংকেতৰ দ্বিবান্ধনিৰ বা ত্ৰিবান্ধনি যুক্ত ( বান্ধনিত দেখুওৱাৰ দৰে ) সকলোবিলাক সমযোগী যৌগৰ গঠন সংকেত আৰু IUPAC নাম লিখা-

(a) C4 H8 (এটা দ্বিবান্ধনিযুক্ত) (b) C6H8 (এটা ত্ৰিবান্ধনিযুক্ত)

উত্তৰঃ

13.4 তলত দিয়া যৌগবোৰৰ অ ‘জন ‘লিছিছ বা অ ‘জন অপঘটন বিক্তিয়াত উৎপন্ন হোৱা যৌগবোৰৰ IUPAC নাম লিখা-

(i) পেন্ট – 2 ইন

উত্তৰঃ

(ii) 3,4 – ডাইমিথাইলহেপ্ট – 3 -ইন

উত্তৰঃ

(iii) 2 – ইথাইলবিউট – 1 ইন

উত্তৰঃ

(iv) 1 – ফিনাইলবিউট – 1 – ইন

উত্তৰঃ

13.5 এটা এলকিন যৌগ A ৰ অ ‘জন অপঘটনত ইথানেল আৰু পেন্টেন -3- অ ‘ন যৌগৰ মিশ্ৰ উৎপন্ন হয়। A ৰ যৌগটোৰ গঠন সংকেেত আৰু IUPAC নাম লিখা।

উত্তৰঃ

13.6 এটা এলকিন যৌগ Aত তিনিটা C-C আৰু আঠোটা C – H Ó– বান্ধনি আৰু এটা 𝝿 বান্ধনি আছে। A যৌগৰ অ ‘জন অপঘটনত এটা 44u আণৱিক ভৰৰ দুই ম ‘ল এলচিহাইচ উৎপন্ন হয়। A যৌগৰ IUPAC নাম লিখা।

উত্তৰঃ

13.7 এটা এলকিন যৌগৰ অ ‘জন অপঘটনত প্ৰ’ পানেল আৰু পেন্টেন -3- অ ‘ন যৌগ উৎপন্ন হয়। এলকিন যৌগটোৰ গঠন সংকেত আৰু IUPAC নাম লিখা।

উত্তৰঃ

13.8 তলত দিয়া হাইড্ৰ ‘কাৰ্বনবোৰৰ দহন বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণবিলাক লিখা-

(i) বিউটেন

উত্তৰঃ

(ii) পেন্টিন

উত্তৰঃ

(iii) হেক্সাইন

উত্তৰঃ

(iv) টলুইন

উত্তৰঃ

13.9 হেক্স -2 – ইন যৌগৰ ছিছ আৰু ট্ৰেন্স জ্য়ামিতীয়সমযোগী দুটাৰ গঠন সংকেত লিখা। ইয়াৰ ছিছ সমযোগীৰ উতলাংক বেছি কিয় ?

উত্তৰঃ

উত্তৰঃ

13.12 তলত দিয়া যৌগবোৰ কিয় এৰ ‘মেটিক গুণসম্পন্ন নহয় কাৰণ দৰ্শোৱা—

উত্তৰঃ

13.13 বেনজিনৰ পৰা তলত দিয়া যৌগবোৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি ?

(i) p-নাইট্ৰ ‘ব্ৰম ‘বেনজিন

উত্তৰঃ

(ii) m-নাইট্ৰ ‘ক্লৰ ‘বেনজিন

উত্তৰঃ

(iii) p-নাইট্ৰ ‘টলুইন

উত্তৰঃ

(iv) এছিট ‘ফেন ‘ন

উত্তৰঃ

13.14 এলকেন যৌগটো CH3 – CH2 – C (CH3)2 – CH2 – CH (CH3)2 1°- , 2° – আৰু 3°- C – পৰমাণুবোৰ চিহ্নিত কৰা আৰু এনেকুৱা C – পৰমাণুৰ লগত যুক্ত মুঠ H – পৰমাণুৰ সংখ্য়া নিৰ্ণয় কৰা।

উত্তৰঃ

13.15 এলকেন যৌগৰ শাখাশৃংখল গঠনে যৌগটোৰ উতলাংকৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলায় লিখা।

