SEBA Class 9 Science Chapter 4 পৰমাণুৰ গঠন  Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

পৰমাণুৰ গঠন 

Chapter 4

১) কোনবোৰ পদাৰ্থ গঠনৰ একো একোটা মূল গোট?
উত্তৰ ঃ অণু আৰু পদাৰ্থবোৰ।

২) জে জে থমছনে উপপাৰমাণৱিক কণাবোৰক কি হিচাপে চিনাক্ত কৰিছিল?
উত্তৰ ঃ
ইলেক্ট্ৰন।

৩) পৰমাণুৰ গঠনৰ আৰ্হি উপস্থাপন কৰা প্ৰথমজন বিজ্ঞানী আছিল-
উত্তৰ ঃ
জে জে থমছন।

৪) পৰমাণুত আধানযুক্ত কেন্দ্ৰ এটা থাকে আৰু সেইটোৰ নাম হ’ল-
উত্তৰ ঃ
ধনাত্মক আধানযুক্ত।

৫) পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে, সেইটোক কি বুলি কোৱা হয়?
উত্তৰ ঃ
নিউক্লিয়াছ।

৬) জে জে থমছনৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?
উত্তৰ ঃ
1856 চনৰ 18 ডিচেম্বৰ তাৰিখে।

৭) 1932 চনত কোনজন বিজ্ঞানীয়ে আন এবিধ উপ পাৰমাণৱিক কণা আৱিস্কাৰ কৰিছিল যাৰ আধান নাছিল ভৰ প্ৰটনৰ ভৰৰ প্ৰায় সমান-
উত্তৰ ঃ
জে ছাডউইকে।

৮) 1908 চনত ৰসায়ন বিজ্ঞানত ন’বেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি?
উত্তৰ ঃস্প্ৰিং গ্ৰ’ভ।

৯) 1922 চনত পৰমাণুৰ গঠনৰ ওপৰত কৰা গৱেষণাৰ বাবে ন’বেল বঁটা কোনে পাইছিল?

উত্তৰ ঃ কোপেন হ্গেনত নীয়েল  ব’ৰে।

১০) স্প্ৰিং গ্ৰ’ভ ৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?
উত্তৰ ঃ
 1871 চনৰ 30 আগষ্টৰ তাৰিখে।

১১) নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়?
উত্তৰ ঃ
স্প্ৰিং গ্ৰ’ভ।

১২) পদাৰ্থৰ বহিৰতম কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্য়া-
উত্তৰ ঃ
8 টা।

১৩) আয়ডিনৰ এটা সমস্থানিক কি ৰোগৰ চিকিৎসাত ব্য়ৱহাৰ কৰা হয়?
উত্তৰ ঃগৰল ৰোগত।

১৪) হাইড্ৰ’জেনৰ কিমানবিধ পৰমাণু আছে?
উত্তৰ ঃতিনিবিধ।

১৫) ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই কি আৱিস্কাৰ কৰিছিল?
উত্তৰ ঃ
ইলেক্ট্ৰন।

১৬) পৰমাণু এটাৰ কোনটো অংশত প্ৰ’টন থাকে?
উত্তৰ
 ঃনিউক্লিয়াছ অংশত।

১৭)   জে জে থমছনে কিমান বছৰ ধৰি কেমব্ৰিজত থকা কেভেণ্ডিছ পৰীক্ষাগাৰক পথ নিৰ্দেশনা দি আহিছিল?
উত্তৰ ঃ
৩৫ বছৰ।

১৮) যোজ্য়তা হ’ল-
উত্তৰ ঃ
পৰমাণু এটাৰ যোজিত হ’ব পৰা ক্ষমতা।

Type : Dimpi Bora