Class 12 Anthropology MCQs Answer Chapter 6 | পৰিস্থিতি বিজ্ঞান বা বাস্তৱ্য বিদ্যা

১. পৰিৱেশৰ ইংৰাজী প্ৰতিশব্দ কি ?

(ক) Chlorophyll

(খ) Photosynthesis

(গ) Environment

উত্তৰঃ (গ) Environment

২. পৰিৱেশৰ জড় উপাদান সমূহক কি বোলা হয় ?

(ক) জৈৱিক

(খ) অজৈৱিক

(গ) মানৱ সৃষ্ট

উত্তৰঃ (খ) অজৈৱিক

৩. বায়ুমণ্ডলত অক্সিজেনৰ পৰিমান কিমান শতাংশ ?

(ক) ৭৮.০৯

(খ) ০.০৩

(গ) ২০.৯৪

উত্তৰঃ (গ) ২০.৯৪

৪. বায়ুমণ্ডলত আৰ্গন পৰিমান কিমান শতাংশ ?

(ক) ০.০২

(খ) ৭৮.০৯

(গ) ০.৯৩

উত্তৰঃ (গ) ০.৯৩

৫. সাগৰ-মহাসাগৰৰ পানীত কিমান শতাংশ ক্লৰাইড আছে ?

(ক) ৭৮

(খ) ১৩

(গ) ৯৮

উত্তৰঃ (ক) ৭৮

৬. কেডমিয়াম যুক্ত চাউল খোৱাৰ ফলত বহু লোক মাৰাত্মক ৰোগত আক্ৰান্ত সেই ৰোগবিধৰ কি বোলা হয় ?

(ক) মিনামাটা

(খ) ইটাই ইটাই

(গ) কৰ্কট

উত্তৰঃ (খ) ইটাই ইটাই

৭. মিথাইল মাৰ্কাৰি নামৰ এবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰা হোৱা ৰোগটোক কি বোলে ?

(ক) ইটাই ইটাই

(খ) মিনামাটা

(গ) কৰ্কট

উত্তৰঃ (খ) মিনামাটা

৮. পৰিস্থিস্তি বিজ্ঞানক ইংৰাজী ভাষাত কি বোলে ?

(ক) ঔকছ

(খ) সমষ্টি

(গ) ‘ইক’লজি’

উত্তৰঃ (গ) ‘ইক’লজি’

৯. কিমান চনত ব্ৰিটিছ বিজ্ঞানী ড° এ, জি টেনচলিয়ে প্ৰথমে ইক’চিষ্টেমৰ নামকৰণ কৰিছিল ?

(ক) ১৯৯০

(খ) ১৯৪৫

(গ) ১৯৩৫

উত্তৰঃ (গ) ১৯৩৫

১০. পৰিস্থিতি তন্ত্ৰ এক কি তন্ত্ৰ ?

(ক) গতিশীল

(খ) স্থায়ী

(গ) অস্থায়ী

উত্তৰঃ (ক) গতিশীল

১১. পুখুৰীৰ পানীৰ ওপৰৰ তৰপটোক কি বোলে ?

(ক) প্লৱক

(খ) জু’প্লেংকটন

(গ) উৎপাদক

উত্তৰঃ (গ) উৎপাদক

১২. শেলাই জাতীয় উদ্ভিকবোকৰ কি বোলা হয় ?

(ক) প্লৱক

(খ) বেক্টেৰীয়া

(গ) উৎপাদক

উত্তৰঃ (ক) প্লৱক

১৩. জৈৱিক উৎপাদন কেই প্ৰকাৰৰ ?

(ক) চাৰি

(খ) দুই

(গ) তিনি

উত্তৰঃ (গ) তিনি

১৪. পৰিস্থিত তন্ত্ৰৰ সেউজীয়া উদ্ভিদক কি বোলা হয় ?

(ক) প্ৰাথমিক

(খ) উৎপাদক

(গ) বিযোজক

উত্তৰঃ (ক) প্ৰাথমিক

১৫. যিবোৰ প্ৰানীয়ে আন জীৱ ভক্ষণ কৰি জীয়াই থাকে তাক কি বোলে ?

(ক) অপঘটক

(খ) উপভোক্তা

(গ) প্লৱক

উত্তৰঃ (খ) উপভোক্তা

১৬. এবিধ তৃণভোজী প্ৰাণীৰ নাম কি ?

(ক) গৰু

(খ) বাঘ

(গ) সিংহ

উত্তৰঃ (ক) গৰু

১৭. এবিধ বিয়োজকৰ নাম হ’ল ?

(ক) ভেঁকুৰ

(খ) শামুক

(গ) শিয়াল

উত্তৰঃ (ক) ভেঁকুৰ

১৮. এবিধ অজৈৱিক উপাদানৰ নাম হ’ল ?

(ক) গছ

(খ) পানী

(গ) ছাগলী

উত্তৰঃ (খ) পানী

১৯. বৰফেৰে নিৰ্মিত ঘৰক কি বোলে ?

(ক) ইগলু

(খ) ছাং ঘৰ

(গ) পকা

উত্তৰঃ (ক) ইগলু

২০. কিমান চনত জাপানৰ উপসাগৰৰ পানী প্ৰদূষণ হোৱাৰ ফলত বহু মানুহ মিনামাটা ৰোগত আক্ৰান্ত হৈছিল ?

(ক) ১৯৮৮

(খ) ১৯৫৫

(গ) ১৯৪৩

উত্তৰঃ (ক) ১৯৮৮