Class 7 General Science Book Lesson 12

অনুশীলনী

১) খালী ঠাই পূৰ কৰা 

ক) উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে ________বোলে। 

উত্তৰ-

খ) এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক_______ বোলে। 

উত্তৰ-

গ) একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰপৰা পৰাগ ৰেনু একেপাহ বা এনেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিক হোৱাকে_________ বুলি জনা যায় । 

উত্তৰ-

ঘ) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক _________ বোলে। 

উত্তৰ-

ঙ) বীজৰ বিস্তাৰণ ________,________আৰু_________ জৰিয়তে হয় । 

উত্তৰ-

২) অযৌন প্ৰজনন বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া। 

উত্তৰ-

৩)যৌন প্ৰজনন বুলিলে কি বুজা বহলাই লিখা। 

উত্তৰ-

৪) অযৌন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্য়সমূহ বৰ্ণনা কৰা। 

উত্তৰ-

৫) এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰাঁ । 

উত্তৰ-

৬) স্ব-পৰাগযোগ আৰু ইতৰ-পৰাগযোগৰ মাজত পাৰ্থক্য লিখাঁ ?

উত্তৰ-

৭) ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে লিখাঁ ?

উত্তৰ-

৮) বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা । 

উত্তৰ-

৯) ১নং স্তম্ভৰ লগত ২  নং স্তম্ভ মিলোৱাঃ

উত্তৰ-

১০) শুদ্ধ উত্তৰটোত ( ✔) চিন দিয়া । 

ক) এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ’ল-

 i) পাত           ii) কাণ্ড              iii) শিপা    iv) ফুল 

উত্তৰ-

খ) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক কি বুলি জনা যায় ?

i) নিষেচন            ii) পৰাগযোগ           iii) প্ৰজনন    iv) বীজৰ গঠন   

উত্তৰ-

গ) পুৰঠ ডিম্বাশয়ে গঠন কৰে 

 i) বীজ           ii) পুংকেশৰ           iii) স্ত্ৰীকেশৰ         iv)ফল 

উত্তৰ-

ঘ) ৰেণুধাৰী উদ্ভিদ হ’ল 

i) গোলাপ              ii)পাউৰুটীৰ ভেঁকুৰ  iii)আলু  iv) আদা

উত্তৰ-

ঙ) পাতেগজাৰ প্ৰজনন ঘটোৱা অংগটো হ’ল– 

i) কাণ্ড              ii)পাত               iii)শিপা      iv)  ফুল

উত্তৰ-