Class 12 Anthropology MCQs Answer Chapter 5 | নৃগোষ্ঠী বৰ্ণনাতত্ত্ব

১. উত্তৰ-পূৱ ভাৰতক কেই ভনী ৰাজ্য বুলি কোৱা হয় ?

(ক) সাতভনী

(খ) আঠভনী

(গ) বাৰভনী

উত্তৰঃ (ক) সাতভনী

২. অসমত বাস কৰা তলৰ কোনটো জনজাতি ?

(ক) খাছি

(খ) মিজো

(গ) কাৰ্বি

উত্তৰঃ (গ) কাৰ্বি

৩. ত্ৰিপুৰাত বাস কৰা তলৰ কোনটো জনজাতি ?

(ক) লেপচা

(খ) ৰিংয়া

(গ) কছাৰী

উত্তৰঃ (খ) ৰিংয়া

৪. মেঘালয় ৰাজ্যৰ কোন পশ্চিম  অঞ্চলত কোন জাতি বাসভূমি ?

(ক) মেইটে

(খ) অঁকা

(গ) গাৰো

উত্তৰঃ (গ) গাৰো

৫. আচিক মানে কি ?

(ক) পাহাৰ

(খ) মানুহ

(গ) সাজপাৰ

উত্তৰঃ (ক) পাহাৰ

৬. মান্দে মানে কি ?

(ক) মানুহ

(খ) অলংকাৰ

(গ) পাহাৰ

উত্তৰঃ (ক) মানুহ

৭. আচিক আৰু মান্দে দুয়োটাৰে অৰ্থ কি ?

(ক) বাবুচী

(খ) গানা ৰেখিং

(গ) পাহাৰৰ মানুহ

উত্তৰঃ (গ) পাহাৰৰ মানুহ

৮. গাৰোসকলে ক’ত বাস কৰে  ?

(ক) চাং ঘৰ

(খ) পকা ঘৰ

(গ) খেৰ ঘৰ

উত্তৰঃ (ক) চাং ঘৰ

৯. চাঙৰ পৰা মূধৰ দূৰত্ব কিমান মিটাৰ ?

(ক) ২.৭০

(খ) ৪.৮৭

(গ) ১.৫৬

উত্তৰঃ (ক) ২.৭০

১০. চাং দুখনৰ মাজৰ ঠাইখিনিক কি বোলে ?

(ক) দোংৰামা

(খ) নোখ্ৰা

(গ) খালদিক

উত্তৰঃ (খ) নোখ্ৰা

১১. গাৰো সকলৰ প্ৰধান কোঠৰিটোক কি বুলি কোৱা হয় ?

(ক) বাবুচী

(খ) দুন

(গ) দোংৰামা

উত্তৰঃ (গ) দোংৰামা

১২. খ্ৰিষ্ট ধৰ্মত দীক্ষিত গাৰোসকলৰ পাকঘৰক কি নামেৰে জনা যায় ?

(ক) আলেং

(খ) বাবুচী

(গ) নোখ্ৰা

উত্তৰঃ (খ) বাবুচী

১৩. পুৰণিকলীয়া গাৰো সকলে কি পৰিধান কৰিছিল ?

(ক) কৌপিন

(খ) ধূতি

(গ) লংপেন চাৰ্ট

উত্তৰঃ (ক) কৌপিন

১৪. কোৰক গাৰো ভাষাত কি বোলা হয় ?

(ক) ওফাতা

(খ) আঠে মোংৰেং

(গ) গিৎচি

উত্তৰঃ (গ) গিৎচি

১৫. আদহীয়া বুলিয়াংসকলক কি বোলে ?

(ক) আখা বুলিয়াং

(খ) য়াপা বুলিয়াং

(গ) আজাং বুলিয়াং

উত্তৰঃ (ক) আখা বুলিয়াং

১৬. কেলে উপত্যকাৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা কিমান ফুট ?

(ক) ৮০০০

(খ) ৫০০০

(গ) ৪০০০

উত্তৰঃ (খ) ৫০০০

১৭. আও ভাষাত মোৰাং ঘৰক কি বোলে ?

(ক) কিদং

(খ) টিয়াৰ

(গ) আৰিচু

উত্তৰঃ(গ) আৰিচু

১৮. চোংলি ঠালত কেইটা গোত্ৰ আছে ?

(ক) ৫৬

(খ) ৬৭

(গ) ৩৮

উত্তৰঃ (গ) ৩৮

১৯. জুহালক মিচিং সকলে কি বোলে ?

(ক) মেৰাম

(খ) কোৱাং

(গ) টুংগেং

উত্তৰঃ (ক) মেৰাম

২০. মিচিং সকলৰ চাং ঘৰটো মাটিৰ পৰা কিমান মিটাৰ ওখ ?

(ক) ১.৯

(খ) ১.৫

(গ) ২.০

উত্তৰঃ (খ) ১.৫