Class 9 Assamese Book Chapter 13 Short Answer | SEBA Class 9 Assamese Chapter 13 হনুমন্ত লঙ্কাদৰ্শন Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

হনুমন্ত লঙ্কাদৰ্শন

অধ্য়ায়-১৩

১) মাধৱ কন্দলী কেন আছিল ?

উত্তৰঃ অসমীয়া সাহিত্য়ৰ শংকৰ-পূৰ্ব যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী আছিল কবিৰাজ মাধৱ কন্দলী ।

২) মাধৱ কন্দলী কোন শতিকাৰ কবি ?

উত্তৰঃ চতুৰ্দশ শতিকাৰ কবি ।

৩) মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ বাৰাহ (বৰাহী) ৰজা মহামাণিক্য় ।

৪) হনুমন্ত লংকাদৰ্শন নামৰ কবিতাটোৰ লেখক কোন ?

উত্তৰঃ মাধৱ কন্দলী ।

৫) মাধৱ কন্দলীয়ে কি ভাষাত ৰামায়ণখন অনুবাদ কৰে ?

উত্তৰ ঃ সংস্কৃত ভাষাত ৰামায়ণখন অনুবাদ কৰে ।

৬) বিৰাল শব্দৰ অৰ্থ কি ? 

উত্তৰঃ মেকুৰী । 

৭) শংকৰদেৱে কিহক সন্মান জনাই কি কবি বুলি অভিহিত কৰিছিল ?

উত্তৰঃ শংকৰদেৱে মাধব কন্দলীৰ কাব্য়-প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল ।

৮) কন্টকি মানে কি ?

উত্তৰঃ কাঁইটীয়া গছ । 

৯) ‘হনুমন্তৰ লঙ্কাদৰ্শন’ কাব্য়াংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?

উত্তৰঃ শিৰোনামাৰ কাব্য়াংৰ পৰা লোৱাৈ হৈছে । 

১০) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ডত পোৱা যায় ?

উত্তৰঃ পাঁচটা কাণ্ডতে পোৱা যায় ।

  

Type by – Mandira Saha 

Post ID: DABP005001