SEBA Class 12 Chapter 6 Advanced Assamese অন্বেষণ Short Question Answer | চমু প্ৰশ্ন উত্তৰ

অন্বেষণ 

অধ্য়য়ন- ৬

১। কিমান চনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰে ?

উত্তৰঃ ১৯৩০ চনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰে ।

২। সীতানাথ ব্ৰহ্মচৌধুৰী কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী ১৯০৮ চনত জন্ম হৈছিল ।

৩। ১৯০৮ চনত কোন ঠাইত সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হৈছিল ?

উত্তৰঃ ১৯০৮ চনত গোৱালপাৰাৰ ভালুকমাৰীত সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হৈছিল ।

৪। কোন স্কুলত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে বিদ্য়া-শিক্ষা আৰম্ভ কৰে ?

উত্তৰঃ পুঠিমাৰী মাইনৰ স্কুলত সীতনাথ ব্ৰহ্মচৌধুৰীয়ে বিদ্য়া-শিক্ষা আৰম্ভ কৰে ।

৫। অন্বেষণ কবিতাটো কোনে ৰচনা কৰিছে ?

উত্তৰঃ অন্বেষণ কবিতাটো সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰিছে ।

৬। কিমান চনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে বি এ ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ ১৯৩৬ চনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে বি এ ডিগ্ৰী লাভ কৰে ।

৭। সীতানাথ ব্ৰহ্মচৌধুৰী কি কবিসকলৰ ভিতৰৰে এজন উল্লেখযোগ্য় কবি ?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী ৰোমাণ্টিক কবিসকলৰ ভিতৰৰে এজন উল্লেখযোগ্য় কবি ।

৮। নিৰুপমা শব্দৰ অৰ্থ কি ?

 উত্তৰঃ নিৰুপমা শব্দৰ অৰ্থ হ’ল অতুলনীয় ।

৯। লৱণু শব্দৰ অৰ্থ কি ?

উত্তৰঃ লৱণু শব্দৰ অৰ্থ  হ’ল মাখন ।

১০। অন্বেষণ কবিতাটোত হিয়াই খোজে কিহৰ একান্ত লগৰী ?

উত্তৰঃ অন্বেষণ কবিতাটোত হিয়াই খোজে হৃদয়ৰ একান্ত লগৰী ।

১১। সীতানাথ ব্ৰহ্মচৌধুৰীৰ কাব্য়কৃতিৰ ভিতৰত উল্লেখযোগ্য় কাব্য় খনৰ নাম কি ?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ কাব্য়কৃতিৰ ভিতৰত উল্লেখযোগ্য় কাব্য় খনৰ নাম হ’ল কমলকলি ।

১২। সীতানাথ ব্ৰহ্মচৌধুৰীৰ তিনিখন কবিতা পুঠিৰ নাম কি ?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ তিনিখন কবিতা পুঠিৰ নাম হ’ল আৱেগ, চকুলো আৰু ফুলেশ্বৰী দৈমাৰী ।

১৩।  অসম সাহিত্য় সভাৰ তিনিচুকীয়া আৰু কোন ঠাইৰ অধিৱেশনৰ সভাপতি সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্য়ু হয় ?

উত্তৰঃ অসম সাহিত্য় সভাৰ তিনিচুকীয়া আৰু ডিফু অধিৱেশনৰ সভাপতি সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্য়ু হয় ।

১৪। সীতানাথ ব্ৰহ্মচৌধুৰীৰ কিমান চনত মৃত্য়ু হয় ?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ ১৯৮২ চনত মৃত্য়ু হয় ।

১৫। গাওঁ সংগঠন নামৰ সীতানাথ ব্ৰহ্মচৌধুৰী ক’ত ৰচনা কৰি থৈ গৈছে ?

উত্তৰঃ গাওঁ সংগঠন নামৰ সীতানাথ ব্ৰহ্মচৌধুৰী আন এখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে ।

১৬। সীতানাথ ব্ৰহ্মচৌধুৰীৰ কাব্য়ৰ সুৰ কি আছিল ?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ কাব্য়ৰ সুৰ কোমল আৰু নিৰহ-নিপানী আছিল ।

১৭। নিচেই শিশুকালতেই  কোনে কাব্য় প্ৰতিভাই প্ৰকাশৰ বাট বিচাৰি লয় ?

উত্তৰঃ নিচেই শিশুকালতেই সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কাব্য় প্ৰতিভাই প্ৰকাশৰ বাট বিচাৰি লয় ।

১৮। ৰোমাণ্টিক কবিসকলৰ ভিতৰৰে উল্লেখযোগ্য় কবিজনৰ নাম কি ?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী ৰোমাণ্টিক কবিসকলৰ ভিতৰৰে উল্লেখযোগ্য় কবি ।

১৯। অন্বেষণ কবিতাটোত কি পানীৰে ক’ত দুজনাৰ স’তে এৰা-এৰি ?

উত্তৰঃ অন্বেষণ কবিতাটোত চকুৰ পানীৰে ক’ত দুজনাৰ স’তে এৰা-এৰি ।

২০। কলমকলি কাব্য়খন কোনে ৰচনা কৰিছে ?

উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰিছে । 

Type By Chandana Bora 

Check: Himashree Bora.

Post ID: DABP004218