SEBA Class 9 Science Chapter 10 মহাকৰ্ষণ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

মহাকৰ্ষণ

Chapter 10

১) আৰ্কিমিডিচ এগৰাকী কি আছিল ?
উত্তৰ ঃ গ্ৰীক বিজ্ঞানী।

২) Gৰ গৃহীত মান আছেনে ?
উত্তৰ ঃ আছে।

৩) বিশ্বজনীন ধ্ৰুৱক বুলি কোনতোক কোৱা হয় ?
উত্তৰ ঃ G।

৪) সমানুপাতিক ধ্ৰুৱ কোনতো ?
উত্তৰ ঃ G।

৫) আইজাক নিউটনৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰ ঃ ১৬৪২ চনত ।

৬) আইজাক নিউটনে কি নামৰ গণিতৰ এটা নতুন শাখা আৱিষ্কাৰ কৰিছিল ?
উত্তৰ ঃ গোলক গণিত।

৭) কিমান খ্ৰীঃৰ বহুতো জ্যোতিৰ্বিদে গ্ৰহবোৰৰ গতিৰ সম্পৰ্কত বহুতো তথ্য সংগ্ৰহ কৰিছিল ?
উত্তৰ ঃ ১৬ খীঃৰ।

৮) তৰল কাক বোলে ?
উত্তৰ ঃ সকলো জুলীয়া আৰু গেচীয় পদাৰ্থকে তৰল বোলে।

৯) পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ হয় নে ?
উত্তৰ ঃ নহয়।

১০) প্লাবিতা মানে কি ?
উত্তৰ ঃ পানীয়ে প্ৰয়োগ কৰা ৰ্ঊধমুখী বলকে প্লাবিতা বোলে।

১১) সকলো বস্তুৱেই তৰলত ডুবালে কি বল অনুভৱ কৰে ?
উত্তৰ ঃ প্লাবিতা বল।

১২) ঘনত্ব কাক বোলে ?
উত্তৰ ঃ পদাৰ্থৰ একক আয়তনৰ ভৰক ঘনত্ব বোলে।

১৩) পদাৰ্থৰ চাৰিত্ৰিক ধৰ্মবোৰৰ এটা অন্যতম ধৰ্ম কি ? 
উত্তৰ ঃ ঘনত্ব।

১৪) ঘনত্ব একক কিমান ?
উত্তৰ ঃ কিল’গ্ৰাম প্ৰতি ঘনমিটাৰ ।

১৫) নিউটনে এদিন গছৰ তলত বহি থাকোতে কি সৰি তেওঁৰ গাতে পৰিছিল ?
উত্তৰ ঃ  আপেল।

১৬) সোণৰ ঘনত্ব কিমান ?
উত্তৰ ঃ 19300।

১৭) পানীৰ ঘনত্ব কিমান ?
উত্তৰ ঃ 1000।

Type : Dimpi Bora