Class 9 Assamese Book Chapter 7 Short Answer | SEBA Class 9 Assamese Book Chapter 7 সময় Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

  সময় 

অধ্য়ায় ৭

(১) সময়ৰ ডাঙৰ ভাগবোৰ কি কি ? 

উত্তৰঃ যুগ, কল্প, শতাব্দী । 

(২) দণ্ড, পল, অনুপলক কি বোলা হয় ?

উত্তৰঃ দণ্ড, পল, অনুপলক ভগ্নাংশ বোলা হয় । 

(৩) সময় কি গতিত ঘূৰে ?

উত্তৰঃ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰে ।

(৪) সময়ক কিহৰ লগত তুলনা কৰা হয় ? 

উত্তৰঃ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয় ।

(৫) সময় পাঠতিৰ লিখক কোন ? 

উত্তৰঃ নীলমণি ফুকন । 

(৬) সময়ৰ মজলিয়া ভাগবিলাক কি কি ?

(৭) নীলমণি ফুকনৰ কোন জিলাত জন্ম হৈছিল ? 

উত্তৰঃ ডিব্ৰুগড় জিলাত জন্ম হৈছিল ।

উত্তৰঃ সময়ৰ মজলিয়া ভাগবোৰ হল- ঋতু, বছৰ, মাহ ।

(৮) নীলমণি ফুকনৰ জন্ম কেতিয়া হৈছিল? 

উত্তৰঃ নীলমণি ফুকনৰ জন্ম ১৮৮০ চনত হৈছিল ।

(৯) সময়ৰ সৰু ভাগবোৰ কি কি ?

উত্তৰঃ সময়ৰ সৰু ভাগ বোৰ হল–  দিন-ৰাতি, প্ৰহৰ ।

Type By- Mandira Saha .Post ID: 

DABP004576