Sankerdev Bidyalay Class 8 Assamese Question And Answer | Class 8 Assamese Chapter No 6 আমাৰ ভাৰতী আই ।।MCQs Question And Answer | 

১। আমাৰ ভাৰতী আই কবিতাটো কোনে লিখিছিল?

ক)অনুৰাধা পুজাৰী শৰ্মা

খ)হেমলতা শৰ্মা

গ)নলিনীবালা দেৱী।

উত্তৰঃগ)নলিনীবালা দেৱী।

২। নলিনীবালা দেৱীয়ে কিমান চনত ‘অলকানন্দা’ পুথিৰ বাবে সাহিত্য একাদেমী বঁটা লাভ কৰে?

ক)১৯৪৮ চনত

খ)১৯৪৭ চনত

গ)১৯৬৭

উত্তৰঃ১৯৬৭

৩। নলিনীবালা দেৱী কিমান চনত জন্ম হৈছিল?

ক)১৮৭৬

খ)১৮৯৮

গ)১৮৮৮

উত্তৰঃখ)১৮৯৮

৪। নলিনীবালা দেৱীৰ কিমান চনত স্বামীৰ মৃত্যু হ’য়?

ক)১৯১৭

খ)১৯১৬

গ)১৯১৫

উত্তৰঃক)১৯১৭

৫। নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?

ক)সপোনৰ সুৰ

খ)দহিকটৰা

গ)সন্ধিয়াৰ সুৰ

উত্তৰঃগ)সন্ধিয়াৰ সুৰ

৬। বৈধৱ্য যন্ত্ৰণাই নলিনীবালা দেৱীক ভাৰতীয় দৰ্শনৰ প্ৰতি ধাবিত কৰেনে?

ক)কৰে

খ)নকৰে

গ)ওপৰৰ এটাও নহয়

উত্তৰঃক)কৰে

৭।নলিনীবালা দেৱীয়ে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰে?

ক)১৯৬৭

খ)১৯৯০

গ)১৯১৭

উত্তৰঃক)১৯৬৭

৮। এই দেশ কি?

ক)অনুপম

খ)বিতুপন

গ)জনবহুল

উত্তৰঃক)অনুপম

৯। শৌৰ্য-বীৰ্য আৰু কিহৰ প্ৰেমে এইদেশক ৰক্ষা কৰিব?

ক)অগাধ প্ৰেমেৰে

খ)ভাতৃত্ববোধৰ

গ)প্ৰৱশিনী

উত্তৰঃখ)ভাতৃত্ববোধৰ

১০। অতীন্দ্ৰিয়বাদ হ’ল কিহৰ প্ৰকাশ?

ক)দৰ্প

খ)জন্মান্তৰবাদত

গ).ৰহস্যভাৱ

উত্তৰঃ.ৰহস্যভাৱ

১১। অলকানন্দা পুথি খন নলিনীবালা দেৱীয়ে কিমান চনত ৰচানা কৰিছিল?

ক)১৯৯০

খ)১৮৯০

গ)১৯৬৮

উত্তৰঃ১৯৬৮

১২। নলিনীবালা দেৱীৰ কিমান চনত মৃত্যু হ’য়?

ক)১৯৭৭ চনৰ ২৮ ডিচেম্বৰত

খ)১৯৯৮ চনৰ ১৪ ডিচেম্বৰত

গ)১৯৭৭ চনত ২৪ ডিচেম্বৰত

উত্তৰঃগ)১৯৭৭ চনত ২৪ ডিচেম্বৰত

১৩। নলিনীবালা দেৱীয়ে ৰচনা কবিতা পুথি কেইখন?

ক)৫খন

খ)৬ খন

গ)৭খন

উত্তৰঃখ)৬খন

১৪। ‘আমাৰ ভাৰতী আই’ কবিতাটিৰ পৰা কিহৰ প্ৰকাশ পাইছে?

ক)দেশপ্ৰেমৰ

খ)ভাতৃত্ববোধৰ

গ)প্ৰসবিনী

উত্তৰঃক)দেশপ্ৰেমৰ

১৫। তলৰ কোনটো নলিনীবালা দেৱীৰ এটি উল্লেখযোগ্য কবিতা?

ক)পৰমতৃষ্ণা

খ)সন্ধিয়াৰ সুৰ

গ)অলকানন্দা

উত্তৰঃক)পৰমতৃষ্ণা