SEBA Class 9 Science Chapter 14 প্ৰাকৃতিক সম্পদ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

প্ৰাকৃতিক সম্পদ

Chapter 14

১) পানীভাগৰ পৰিমাণ শতকৰা কিমান ভাগ ?
উত্তৰ ঃ 75 ভাগ।

২) জীৱসমূহে বসবাস কৰা সমগ্ৰ অঞ্চলতোক কি বুলি কোৱা হয় ?
উত্তৰ ঃ জীৱমণ্ডল।

৩) পৃথিৱীৰ খোলাটোৰ ওপৰিভাগৰ কঠিন অংশটোক কি বুলি কোৱা হয় ?
উত্তৰ ঃ স্থলমণ্ডল ।

৪) জীৱমণ্ডলত থকা সকলোবিলাক জীৱক একেলগে কি বুলি কোৱা হয় ?
উত্তৰ ঃ জৈৱিক উপাদান।

৫) জীৱমণ্ডলত জীৱসমূহে কাৰ লগত ক্ৰিয়া-বিক্ৰিয়া কৰি থাকে ?
উত্তৰ ঃ পাৰিপাৰ্শ্বিকতা লগত।

৬) বায়ুএবিধ কি পদাৰ্থ ?
উত্তৰ ঃ মিশ্ৰ পদাৰ্থ।

৭) কাৰ্বনডাই অক্সাইডৰ শতকৰা পৰিমান কিমান ?
উত্তৰ ঃ 95-97 ভাগ।

৮) মাটি  আৰু জলভাগৰ ওপৰিভাগত অসমভাৱে বায়ুভাগ গৰম হোৱাৰ ফলত কি বল ?
উত্তৰ ঃ বতাহ।

৯) কিছুমান সামুদ্ৰিক প্ৰাণীয়ে পানীত দ্ৰৱীভূত কি ব্যৱহাৰ কৰি সিহঁতৰ দেহৰ খোলা গঠন কৰে ?
উত্তৰ ঃ কাৰ্বনেট।

১০) বনাঞ্চল জ্বলোৱা আৰু ইন্ধন দহনৰ ফলত যথেষ্ট পৰিমাণে কি উতপন্ন হয় ?
উত্তৰ ঃ কাৰ্বনডাই অক্সাইড

১১) সেউজীয়া উদ্ভীদে সূৰ্যৰ পোহৰৰ অপস্থিতিত কাৰ্বনডাই অক্সাইডৰ পৰা কি উতপন্ন কৰে
উত্তৰ ঃ গ্লক’জ।

১২) মাহজাতীয় উদ্ভদৰ শিপাত থকা কি নামৰ টেমুনাবোৰত বেক্টেৰিয়া বাস কৰে  ?
উত্তৰ ঃ ন’ডিওল।

১৩) মাটি এবিধ কি পৰ্দাথ ?
উত্তৰ ঃ মিশ্ৰ পদাৰ্থ।

১৪) বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ শতকৰা পৰিমান কিমান ভাগ ?
উত্তৰ ঃ 78 ভাগ।

১৫) শিলাস্তৰৰ মাজেদি পানী বৈ যাওঁতে কি পদাৰ্থ দ্ৰৱীভূত হয় ?
উত্তৰ ঃ খনিজ পদাৰ্থ।

১৬) বায়ুমণ্ডলত অক্সিজেনৰ  শতকৰা পৰিমান কিমান ?
উত্তৰ ঃ ২১

১৭) আমাৰ পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা মৌলটো কি ?
উত্তৰ ঃ  অক্সিজেন।

১৮) পৃথিৱীৰ উত্তাপ বাঢ়ি যোৱাৰ কাৰণে কি উষ্ণতা বৃদ্ধি পাইছে ?
উত্তৰ ঃ গোলকীয় উষ্ণতা ।

১৯) মাটিৰ লৱণৰ লগত মুক্ত হৈ কি যৌগ গঠন হয় ?
উত্তৰ ঃ নাইট্ৰেট যৌগ।

Type : Dimpi Bora