Class 9 Assamese Book Chapter 15 Short Answer | SEBA Class 9 Assamese Book Chapter 15 চোৰধৰা Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

 চোৰধৰা 

অধ্য়ায়- ১৫

১) শ্ৰীশ্ৰীমাদৱদেৱৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ১৪৮৯ চনত জন্ম হৈছিল।

২) মাধৱদেৱ কোন আছিল ?

উত্তৰঃ অসমৰ নৱবৈষ্ণৱ ভক্তিধৰ্ম আন্দোলন এগৰাকী গুৰি ধৰোঁতা আছিল । 

৩)কানাই বুলি কাৰ কথা কোৱা  হৈছে ?

উত্তৰঃ কৃষ্ণৰ কথা কোৱা হৈছে । 

৪) কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল ?

উত্তৰঃ কৃষ্ণই গোপীৰ মুখতলৱনু সানি দিছিল ।

৫) চোৰধৰা পাঠটোৰ লেখক কোন ?

উত্তৰঃ শ্ৰীশ্ৰীমাধৱদেৱ ।

৬) মাধৱদেৱে ৰচনা কৰা নাটকসমূহৰ একমাত্ৰ ‘দধিমথন’ বা ‘অৰ্জুন-ভঞ্জন’ৰ বাহিৰে বাকীকেইখনক কি বুলি কোৱা হয়? 

উত্তৰঃ ঝুমুৰা  বুলি কোৱা হয় ।

৭) জীৱনৰ প্ৰথমছোৱাত তেওঁ কি আছিল ?

উত্তৰঃ শাক্তধৰ্মী আছিল ।

৮) তেখেতৰ মৃত্য়ু কেতিয়া হৈছিল ?

উত্তৰঃ ১৫৯৬ চনত ।

৯) তেওঁ আহোম ৰাজ্য়ৰ উজনি অসম পৰিত্য়াগ কৰি ক’ত থাকিবলৈ লয় ?

উত্তৰঃ কোচৰাজ্য়ৰ বৰপেটা অঞ্চলত থাকিবলৈ লয় ।

Type by – Mandira Saha