SEBA Class 9 Science Chapter 12 শব্দ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

শব্দ

Chapter 12

১) বিভিন্ন বস্তু কিহৰ বাবে শব্দ উতপত্তি হয় ?
উত্তৰ ঃ শক্তি ।

২)মাধ্যম মানে কি ?
উত্তৰ ঃ যি পদাৰ্থ বা বস্তুৰ মাজেৰে শব্দৰ সঞ্চালন হয় তাক মাধ্যম বোলে ।

৩) শব্দ এবিধ কি ?
উত্তৰ ঃ
 যান্ত্ৰিক তৰংগ

৪) শব্দ সঞ্চালিত হোৱা আটাইতকৈ সাধাৰণ মাধ্যমটো কি ?
উত্তৰ ঃ
 বায়ু

৫) কিহৰ বাহ্যি্ক অংশক কৰ্ণপালি বোলে ?
উত্তৰ ঃ
 কাণৰ

৬) কি বস্তুৱে শব্দৰ সৃষ্টি কৰে ?

উত্তৰ ঃ স্পন্দনশীল

৭) কম্পন কি ?
উত্তৰ ঃ কম্পন হৈছে কোনো বস্তুৰ দ্ৰুতভাৱে অগা -পিঠা হৈ থকা এবিধ গতি

৮) তেওঁ কোনখন বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল ?

উত্তৰ ঃ বাৰ্লিন বিশ্ববিদ্যালয়ত

৯) হেনৰিছ ৰুডলফ্ হাৰ্টজৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ ঃ
 ১৮৫৭ চনত

১০)  ভৌতিক মাধ্যমৰ মাজেৰে শব্দ কি ৰূপত সঞ্চালিত হয় ?
উত্তৰ ঃ অনুদৈঘ্য তৰংগৰ

১১) মাধ্যমৰ অনুত্ৰুমিক সংকোচন আৰু তনূভৱন হিচাপে কি সঞ্চালিত হয় ?
উত্তৰ ঃ শব্দ

১২) মানুহৰ শ্ৰাব্য সীমাৰ প্ৰসাৰ কিমানৰ পৰা কিমানলৈ ?
উত্তৰ ঃ 20 হাৰ্জাৰৰ পৰা 20,000 হাৰ্জৰ

১৩) কি সহায়ৰ যন্ত্ৰ হৈছে বেটেৰী চালিত এবিধ ইলেকট্ৰনিক সঁজুলি ?
উত্তৰ ঃ
 শ্ৰৱণ যন্ত্ৰ

১৪) কাণেৰে কম শুনা ব্যক্তিক কিহৰ সহায়ক যন্ত্ৰৰ প্ৰয়োজন হয় ?
উত্তৰ ঃ
শ্ৰৱণ যন্ত্ৰ

১৫) কণাবিলাক থূপ খোৱা অঞ্চলবোৰ কি অঞ্চল  ?  
উত্তৰ ঃ সংকোচন অঞ্চল

১৬) শব্দৰ নিৰ্বন্ধ ঘটোৱা পুনঃ পুনঃ প্ৰতিফলনক কি বুলি কোৱা হয় ?
উত্তৰ ঃ অমুৰণন

১৭) এটা কম্পনাংকৰ শব্দক কি বোলে ?
উত্তৰ ঃ
 স্বৰ

১৮) মাধ্যমৰ মাজেৰে শব্দ সীমিত কিহেৰে সঞ্চালিত হয় ?
উত্তৰ ঃ
 দ্ৰুতিৰে

১৯) কি শব্দ এটাই গুণ উচ্চ বুলি কোৱা হয় ?
উত্তৰ ঃ
 শুৱলা

Type by : Dimpi Bora