Class 9 Assamese Book Chapter 8 Short Answer | SEBA Class 9 Assamese Book Chapter 8 অন্ধবিশ্বাস অৰু কুসংস্কাৰ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

অন্ধবিশ্বাস অৰু কুসংস্কাৰ

অধ্য়ায় ৮ 


(১) শদিয়াৰ জলবায়ু কেনেধৰনৰ আছিল ?
উত্তৰ ঃ 
শদিয়াৰ জলবায়ু সেমেকা আছিল ।

(২) শিক্ষাৰ এক অন্য়তম  অংগ কি ?

উত্তৰঃ ভ্ৰমণ ।  


(৩) ইয়াণ্ডাবু সন্ধিৰ পিছত অসম খন কাৰ অধীনলৈ আহিছিল ?
উত্তৰ ঃ
 বৃটিছৰ অধীনলৈ আহিছিল । 

(৪) “অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা ” বোলি কোনে কৈছিল?

উত্তৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল ।

(৫) মিছনেৰী সকলে কি ৰোগত আক্ৰান্ত হৈছিল ? 

উত্তৰঃ মিছনেৰী সকলে কলেৰা ৰোগত আক্ৰান্ত হৈছিল ।

(৬)স্থানীয় লোকসকলে দৰৱ খোৱাৰ পৰিবৰ্তে কি খাইছিল ?

উত্তৰঃ বেজৰ মন্ত্ৰপূত পানীহে খাইছিল ।

(৭)  অন্ধবিশ্বাস অৰু কুসংস্কাৰৰ পাঠতিৰ লেখক কোন ?

উত্তৰঃ জয়ন্ত মাধৱ বৰা ।

(৮) জয়ন্ত মাধৱ বৰা গৱেষণামূলক গ্ৰন্থ কেইখন ?

উত্তৰঃ দুখন ।

(৯) কি উপন্য়াসৰ বাবে গিৰিধৰ শৰ্মা  বঁটা লাভ কৰিছিল ?

উত্তৰঃ “অমৃত” উপন্য়সৰ বাবে শৰ্মা বঁটা লাভ কৰিছিল ।

Type by- Mandira Saha . 

Post ID: DABP004577