SEBA Class 9 Science Chapter 11 কাৰ্য আৰু শক্তি Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

কাৰ্য আৰু শক্তি

Chapter 11

১) বহুতো প্ৰাকৃতিক পৰিঘটনাৰ তাতপৰ্য বুজাত সহায় কৰিব পৰা আন এটা ধাৰণা কি ?
উত্তৰ ঃ কাৰ্য।

২) কাৰ্যৰ একক নিউটন কি ?
উত্তৰ ঃ
 মিটাৰ বা জুল।

৩) কাৰ্য সম্পাদনৰ বাবে কেইচা চৰ্ত পূৰণ হ’ব লাগে ?
উত্তৰ ঃ 
দুটা ।

৪) দুটা দিশৰ মাজৰ কোণ কিমান ডিগ্ৰী হ’ব ?
উত্তৰ ঃ 180 ডিগ্ৰী ।

৫) শক্তিৰ বৃহত্তম প্ৰাকৃতিক উতস কি ?
উত্তৰ ঃ
 সূৰ্য।

৬) বলে কৰা কাৰ্য কি হ’ব পাৰে ?
উত্তৰ ঃ 
ধনাত্মক আৰু ঋনাত্মক ।

৭) শক্তিৰ একক কাৰ্য কি ?
উত্তৰ ঃ জুল।

৮) 1জুল শক্তি বুলিলে কি বুজা ?
উত্তৰ ঃ  কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিকেই 1জুল শক্তি বুলি কোৱা হয়।

৯) জেম্ছ প্ৰেছে্কট্  জুল এজন কি আছিল ?
উত্তৰ ঃ 
মহান বৃটিছ পদাৰ্থবিজ্ঞানী।

১০) কি নামৰ শক্তিৰ ডাঙৰ একক এটাৰ প্ৰচলন আছে ?
উত্তৰ ঃ 
কিল’জুল।

১১) জেমছ প্ৰেছকট জুলৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰ  ঃ
১৮১৮ চনত।

১২) জেম্ছ প্ৰেছ্কট জুলৰ কিমান চনত মৃত্যু হৈছিল ?
উত্তৰ ঃ
 ১৮৮৯ চনত।

১৩) বস্তু এটাৰ গতিশক্তি কিহৰ সৈতে বৃদ্ধি হয় ?
উত্তৰ ঃ
 দ্ৰুতিৰ সৈতে।

১৪) স্থিতিশক্তি বুলিলে কি বুজা ?
উত্তৰ ঃ
 কোনো বস্তুৱে তাৰ অৱস্থান বা অবয়ৱৰ বিন্যাসৰ বাবে আহৰণ কৰা শক্তিকে স্থিতিশক্তি বোলে।

১৫) গতিশক্তি মানে কি ?
উত্তৰ ঃ গতিৰ বাবে কোনো বস্তুৱে লাভ কৰা শক্তিকে গতিশক্তি বোলে।

১৬) কাৰ্যৰ একক কি  ?
উত্তৰ ঃ জুল।

১৭) গতিশীল বস্তুত কি নিহিত থাকে ?
উত্তৰ ঃ শক্তি।

১৮) ক্ষমতাৰ এচ আই একক কি ?
উত্তৰ ঃ 
ৱাট।

Type : Dimpi Bora