Class 8 General Science Chapter 14 MCQs । বিদ্য়ুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া ।

বিদ্য়ুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া

Chapter 14

১. যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হয় সেইবোৰক কি বোলে ?

(ক) কু-পৰিবাহী

(খ) সু-পৰিবাহী

(গ) এটাও নহয়

উত্তৰঃ (খ) সু-পৰিবাহী

২. টেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদাৰ্থখিনিয়ে বিদ্য়ুৎ প্ৰৱাহিত হ’ব দিলে টেষ্টাৰটোৰ _____________ সম্পূৰ্ণ হয় ।

(ক) বৰ্তনী

(খ) উষ্ণতা

(গ) এটাও নহয়

উত্তৰঃ (ক) বৰ্তনী

৩. বিদ্য়ুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত পছন্দৰ ধাতু এটাৰ লেপন দিয়া প্ৰক্ৰিয়াটোক কি বোলে ?

(ক) ঋনাত্মক মেৰু

(খ) ধনাত্মক মেৰু

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

৪. ক্ৰ’মিয়াম কি ?

(ক) স্বাভাৱিকতে চিক্-মিকনি থকা ধাতু

(খ) স্বাভাৱিকতে চিক্-মিকনি থকা অধাতু

(গ) এটাও নহয়

উত্তৰঃ (ক) স্বাভাৱিকতে চিক্-মিকনি থকা ধাতু

৫. কিহৰ বাবে বাল্বটো জ্বলি উঠে ? 

(ক) বিদ্য়ুতৰ তাপীয় ক্ৰিয়াৰ বাবে বাল্বটোৰ তাঁৰডালৰ উষ্ণতা বহু পৰিমাণে বাঢ়ে

(খ) বিদ্য়ুতৰ তাপীয় ক্ৰিয়াৰ বাবে বাল্বটোৰ তাঁৰডালৰ উষ্ণতা বহু পৰিমাণে কমে

(গ) এটাও নহয়

উত্তৰঃ (ক) বিদ্য়ুতৰ তাপীয় ক্ৰিয়াৰ বাবে বাল্বটোৰ তাঁৰডালৰ উষ্ণতা বহু পৰিমাণে বাঢ়ে

৬. কোনো পদাৰ্থই বিদ্য়ুৎ পৰিবহণ কৰিলেও  ই ধাতুৰ দৰে _______ নহ’বও পাৰে ।

(ক) সু-পৰিবাহী

(খ) কু-পৰিবাহী

(গ) এটাও নহয়

উত্তৰঃ (ক) সু-পৰিবাহী

৭. পাতিত পানীত নিমখ মিহলালে আমি নিমখৰ দ্ৰৱ পাওঁ । এই দ্ৰৱটো বিদ্য়ুতৰ কি পৰিবাহী ?

(ক) সু-পৰিবাহী

(খ) কু-পৰিবাহী

(গ) এটাও নহয়

উত্তৰঃ (ক) সু-পৰিবাহী

৮. বিদ্য়ুতৰ সু-পৰিবাহী জুলীয়া পদাৰ্থৰ বেছিভাগেই _________, __________ আৰু ___________ ।

(ক) এছিড, ক্ষাৰক আৰু লৱণৰ দ্ৰব

(খ) এছিড, ক্ষাৰক আৰু নিমখৰ দ্ৰব

(গ) এটাও নহয়

উত্তৰঃ (ক) এছিড, ক্ষাৰক আৰু লৱণৰ দ্ৰব

৯. এটা  পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ’লে কি বিক্ৰিয়া সংঘটিত হয় ?

(ক) ক্ষাৰকীয়

(খ) ৰাসায়নিক

(গ) এটাও নহয়

উত্তৰঃ (খ) ৰাসায়নিক

১০. কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ’লে ই তাম (______) আৰু ছালফেটলৈ বিয়োজিত হয় ।

(ক) কপাৰ

(খ) ধাতু

(গ) এটাও নহয়

উত্তৰঃ (ক) কপাৰ

১১. বিদ্য়ুৎ পৰিবহণ কৰা পদাৰ্থকেইবিধ কি কি ?

(ক) এছিড, ক্ষাৰক আৰু লৱণৰ দ্ৰৱ

(খ) ৰাসায়নিক ক্ৰিয়া

(গ) এটাও নহয়

উত্তৰঃ (ক) এছিড, ক্ষাৰক আৰু লৱণৰ দ্ৰৱ

১২. সু-পৰিবাহী শব্দৰ ইংৰাজী শব্দটো কি ?

(ক) Poor conducor

(খ) Good conductor

(গ) এটাও নহয়

উত্তৰঃ (খ) Good conductor

১৩. যিবোৰ পদাৰ্থৰ মাজেৰে সহজে বিদ্য়ুৎ প্ৰৱাহিত নহয় সেইবোৰক কি বোলে ?

(ক) কু-পৰিবাহী

(খ) সু-পৰিবাহী

(গ) এটাও নহয়

উত্তৰঃ (ক) কু-পৰিবাহী

১৪. তলত উল্লেখ কৰা কোনকেইটা পদাৰ্থই বিদ্য়ৎ পৰিবহন কৰে ।

(ক) তাম, এলুমিনিয়াম আদি

(খ) ৰবৰ, প্লাষ্টিক, কাঠৰ নিচিনা পদাৰ্থ আদি

(গ) এটাও নহয়

উত্তৰঃ (ক) তাম, এলুমিনিয়াম আদি

১৫. টেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদাৰ্থখিনিয়ে বিদ্য়ুৎ প্ৰৱাহিত হ’ব দিলে টেষ্টাৰটোৰ _________ সম্পূৰ্ণ হয় ।

(ক) সংযোগ ক্ষমতা

(খ) যোগাযোগ

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

১৬. বিদ্য়ুৎ কম পৰিমাণে প্ৰৱাহিত হ’লে কম্পাছ শলাৰ কি হয় ?

(ক) বিক্ষেপন হয়

(খ) নিক্ষেপন হয়

(গ) এটাও নহয়

উত্তৰঃ (ক) বিক্ষেপন হয়

১৭. কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ’লে কি হয় ?

(ক) তাম আৰু কপাৰ

(খ) তাম আৰু ছালফেটলৈ

(গ) এটাও নহয়

উত্তৰঃ (খ) তাম আৰু ছালফেটলৈ

১৮. _________ এবিধ স্বাভাৱিকতে চিক্-মিকনি থকা ধাতু ।

(ক) ক্ৰ’মিয়াম

(খ) যন্ত্ৰাংশ

(গ) এটাও নহয়

উত্তৰঃ (ক) ক্ৰ’মিয়াম

১৯. কাৰ তুলনাত টিনৰ বিক্ৰিয়া কম ?

(ক) বিদ্য়ুৎলেপনৰ

(খ) লোৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) লোৰ

২০. বিদ্য়ুৎলেপন শব্দৰ ইংৰাজী শব্দটো কি ?

(ক) LED

(খ) Electroplating

(গ) Poor Conductor

উত্তৰঃ (খ) Electroplating