Class 7 Assamese Book | Chapter 5 | অধ্যায় ৫ | বিজ্ঞান আৰু আমাৰ মানসিকতা | MCQs Short Question Answer |

Chapter 5

বিজ্ঞান আৰু আমাৰ মানসিকতা

১। ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল?

a) ভ্ৰাম্যভাষৰ

b) মুখে মুখে

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans:- a) ভ্ৰাম্যভাষৰ

২। হাট শব্দৰ অৰ্থ কি?

a) চোতাল

b) বজাৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans:- b) বজাৰ

৩। বুধবাৰে ছাত্ৰ-ছাত্ৰীসকল কিয় বিদ্যালয়লৈ অহা নাছিল?

a) বৰষুণ পৰাৰ কাৰণে

b) বিদ্যালয়ৰ মাহেকীয়া মাচুল দিয়াৰ ভয়ত

c) ছিটা লোৱাৰ ভয়ত

Ans: c) ছিটা লোৱাৰ ভয়ত

৪। বিদ্যালয়ৰ প্ৰধান শিক্ষক জনৰ নাম কি আছিল?

a) বিনোদ ওৰাং

b) ৰতন পায়েং

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) বিনোদ ওৰাং

৫। বিদ্যালয়ৰ সহযোগী কৰ্মী জনৰ নাম কি?

a) ৰতন পায়েং

b) বিনোদ ওৰাং

c) হৰিধন

Ans: c) হৰিধন

৬। উৰাবাতৰি সমূহ সমাজৰ বাবে কি?

a) এক প্ৰকাৰ সোঁচৰা ৰোগ

b) এক প্ৰকাৰৰ বেক্টৰিয়া

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) এক প্ৰকাৰ সোঁচৰা ৰোগ

৭। পলিঅ’ কি?

a) বেক্টেৰিয়া

b) এবিধ ৰোগ

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) এবিধ ৰোগ

৮। পুস্তিকা শব্দৰ অৰ্থ কি?

a) সৰু কিতাপ

b) পুথি

Ans: a) সৰু কিতাপ

৯। যি একেলগে পঢ়ে তাক কি বুলি কয়?

a) বন্ধু

b) শত্ৰু

c) সহপাৰ্থী

Ans: c) সহপাৰ্থী

১০। গাৱঁৰ মুখিয়াল জনক কি বুলি কয়?

a) গাওঁবুঢ়া

b) মুখ্যমন্ত্ৰী

C) ৰাষ্ট্ৰপতি

Ans: a) গাওঁবুঢ়া

১১। কলং নৈৰ ওপৰত কি আছে?

a) মানুহ

b) দলং

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) দলং

১২। এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰক কি বোলে?

a) সংক্ৰামক ৰোগ

b) বীজাণু

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) সংক্ৰামক ৰোগ

১৩। কাৰো পক্ষ নোলোৱা মানুহক কি বুলি কয়?

a) বিপক্ষ

b) পক্ষ

c) নিৰপেক্ষ

Ans: c) নিৰপেক্ষ

১৪। ‘শংকৰ,তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়?’ কথাষাৰ কোনে কৈছিল?

a) জংকীয়ে

b) কমলে

c) জেনিথে

Ans: a) জংকীয়ে

১৫। বিদ্যালয়ৰ খনৰ শিক্ষয়ত্ৰী গৰাকীৰ নাম কি?

a) পৰিস্মৃতা

b) নীলিমা খাতুন

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) নীলিমা খাতুন

১৬। যি জানিবলৈ ইচ্ছা কৰে?

a) ইচ্ছুক

b) ছাত্ৰী

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: a) ইচ্ছুক

১৭। যি মাধ্যমৰ জৰিয়তে ৰাইজক জড়িত কৰিব পাৰি তাক কি বোলে?

a) উৰাবাতৰি

b) সামাজিক মাধ্যম

c) ইয়াৰ ভিতৰত এটাও নহয়

Ans: b) সামাজিক মাধ্যম

১৮। জংকীৰ দুজন বন্ধুৰ নাম কি?

a) জ্ঞানম আৰু পলাশ

b) ৰাজদ্বীপ আৰু ৰাহুল

c) কমল আৰু জেনিথ

Ans: c) কমল আৰু জেনিথ

১৯। এই পাঠটোত থকা আদৰ্শ মাধ্যমিক বিদ্যালয়খন কোন গাঁৱত আছে?

a) ৰতনপুৰত

b) মৰিগাঁৱত

c) ডিব্ৰুগড়ত

Ans: a) ৰতনপুৰত

২০। কি বাৰে ৰতনপুৰত সাপ্তাহিক হাত বহে?

a) সোমবাৰে

b) বুধবাৰে

c) শনিবাৰে

Ans: b) বুধবাৰে