Class 5 Mathematics Book Chapter 2 (A) Answer | Sankardev School Class 5 Mathematics Book Chapter 2 স্থানীয় মান (A) Question Answer |

অনুশীলনী-২(A)

1. তলৰ সংখ্যাবোৰ বিস্তুাৰ কৰা

4275=4 হাজাৰ ২শ 7 দহ 5=40+5s=4000+200+70+5 
5840= = =  
25436= = =  
211833= = =  
103456= = =  
5634210= = =  

2. খালী ঠাই পূৰ কৰাঃ

ক) 57.3 = 50+7+_____

খ)3=_____

গ)40264=  

ঘ)0.250= 0+2___

3) খালী ঠাই পূৰ কৰাঃ

i) 543111=___ লাখ+_____হাজাৰ+111

ii2314500=____ লাখ+অযুত+___হাজাৰ + 500

iii)  2507488= ___নিযুত+50 লাখ+7হাজাৰ+____শ+88

4. সত্য নে অসত্য লিখাঁ

ক)7000+700+70=7770

খ) 73021 ৰ 3 য়ে 3 শ বুজাইছে।

গ)54.25 ৰ 2ৰ স্নানীয় মান 2 শতাংশ।

ঘ)43210= 432+10

5. তলৰ সংখ্যাবোৰ তালিকা আকাৰে লিখাঁ

4362,80341,96002,4967,409, 2348

6. বিস্তাৰ কৰা

5329,6548,40506,21112,11111

7 সংখ্যাত লিখা s

i) 600000+5000+7

ii) 5000+ 40++

iii) এক কোটি তেইছ লাখ পঞ্চলিছ হাজাৰ ছয়শ বাৰ ।

IV) দুই লাখ সাত হাজাৰ ত্ৰিছ।