Class 7 Niti Malika Book Chapter 6 Answer | Sankardev School Class 7 Niti Malika Book Chapter 6 অধ্যৱসায়- সফলতাৰ গুপ্ত কৌশল  Question Answer |

অধ্যৱসায়- সফলতাৰ গুপ্ত কৌশল 


পাঠ-ছয় 


১)ৰাজু কোনেকুৱা স্বভাৱৰ খেতিয়ক আছিল  ?

উত্তৰঃ ৰাজু সোপোৰা স্বভাৱৰ খেতিয়ক আছিল।


২) যেতিয়া  সমুৱে দেখিলে যে খেতিত পানী  একান্ত দৰকাৰ, তেতিয়া তেওঁ কি পৰিকল্পনা কৰিলে ?

উত্তৰঃ-  যেতিয়া  সমুৱে দেছিলে যে খেতিত পানী একান্ত দৰকাৰ, তেতিয়া তেওঁ জনসিঞ্চন প্ৰক্ৰিয়া পৰিকল্পনা কৰিলে।


৩) সমুক ঘৈণীয়েকে ঘৰলৈ খাবৰ কাৰনে মাতিবলৈ আহোঁতে সমুৱে ঘৈনিয়েকক কি কলে ?

উত্তৰঃ- সমুক ঘৈণীয়েকে ঘৰলৈ খাবৰ কাৰণে মাতিবলৈ আহোঁতে সমুৱে ঘৈনিয়েকক ক’লে – ” মোৰ এই কাম শেষ নোহোৱা পৰ্যন্ত আৰু আমাৰ পথাৰে পানী নোপোৱালৈকে মই ঘৰলৈ নাযাওঁ ।


৪) সমুৰ কষ্ঠ কৰি কৰা কামৰ কি ফল হ’ল ?

 উত্তৰঃ- সমুৰ কষ্ঠ কৰি কৰা কামৰ ভাল ফল হ’ল।


৫) ৰাজুৱে নিজৰ খেতিৰ পৰা কিয় একো শস্য চপাব নোৱাৰিলে  ?

উত্তৰঃ- পানীৰ অভাৱত ৰাজুৰ খেতিপথাৰৰ শস্য়বোৰ লেৰেলি গ’ল। সেইকাৰণে ৰাজুয়ে নিজৰ খেতিৰ পৰা একো শস্য় চপাব নোৱাৰিলে।


৬) সমুৱে  কেনেকৈ খেতিৰ পৰা ইমান বেছিকৈ গোমধান চপাব  পাৰিলে ? 

উত্তৰঃ- খেতিপথাৰত সময়ত পানী যোগান ধৰাৰ কাৰণে সমুৱে খেতি পৰা ইমান বেছিকৈ গোমধান চপাব পাৰিলে।
Type Arup Koch 

Author By : Rajashree Bora