SEBA Class 9 Science Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে

Chapter 2

১) বাস্পীভৱন প্ৰক্ৰিয়া হৈছে এটা-
উত্তৰ ঃ
ভৌতিক প্ৰক্ৰিয়া।

২) বিশুদ্ধ পদাৰ্থবোৰত কেইটা উপাদান থাকে?
উত্তৰ ঃ
 এটা ।

৩) দ্ৰৱণৰ কেইটা উপাদান থাকে?
উত্তৰ ঃ দুটা।

৪) বায়ু এবিধ কি পদাৰ্থ?
উত্তৰ ঃ গেছীয় পদাৰ্থ।

৫)  দ্ৰৱণৰ উপাদান কেইটা কি কি?
উত্তৰ ঃ  দ্ৰাৱক আৰু দ্ৰৱ।

৬)  মৌল শব্দ কোনজন বিজ্ঞানীয়ে প্ৰথমতে ব্য়ৱহাৰ কৰিছিল?
উত্তৰ ঃ
 ৰ’বাৰ্ট ব’য়েল।

৭) তলৰ কোনবিধৰ দ্য়ুতি বা চিক্মিকনি আছে?
উত্তৰ ঃ
 ধাতুৰ।

৮)  দ্ৰৱণ এটা কি ?
উত্তৰ ঃ
 সমসত্ব মিশ্ৰণ।

৯) নিমখ ক’ৰ পৰা পৃথক কৰিব পাৰি?
উত্তৰ ঃ সাগৰৰ পাৰ।

১০) কোনবোৰ কণিকা ই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰি ?
উত্তৰ ঃ
 প্ৰলম্বিত কণিকাবোৰে।

১১) প্ৰলম্বন এবিধ কি ?
উত্তৰ ঃ
অসমসত্ব মিশ্ৰণ।

১২) সাধাৰণ উষ্ণতাত মৌল গেছীয় কেইটা?
উত্তৰ ঃ
 এঘাৰতা।

১৩)  সৰ্বসাধাৰণ মানুহৰ মতে “বিশুদ্ধ” মানে কি নথকা বস্তু?
উত্তৰ ঃ ভেজাল নথকা বস্তু।

১৪) বাষ্পীভৱন কি প্ৰক্ৰিয়া?
উত্তৰ ঃ ভৌতিক প্ৰক্ৰিয়া।

১৫)  সাধাৰণ উষ্ণতাত তৰল হৈ থকা মৌলৰ দুবিধৰ নাম কি কি?
উত্তৰ ঃ
 মাৰকিউৰি আৰু ব্ৰ’মিণ।

১৬) ছ’ডা পানী তলৰত কি পদাৰ্থৰ মিশ্ৰণ?
উত্তৰ ঃ
 গেছীয় পদাৰ্থৰ।

১৭) বেছিভাগ মৌল কি ?
উত্তৰ ঃ
 গোটা বা কঠিন।

১৮) পোহৰ ৰশ্মি বিচ্ছুৰণ হোৱা ক্ৰিয়াটোক কি বুলি কোৱা হয়?
উত্তৰ ঃ
 টিণ্ডেল ক্ৰিয়া।

১৯)  দহন এবিধ কি ?

উত্তৰ ঃ ভৌতিক পৰিবৰ্তন।

২০) বায়ুৰ পৰা অক্সিজেন গেছ পাবলৈ আমি আন গেছবিলাক কি কৰিব লাগিব?
উত্তৰ ঃ
 আনবিলাক গেছ পৃথক কৰিব লাগিবটডড।

Type: Dimpi Bora