Class 9 Assamese Book Chapter 6 Short Answer | SEBA Class 9 Assamese Book Chapter 6 অন্য়ৰ প্ৰতি ব্য়ৱহাৰ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

অন্য়ৰ প্ৰতি ব্য়ৱহাৰ 

অধ্য়ায়- ৬

১) সমুখত প্ৰসংসা কৰা কাৰ স্বভাৱ ? 

উত্তৰঃ চাটুকীৰৰ স্বভাৱ । 

২) মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে কি ওলাই ?

উত্তৰঃ আপোনা-আপোনি মিঠা মাত ওলাই । 

৩) সত্য়নাথ বৰাৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ সত্য়নাথ বৰাৰ জন্ম ১৮৬০ চনত হৈছিল ।

৪) শঠৰ লগত সমন্ধ ৰাখিলে কি কৰা হয় ?

উত্তৰঃশঠৰ লগত সমন্ধ ৰাখিলে সঠতাক প্ৰশ্ৰয় দিয়া হয় । 

৫) মনত অহঙ্কাৰ ৰাখি মুখে নম্ৰ হলে মানুহক কি কৰা হয় ?

উত্তৰঃ ছল কৰা হয় । 

৬) কোন শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ? 

উত্তৰঃলগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী ফুৰা মানুুহৰ স্বভাৱ নিচেই পাতল ।

৭) কোন শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?

উত্তৰঃ অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া, এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। 

৮) অন্য়ৰ প্ৰতি ব্য়ৱহা পাঠতিৰ লেখক কোন ? 

উত্তৰঃসত্য়নাথ বৰা ।

৯) বিগতি শব্দৰ অৰ্থ কি ?

উত্তৰঃবিগতিৰ শব্দৰ অৰ্থ হল- ইতিকিং

Type By- Mandira Saha  Post ID: DABP004582