উত্তৰঃ

13.16 প্ৰ ‘পিনৰ লগত HBr ৰ যোজন বিক্ৰিয়াত 2-ব্ৰম’প্ৰ ‘পেন উৎপন্ন হয়। কিন্তু বেনজইল পেৰক্সাইডৰ উপস্থিতিত একেই বিক্ৰিয়াত 1- ব্ৰম ‘প্ৰ ‘পেন পোৱা যায়। কাৰণ দৰ্শোৱা আৰু দুয়োটা বিক্ৰিয়াৰ ক্ৰিয়াবিধি বৰ্ণনা কৰা।

উত্তৰঃ

13.17 1,2- ডাইমিথাইল বেনজিন বা º – জাইলিনৰ অ ‘জন- অপঘটন বিক্ৰিয়াত কি কি যৌগ উৎপন্ন হয় ? এই বিক্ৰিয়ালব্ধ তথ্য়ই কেকুলি প্ৰস্তাৱ কৰা বেজিনৰ গঠন সংকেত কিভাৱে সমৰ্থন কৰে ?

উত্তৰঃ

13.18 কাৰণ দেখুৱাই বেনজিন, n – হেক্সেন আৰু ইথাইনক ইহঁতৰ আপেক্ষিক এছিড ধৰ্মৰ নিম্মক্ৰমত সজাই লিখা।

উত্তৰঃ

13.19 বেনজিনে সহজেই ইলেকট্ৰনপ্ৰেমী প্ৰতিস্থাপন বিক্ৰিয়াত ভাগ লয়; কিন্তু নিউক্লিয়াছপ্ৰেমীৰ লগত সহজে বিক্ৰিয়া নকৰে। কাৰণ দৰ্শোৱা।

উত্তৰঃ

13.20 তলত দিয়া যৌগসমূহক বেনজিনলৈ কেনেকৈ ৰূপান্তৰিত কৰিবা ?

(i) ইথাইন

উত্তৰঃ

(ii) ইথিন

উত্তৰঃ

(iii) হেক্সেন

উত্তৰঃ

13.21 যিবোৰ এলকিনৰ হাইড্ৰ ‘জেন যোজনৰ ফলত 2-মিথাইলবিউটেন উৎপন্ন হয় এই আটাইবোৰ এলকিনৰ নাম আৰু গঠন সংকেত লিখা।

উত্তৰঃ

13.22 ইলেকট্ৰনপ্ৰেমী বিকাৰকৰ (E+) লগত বিক্ৰিয়া হাৰৰ নিম্নক্ৰমত তলত দিয়া যৌগবিলাকক সজাই লিখা-

(a) ক্লৰ ‘বেনজিন, 2,4 – ডাইনাইট্ৰ ‘ক্লৰ ‘বেনজিন, p-নাইট্ৰ ‘ক্লৰ ‘বেনজিন।

উত্তৰঃ

(b) টলুইন; p-H3C – C6H4 – NO2; p-O2N – C6H6 – NO2

উত্তৰঃ

13.23 বেনজিন, m -ডাইনাইট্ৰ ‘বেনজিন আৰু টলুইন যৌগসমূহৰ ভিতৰত কোনটোৱে সবাতোকৈ সহজতে নাইট্ৰেছন বিক্ৰিয়াত ভাগ লয় কিয় ?

উত্তৰঃ

13.24 বেনজিনৰ ইথাইলযুক্তকৰণ বা ইথাইললেশ্বন বিক্ৰিয়াত অনাৰ্দ্ৰ এলুমিনিয়াম ক্ল ‘ৰাইডৰ সলনি ব্য়ৱহাৰ কৰিব পৰা বেলেগ এটা লিৱিছ এছিডৰ নীম লিখা।

উত্তৰঃ

13.25 ঊৰ্জৰ বিক্ৰিয়াটো বিযোৰ কাৰ্বন পৰমাণুৰ এলকিন যৌগৰ প্ৰস্তুতিত ব্,ৱহাৰ কৰা নহয় কিয়? উদাহৰণসহ ব্য়াখ্য়া কৰা।

উত্তৰঃ