Class 8 Assamese Book Chapter 13 | Class 8 Assamese Sankardev Chapter 13 হাঁহি Short Question Answer |

১। জ্ঞানদাভিৰাম বৰুৱা কোনখন মহাবিদ্যাল প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?

ক)জগন্নাথ বৰুৱা

খ)দৰং

গ)আইন

উত্তৰঃগ)আইন

২। প্ৰিন্সিপাল বৰুৱাৰ সম্পূৰ্ণ নাম কি?

ক)জ্ঞানদাভিৰাম বৰুৱা

খ)লক্ষ্যধৰ চৌধৰী

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)জ্ঞানদাভিৰাম বৰুৱা

৩। জ্ঞানদাভিৰাম বৰুৱাৰ পিতৃ এজন কোন আছিল?

ক)সাংবাদিক

খ)সাহিত্যিক

গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃগ)ওপৰৰ গোটেই কেইটা

৪। জ্ঞানদাভিৰাম জন্ম কিমান চনত হৈছিল?

ক)১৮৮০

খ)১৮৭৬

গ)১৮৫৯

উত্তৰঃক)১৮৮০

৫। জ্ঞানদাভিৰাম বৰুৱা ক’ত জন্ম হৈছিল?

ক)যোৰহাট

খ)নগাঁও

গ)গুৱাহাটী

উত্তৰঃখ)নগাঁও

৬।  জ্ঞানদাভিৰাম বৰুৱাক কি বুলি মাতিছিল?

ক)কণবোপা

খ)ভদীয়া পোন

গ)পেট-মোচা ল’ৰা

ঘ)ওপৰৰ গোটেই কেইটা

উত্তৰঃঘ)ওপৰৰ গোটেই কেইটা

৭। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত গুৱাহাটীলৈ আহিছি?

ক)১৯১৪

খ)১৯২২

গ)১৯১৭

উত্তৰঃক)১৯১৪

৮। জ্ঞানদাভিৰাম বৰুৱায়ে কিমান চনত অসমৰ প্ৰথমখন আইন মহাবিদ্যালয়ৰ অধ্যশ্ৰ গ্ৰহন কৰে?

ক)১৯১৪

খ)১৯১৫

গ)১৯২৩

উত্তৰঃক)১৯১৪

৯। জ্ঞানদাভিৰাম বৰুৱায়ে কিমান চনত কলেজৰ পৰা অৱসৰ গ্ৰহন কৰে?

ক)১৯২৩

খ)১৯৩৪

গ)১৯৩৭

উত্তৰঃগ)১৯৩৭

১০। জ্ঞানদাভিৰাম বৰুৱাৰ প্ৰকাশিত পুথি কেইখন?

ক)৪ খন

খ)৮ খন

গ)১২ খন

উত্তৰঃক)৪ খন

 ১১। জ্ঞানদাভিৰাম বৰুৱায়ে কেইখন পুথি ইংৰাজীত অনুবাদ কৰিছিল?

ক)৩ খন

খ)৬ খন

গ)৯ খন

উত্তৰঃক)৩ খন

১২। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত সাহিত্য সভাৰ সভাপতি হৈছিল?

ক)১৯৩৭

খ)১৯৩৩

গ)১৯২৯

উত্তৰঃখ)১৯৩৩

১৩। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত মৃত্যু হ’য়?

ক)১৯৬৫

খ)১৯৫৫

গ)১৯৫৯

উত্তৰঃখ)১৯৫৫

১৪। জ্ঞানদাভিৰাম বৰুৱা ক’ত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল?

ক)নগাওঁ

খ)যোৰহাট

গ)লখিমপুৰ

উত্তৰঃগ)লখিমপুৰ

১৫। জ্ঞানদাভিৰাম বৰুৱা কিমান চনত সভাৰম্ভ ৰ পৰা অৱসৰ গ্ৰহন কৰিছিল?

ক)১৯৩৭

খ)১৯৪৫

গ)১৯৩২

উত্তৰঃক)১৯৩৭