SEBA Class 9 Science Chapter 15 খাদ্য সম্পদৰ উৎকৰ্ষ সাধন Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন 

Chapter 15

১) আমাৰ খাদ্যৰ প্ৰাণীজ প্ৰ’টিনৰ প্ৰধান উৎস কি ?

উত্তৰঃ মাছ ।

২) ভাৰতবৰ্ষখন কি ৰাষ্ট্ৰ ?
উত্তৰঃ 
জনবহুল ৰাষ্ট্ৰ।

৩) ভাৰতবৰ্ষৰ সামূদ্ৰিক মীনক্ষেত্ৰখনত কিমান কিঃ কিঃ উপকূল অঞ্চল আৰু গভীৰ সমূদ্ৰ অঞ্চল সামৰি লোৱা হয় ?
উত্তৰঃ ৭৫০০ কিঃ মিঃ ।

৪) মৌ পালন মানে কি ?
উত্তৰ ঃ খেতি ।

৫) কিহৰ উৎপাদনৰ কাৰণে ঘৰচীয়া হাঁহ-কুকুৰ পালন কৰা হয় ?
উত্তৰ ঃ
 কণী

৬)মিশ্ৰিত মীন পালনৰ এটা সমস্যা কি ?
উত্তৰঃ 
ইয়াৰ বহুত কেইটা প্ৰজাতিয়ে গ্ৰীষ্মকালতহে প্ৰজনন কৰে ।

৭)আন এক প্ৰথা কি ?
উত্তৰঃ শস্যাৱৰ্তন ।

৮) অপতৃণ কি ?
উত্তৰঃ অপতৃণ হল কৃষিভূনিত উৎপন্ন হোৱা অবাঞ্চিত উদ্ভিদ ।

৯) উদ্ভিদৰ বাবে প্ৰায় কিমান বিধ অনুপোষকৰ প্ৰয়োজন ?
উত্তৰ ঃ
 ১৬ বিধ 

১০) উদ্ভিদৰ কিছুমান বেমাৰ অনুজীৱ কিহৰ দ্বাৰা হয় ?
উত্তৰঃ 
বেক্টেৰিয়া, ভেঁকুৰ আৰু ভাইৰাচৰ দ্বাৰা হয় ।

১১) জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত হোৱা শস্য বোৰক কি শস্য বুলি কোৱা হয় ।
উত্তৰ ঃ
 খাৰিফ শস্য বুলি কোৱা হয় ।

১২) কৃত্ৰিম সাৰ কি ?
উত্তৰ ঃ
 কৃত্ৰিম সাৰ হল ব্যৱসায়িক ভিত্তিক প্ৰস্তুত কৰা উদ্ভিদৰ অনুপোষক ।

১৩) নবেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত হোৱা শস্য বোৰক কি শস্য বুলি কোৱা হয় ? 
উত্তৰঃ 
ৰবি শস্য বুলি কোৱা হয় ।

১৪) ভাৰতবৰ্ষই যোৱা কিমান চনৰ পৰা কিমান চনৰ ভিতৰত কৃষিভুমিৰ ২৫% বৃদ্ধি কৰি খাদ্য শস্যৰ উৎপাদন পাৰিগুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে  ?
উত্তৰ ঃ
 ১৯৬০-ৰ পৰা ২০০৪  চনৰ ভিতৰত ।

১৫) কি পদ্ধতিৰ সহায়ত উল্লেখিত গুণবিশিষ্ট সঁচৰ উদ্ভাৱন কৰিব পাৰি ?
উত্তৰ ঃ
 বৰ্ণ সংকৰণ পদ্ধতিৰ সহায়ত ।

১৬) বৰ্ণ সংকৰণ কি ?
উত্তৰ ঃ বৰ্ণ সংকৰণ হল জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ধিদৰ মাজত কৰা প্ৰজন্ন পদ্ধতি ।

১৭) কৃত্ৰিম সাৰে কি যোগান ধৰে ?
উত্তৰ ঃ
 কৃত্ৰিম সাৰ্ নাইট্ৰ’জেন, ফচফৰাচ আৰু পটাছিয়ামৰ যোগান ধৰে ।

১৮) দিপ্তীকাল কি ?
উত্তৰ ঃ
 দিপ্তীকাল হল সূৰ্যৰ পোহৰৰ ওপৰত নিৰ্ভৰশীল হোৱা এক প্ৰক্ৰিয়া ।

Type : Dimpi Bora