Class 9 Assamese Book Chapter 16 Short Answer | SEBA Class 9 Assamese Book Chapter 16 সন্মান Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

  সন্মান 

অধ্য়ায় – ১৬ 

১) হেমচন্দ্ৰ বৰুৱাৰ কেতিয়া মৃত্য়ু হৈছিল ?

উত্তৰঃ ১৯৯৬ চনত ।

২) হেমচন্দ্ৰ বৰুৱাৰ গ্ৰন্থ এখনৰ নাম লিখা ।

উত্তৰঃ ‘হেমকোষ’ ।

৩) তেওঁ কিহৰ সম্পাদক আছিল ?

উত্তৰঃ ‘আসাম নিউজ’ কাকতৰ সম্পাদক আছিল । 

৪) ‘সন্মান’ নামৰ প্ৰবন্ধটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ বৰুৱাদেৱৰ ‘পাঠমালা’ পুথিৰপৰা লোৱা হৈছে ।

৫১) ‘সন্মান’ নামৰ প্ৰবন্ধটোৰ লেখক কোন ?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা । 

৬) বিহ্বল মানে কি ?

উত্তৰঃ বিহ্বল মানে হ’ল– ভয় বা শোকত অতিশয় আতুৰ ।

৭) নাস্তিকৰ অৰ্থ কি ?

উত্তৰঃ ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰা বা নিৰীশ্বৰবাদী ।

৮) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰেনে ?

উত্তৰঃ নোৱাৰে ।

৯) ‘সন্মান’ মানে কি ?

উত্তৰঃ ‘সন্মান’ মানে হৈছে– গুণ, পদমৰ্যাদা, জ্য়েষ্ঠতা আদিৰ ভিত্তিত লাভ কৰা শ্ৰদ্ধা বা আদৰ । 

Type by- Mandira Saha 

Post ID: DABP005052