Class 7 Assamese Book | Chapter 1 | অধ্যায় ১ | তেজৰে কমলাপতি | MCQs Short Question Answer |

Chapter 1

তেজৰে কমলাপতি

১। ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰ ৰচক কোন?

a) নৱকান্ত বৰুৱা

b) মাধৱদেৱ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মাধৱদেৱ ।

2) গোবিন্দ শব্দৰ অৰ্থ কি?

a) স্বামী

b) পুৱা

c) শ্ৰী কৃষ্ণৰ অন্য এটা নাম

উত্তৰঃ শ্ৰী কৃষ্ণৰ অন্য এটা নাম ।

৩। মহাপুৰুষ মাধৱদেৱৰ ক’ত জন্ম হৈছিল?

a) যোৰহাটত

b) নাৰায়ণ পুৰৰ ওচৰৰ লেটেকুপুখুৰীত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) নাৰায়ণ পুৰৰ ওচৰৰ লেটেকুপুখুৰীত

৪। ভগৱান ভক্তৰ কি?

a) অধীন

b) স্বাধীন

c) পৰাধীন

উত্তৰঃ a) অধীন

৫। বৰগীত সমূহ পৰিৱেশন কৰোঁতে কি বজোৱা হয়?

a) হাৰমনিয়াম

b) গীতাৰ

C) খোল,তাল আৰু মৃদং

উত্তৰঃ খোল,তাল আৰু মৃদং ।

৬। মাধৱদেৱৰ শ্ৰেষ্ঠ কৃতি হ’ল?

a) ‘নাম-ঘোষা’

b) কীৰ্তন-ঘোষা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ‘নাম-ঘোষা’

৭। যিয়ে ৰাতি নেদেখে তেওঁক কি বোলে?

a) অন্ধ

b) কুকুৰীকণা

c) কণা

উত্তৰঃ b) কুকুৰীকণা

৮। যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল?

a) গৰু চৰাব যাবলৈ

b) লৱনু খাবলৈ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) গৰু চৰাব যাবলৈ ।

৯। ভোজন-ব্যৱহাৰ পুথিখনক  কি বুলি কোৱা হয়?

a) চোৰ ধৰা

b) ভটিমা

c) ভোজন-বিহাৰ

উত্তৰঃ ভোজন-বিহাৰ ।

১০। শতপত্ৰ শব্দৰ অৰ্থ কি?

a) পোহৰ

b) পদুম

c) দৈ

উত্তৰঃ b) পদুম

১১। মহাপুৰুষ মাধৱদেৱৰ পিতৃৰ নাম কি?

a) গোৱিন্দগিৰী

b) মিত্ৰদেৱ মহন্ত

c) সত্যনাথ বৰা

উত্তৰঃ a) গোৱিন্দগিৰী

১২। বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল?

a) মহাপুৰুষ শংকৰদেৱে

b) মহাপুৰুষ মাধৱদেৱে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) মহাপুৰুষ মাধৱদেৱে

১৩। যিজন সকলোৰে মাজত প্ৰিয় ?

a) লোকপ্ৰিয়

b) অন্যপ্ৰিয়

c) সকলোৰে প্ৰিয়

উত্তৰঃ a) লোকপ্ৰিয়

১৪। বৰগীত বোৰ কি ভাষাত ৰচিত?

a) আৰবী ভাষাত

b) ব্ৰজাৱলী ভাষাত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ব্ৰজাৱলী ভাষাত

১৫। মহাপুৰুষ মাধৱদেৱৰ মাতৃৰ নাম কি?

a) কুন্তি

b) খেৰখুটি

c) মনোৰমা

উত্তৰঃ c) মনোৰমা

১৬। মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল?

a) মহাপুৰুষ মাধৱদেৱ

b) নৱকান্ত বৰুৱা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) মহাপুৰুষ মাধৱদেৱ

১৭। ব্ৰজাৱলী ভাষাৰ অন্য এটা নাম কি?

a) আৰবী ভাষা

b) হিন্দী ভাষা

c) ব্ৰজবুলি ভাষা

উত্তৰঃ c) ব্ৰজবুলি ভাষা

১৮। ধেনু শব্দৰ অৰ্থ কি?

a) ধনু

b) পোৱালী হোৱা গাই

c) গৰখীয়া

উত্তৰঃ b) পোৱালী হোৱা গাই

১৯। তিমিৰ ফেৰিয়া কি বাজ হয়?

a) ৰবিৰ কিৰণ

b) ভ্ৰমৰ উৰায়

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) ৰবিৰ কিৰণ

২০। বৰগীত সমূহ অসমীয়া সাহিত্যৰ কি?

a) অমূল্য সম্পদ

b) প্ৰাকৃতিক বৰ্ণনা

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) অমূল্য সম্পদ