Class 6 Mahapurush Sankardev Book Chapter 6 Question Answer |

অনুশীলনীঃ

১। শংকৰে অ- ফলা আৰু ক- ফলা দুখন লিখিবলৈ শিকি উঠিয়েই আ- কাৰ, ই- কাৰ নোহোৱাকৈ কোনটো কবিতা লিখিছিল ? কবিতাটি মুখস্থ লিখাঁ ।

উত্তৰঃ- 

“কৰতল কমল কমল-দল নয়ন।

ভবদব গহন গহন বন শয়ন।।

নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়।
খৰতৰ বৰশৰ হত দশ বদন।
খগচৰ নগধৰ ফণধৰ শয়ন।।
জগদঘ মপহৰ ভয়ভয় তৰণ।
পৰপদ লয় কৰ কমলজ নয়ন।।

২। শংকৰ ‘শংকৰদেৱ’ নামেৰে কেতিয়াৰপৰা আৰু কিয় পৰিচিত হয় ? খৰচি মাৰি লিখাঁ ।

উত্তৰঃ- শংকৰ ‘শংকৰদেৱ’ নামেৰে তেখেতে আ-কাৰ আৰু ই-কাৰ নোহোৱকৈ কবিতাটো লিখাৰ পৰাই। কবিতাটো লিখাৰ কাৰণে।

৩। গুৰুগৃহৰপৰা শংকৰে লগত লৈ অহা সম্পদবিধ কি ? কেনেকুৱা সম্পদ ?

উত্তৰঃ- গুৰুগৃহৰ পৰা শংকৰে লৈ অহা সম্পদবিধ বিদ্যা। আৰু ই অমূল্য সম্পদ।

Question Type : Sumit Patar

Answer Type : Himanku Bora

Post ID : DABP006621