Class 5 Mathematics Book Chapter 3 Answer | Sankardev School Class 5 Mathematics Book Chapter 3 সংখ্যাৰ যোগ, বিয়োগ পূৰণ, হৰণ Question Answer |

অনুশীলনী 3

1. যোগ কৰাঃ 

i) 20797,7325 আৰু 54398

ii) 90053, 40700, 7380 আৰু 53573

iii) 5.55,555,5555 আৰু 55555

iv) 9 হাজাৰ+2শ+6দহ+7এক

v) 325 হাজাৰ +53 দহ+12 এক

vi) 3 টা অংকৰে লিখিব পৰা আটাইটতকৈ সৰু সংখ্যা আৰু 3 টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা।

vii) 6 টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু 6 টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো।

2. বিয়োগ কৰা

i) 98767ৰ পৰা 56789

ii) 5555 ৰ পৰা 55

iii) 10000 ৰ পৰা 1

iv) 4 টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 5 টা বিভিন্ন অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো।

3) পূৰণ কৰাঃ

i) 

ii) 9073

iii) 530

iv) 207

v) 2053

vi) 8753

4) পূৰণৰ খেল

6) হৰণ কৰাঃ

i) 3146 ক 78 ৰে ii) 31000 ক 723 ৰে iii) 216075 ক 5430 ৰে

iv) 5370123 ক 279 ৰে  v) 42606 ক 526 ৰে  vi) 35642 ক 1000 ৰে  vii) 9532  ক 1000 ৰে

7) এটা পুথিভৰালত 9560 খন ইংৰাজী ভাষাত লিখাঁ, 2075 খন হিন্দী ভাষাত লিখাঁ আৰু 11025 খন অসমীয়া ভাষাত লিখাঁ কিতাপ আছে। পুথিভাৰলটোত মুঠতে কিমানখন কিতাপ আছে। 10টা খোটালীত কিতাপবোৰ সজালে প্ৰতিটো খালীত কিমানখনকৈ কিতাপ পৰিব ?

8) 58376 ৰ লাগত কি যোগ কৰি 8506 বিয়োগ কৰিলে 51104 পোৱা যায় ?

9) 9806 ৰ লগত  3207 যোগ কৰি 100000 ৰ পৰা বিয়োগ কৰিলে বিয়োগফল কি হব লিখাঁ ?

10) এটা কাৰ্টুনত 58 টা আপেল ধৰে। 55216  টা আপেল ভৰাবলৈ তেনেকুৱা কিমানটো কাৰ্টুনৰ প্ৰয়োজন হ’ৱ ? যদি 152 কাৰ্টুন আপেল বিক্ৰি কৰা হয় তেন্তে বাকী ৰোৱা আপেলৰ সংখ্যা কিমান ?

11) 500 ৰ আটাইতকৈ  কি সৰু সংখ্যা বিয়োগ কৰিলে 32 পোৱা যাব ?

12)666 ৰ লগত আটাইতকৈ কি সৰু সংখ্যা যোগ কৰিলে 28 ৰে হৰণ যাব ?

13) এটা পাঁচমহলীয়া অট্ৰালিকাৰ প্ৰতি মহলাত 16 টাকৈ ফ্ৰেট আছে। প্ৰতিটো ফ্লেটত 5 টাকৈ কোঠালি আছে। অট্ৰালিকাটোত মুঠতে কিমানটা কোঠালি আছে ? প্ৰতিটো ফ্লেটৰ বিক্ৰি মূল্য 5লাখ টকা হলে, প্ৰতিটো ফ্লেটৰ বিক্ৰীৰ মূল্য 5 লাখ হলে, অট্ৰালিকাটোৰ মুঠ মূল্য কিমান কিমান হ’ব ?

14) খালী ঠাই পূৰ কৰা

15)  খালী ঠাই পূৰ কৰা

16) যোগ কৰা