SEBA Class 9 Science Chapter 13 আমি অসুস্থ হওঁ কিয় Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

আমি অসুস্থ হওঁ কিয়

 Chapter 13 

১) তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা ?

উত্তৰ ঃ যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আত্ৰুান্ত হয় ।

২) শৰীৰত কি বেমাৰ ৰোগ বেলেগ বেলেগ হয়  ?
উত্তৰ ঃ একিউট আৰু ক্ৰনিক ।

৩) জীৱৰ দেহ কি কলাৰ সমষ্টি ?
উত্তৰ ঃ অসংখ্য ।

৪) ৰোগ সৃষ্টি কৰা জীৱসমূহৰ ওপৰত নিৰ্ভৰ কৰি কি ব্যৱস্থা কৰা হয় ?
উত্তৰ ঃ চিকিৎসালয় ।

৫) ৰোগৰ সৰ্বব্যাপিৰ ওপৰত নিৰ্ভৰ কৰি কি ৰোগত শ্ৰেণীবিভাজন কৰা হৈছে ?

উত্তৰ ঃ একিউট্ আৰু ক্ৰ’নিক ।

৬) ৰোগৰ নিৰ্মূলকৰণতকৈ কি বেছি প্ৰয়োজন ?
উত্তৰ ঃ নিবাচন ।

৭) কেতিয়াবা ৰোগক কি হিচাপে ভাগ কৰা হয় ?
উত্তৰ ঃ সংক্ৰামক আৰু অসংক্ৰামক ।

৮) সংক্ৰামক ৰোগসমূহ কিহৰ  দ্বাৰা নিৰ্মূল কৰিব পাৰি ?
উত্তৰ ঃ ছিটাকৰণৰ দ্বাৰা ।

৯) বলিয়া কুকুৰ নাইবাআন প্ৰাণীয়ে কামূৰিলে কি ভাইৰাজ বিয়পে ?
উত্তৰ ঃ ৰেবিছ ভাইৰাজ । 

১০) সংক্ৰামক অভিকৰ্তাবোৰ জনস্বাস্থ্যবিধিৰদ্বাৰা নাইকিয়া কৰি কি ৰোগ নিবাৰণ কৰিব পাৰি ?
উত্তৰ ঃ সংক্ৰামক ৰোগ ।

১১) কিছুমান হেপাটাইটিছ ভাইৰাছে পানীৰদ্বাৰা কি ৰোগ সৃষ্টি কৰে ?
উত্তৰ ঃ জন্দিছ ৰোগ ।

১২) ভেক্চিন শব্দটো কোনে প্ৰৱৰ্ত্তন কৰিছিল ?
উত্তৰ ঃ এডৱাৰ্ড জেন। 

১৩) ভেকচিন লেটিন শব্দ কিহৰ পৰা আহিছে ? 
উত্তৰ ঃ ভেকা।

১৪) কোনো অণুজীৱ নাইবা ছিটাৰ দ্বাৰা প্ৰাণীদেহ আক্ৰান্ত হ’লে কি সৃষ্টি হয় ?
উত্তৰ ঃ অসংক্ৰাম্যতাৰ।

১৫) পৰৱৰ্তী আক্ৰমণৰ সময়ত সঞ্চিত কোষবোৰে কিহৰ বীজাণুসমুহ ধ্বংস কৰে ?
উত্তৰ ঃ আক্ৰমণকাৰী।

১৬) কেনো এজন ব্যক্তিয়ে তেওঁৰ জীৱন কালত কি লাভ কৰে?
উত্তৰ ঃ অসংক্ৰাম্যতা।

১৭) সংক্ৰামক ৰোগ নিবাৰণৰ ক্ষেত্ৰত কেই প্ৰকাৰৰ সীমাবদ্ধতা আছে ?
উত্তৰ ঃ তিনি প্ৰকাৰৰ।

১৮) কি জাতীয় জীৱবোৰে দ্ৰুতগতিত বংশবৃদ্ধি কৰে ?
উত্তৰ ঃ ভাইৰাজ, বেক্টেৰিয়া আৰু ভেকুঁৰ।

১৯) ৰবিন ৱাৰেনৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ ঃ ১৯৩৭ চনত।

২০) বেৰী মাৰ্চেলৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰ ঃ ১৯৫১ চনত।

Type : Dimpi Bora