Class 8 Assamese Book Chapter ১২ সুখ Short Question Answer

সুখ

১. সুখ বিচাৰোঁতে সংসাৰত কি পোৱা যায় ?

উত্তৰঃ সুখ বিচাৰোঁতে সংসাৰত দুখ পোৱা যায়।

২. সুখ ক’ত থাকে ?

উত্তৰঃ সুখ হাতত থাকে।

৩. সুখ পাছে পাছে ফুৰিবলৈ হ’লে কি কৰিব লাগিব ?

উত্তৰঃ সুখ পাছে পাছে ফুৰিবলৈ হ’লে স্বাৰ্থ বলিদান দিব লাগিব।

৪. কবিতাটোৰ কবি গৰাকী নাম কি ?

উত্তৰঃ কবিতাটোৰ কবি গৰাকী নাম আনন্দচন্দ্ৰ আগৰৱালা।

৫. আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম ১৮৭৪ চনত হৈছিল।

৬. আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু কিমান চনত হৈছিল ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু ১৯৩৯ চনত হৈছিল।

৭. আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কাশীৰাম আগৰৱালা।

৮. আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম কি ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম ৰাধিকা আগৰৱালা।

৯. জোনাকী কাকতত কোনে কবিতা লিখিছিল ?

উত্তৰঃ জোনাকী কাকতত আনন্দচন্দ্ৰ আগৰৱালা।

১০. আনন্দচন্দ্ৰ আগৰৱালাই কিয় ‘ভাঙনি কোৱৰ’ উপাধি পাইছিল ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাই ইংৰাজী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে।

১১. পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাই ?

উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই।

১২. কাৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় ?

উত্তৰঃ পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়।

১৩. যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখবোৰ কিহৰ ফালে ফুৰে ?

উত্তৰঃ যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখবোৰ পিছে পিছে ।

১৪. সুখ সুখ বুলি কোন বলিয়া ?

উত্তৰঃ সুখ সুখ বুলি মানুহ বলিয়া।

১৫. আনন্দচন্দ্ৰ আগৰৱালা এজন কি আছিল ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা এজন কবি আছিল।

Type By- Subhas Nath