Class 8 Social Science Chapter 21 MCQs । সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা ।

সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Chapter 21

(১) কোনে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় আইন প্ৰণয়ন কৰে ?

(ক) বিধান মণ্ডলে

(খ) কাৰ্যপালিকাই

(গ) ন্যায়পালিকাই

উত্তৰঃ (ক) বিধান মণ্ডলে

(২) কাৰ্যপালিকাই কি কৰে ?

(ক) ৰাষ্ট্ৰ পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় আইন প্ৰণয়ন কৰে

(খ) বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ কাৰ্যকৰী কৰে

(গ) চালি-জাৰি চায় আৰু বিচাৰ ব্যৱস্থা পৰিচালনা কৰে

উত্তৰঃ (খ) বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ কাৰ্যকৰী কৰে

(৩) ন্যায়পালিকাই কোনে প্ৰণয়ন কৰা আইনসমূহ সংবিধান সন্মত হৈছে নে নাই তাক চালি-জাৰি চায় ?

(ক) কাৰ্যপালিকাই

(খ) ওপৰৰ এচাও নহয়

(গ) বিধান মণ্ডলে

উত্তৰঃ (গ) বিধান মণ্ডলে

(৪) পাঠটিত আমাৰ চুবুৰীয়া ৰাজ্য বুলি কাক কোৱা হৈছে ?

(ক) নেপালক

(খ) চীনক

(গ) বাংলাদেশক

উত্তৰঃ (ক) নেপালক

(৫) কিমান চনৰ সংবিধান মতে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী আছিল ৰজা ?

(ক) ১৯৯৩ চনৰ সংবিধান মতে

(খ) ১৯৯২ চনৰ সংবিধান মতে

(গ) ১৯৯০ চনৰ সংবিধান মতে

উত্তৰঃ (গ) ১৯৯০ চনৰ সংবিধান মতে

(৬) কোনে ৰাজতন্ত্ৰ আঁতৰাবৰ বাবে ২০০৬ চনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ আৰম্ভ কৰে ?

(ক) বাংলাদেশৰ জনসাধাৰণে

(খ) নেপালৰ জনসাধাৰণে

(গ) চীনৰ জনসাধাৰণে

উত্তৰঃ (খ) নেপালৰ জনসাধাৰণে

(৭) কিমান চনত গণতান্ত্ৰিক নিৰ্বাচন হয় আৰু ৰাজতন্ত্ৰৰ অৱসান ঘটাই নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয় ?

(ক) ২০০০ চনত

(খ) ২০০৪ চনত

(গ) ২০০৮ চনত

উত্তৰঃ (গ) ২০০৮ চনত

(৮) ম্যানমাৰৰ আগৰ নাম কি ?

(ক) ব্ৰহ্মদেশ

(খ) চীন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ব্ৰহ্মদেশ

(৯) ম্যানমাৰত কিমান চনত গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হৈছিল ?

(ক) ১৯৬২ চনত

(খ) ১৮৫২ চনত

(গ) ১৭৬২ চনত

উত্তৰঃ (ক) ১৯৬২ চনত

(১০) আং ছান ছ্যু কাৰ দৃঢ় নেতৃত্বত ম্যানমাৰত পুনৰ কিমান চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় ?

(ক) ২০০৮ চনত

(খ) ২০০৯ চনত

(গ) ২০১০ চনত

উত্তৰঃ (গ) ২০১০ চনত

(১১) এই গৰাকী মহান নেত্ৰীক কিমান চনত শান্তিৰ ন’বেল বঁটাৰে পুৰস্কৃত কৰা হয় ?

(ক) ১৯৫০ চনত

(খ) ১৯৯০ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১২) ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হ’বলৈ সংবিধানে চৰকাৰৰ কেইটা অংগৰ মাজত দায়িত্বসমূহ ভগাই দিছে ?

(ক) ৩ টা ভাগত

(খ) ২ টা ভাগত

(গ) ৫ টা ভাগত

উত্তৰঃ (ক) ৩ টা ভাগত

(১৩) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন কি যুগৰ পৰা প্ৰথম লিখিত সংবিধান ?

(ক) পৰৱৰ্তী যুগৰ পৰা

(খ) আধুনিক যুগৰ পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আধুনিক যুগৰ পৰা

(১৪) পৃথিৱীৰ সংবিধানৰ ভিতৰত কাৰ সংবিধানখন অন্যতম উল্লেখযোগ্য নমনীয় সংবিধান ?

(ক) ভাৰতবৰ্ষৰ

(খ) ৰাছিয়াৰ

(গ) ইংলেণ্ডৰ

উত্তৰঃ (গ) ইংলেণ্ডৰ

(১৫) নদ-নদী শুকাই গ’ল গছৰ আগত পানী ৰ’ল উত্তৰটো কি ?

(ক) আপেল

(খ) নাৰিকল

(গ) কল

উত্তৰঃ (খ) নাৰিকল

(১৬) হাবিত কাঁহে ওলাই নাহে উত্তৰটো কি ?

(ক) কোঠা

(খ) মানুহ

(গ) চৰাই

উত্তৰঃ (ক) কোঠা