SEBA Class 9 Science Chapter 5 জীৱৰ মৌলিক একক Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

 জীৱৰ মৌলিক একক

Chapter 5

১) কৰ্ক হ’ল-

উত্তৰ ঃ এবিধ ৰাসায়নিক বিক্ৰিয়া ।

২) লেটিন শব্দ “Cell” ৰ অৰ্থ কি?
উত্তৰ ঃ সৰু সৰু খোটাঁলি।

৩) কিমান চনত ৰবাৰ্ট হুক এ পোন প্ৰথনে কোষ আৱিষ্কাৰ কৰিছিল ? 
উত্তৰ ঃ 1665 খ্ৰীষ্টাব্দত।

৪) আমি অণুজীৱসমূহ কিহৰ দ্বাৰা দেখা পাব পাৰোঁ?
উত্তৰ ঃ অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা।

৫) কিমান খ্ৰীষ্টাব্দত কোষত কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল?
উত্তৰ ঃ 1831 খ্ৰীষ্টাব্দ।

৬) কোষত কোনে কোষকেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল?
উত্তৰ ঃ ৰবাৰ্ট ‘ব্ৰাউনে।

৭) তলৰ কোনবিধ উপাদান কোষকেন্দ্ৰত থাকে?
উত্তৰ ঃক্ৰম’জ’ম।

৮) কেমিল’ গলজি কিমান চনত জন্ম হৈছিল?
উত্তৰ ঃ 1843 চনত।

৯) কোষকেন্দ্ৰক আৱৰি ৰখা আৱৰণখনক কি বুলি কোৱা হয়?
উত্তৰ ঃ কোষ কেন্দ্ৰাৱৰণ।

১০) প্লাষ্টিডবিলাক কেৱল কোনটো জীৱৰ দেহত পোৱা যায়?

উত্তৰ ঃ উদ্ভিদ ৰ দেহত।

১১) প্লাষ্টিড কেইপ্ৰকাৰৰ?
উত্তৰ ঃ দুই প্ৰকাৰৰ।

১২) কোষ কি?উত্তৰ ঃ এবিধ জীৱৰ দেহ গঠনৰ মৌলিক একক।

১৩) তলৰ কোনবিধ বেক্টেৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাবে আখ্য়া দিয়া হয়?
উত্তৰ ঃ মাইট’কন্ড্ৰিয়া।

১৪) লিপিড আৰু প্ৰ’টিনৰ দ্বাৰা গঠিত কোষাৱৰণখনে কোষ একোটাক কি কৰি ৰাখে?
উত্তৰ ঃ আবৃত কৰি ৰাখে।

১৫) ভাইৰাচক কিয় জীৱ বুলি আখ্য়া দিয়া নহয়?
উত্তৰ ঃ ইয়াৰ কোনো আৱৰণ নথকাৰ বাবে।

১৬) তলৰ কোন দুজন জীৱবিজ্ঞানীয়ে মত পোষণ কৰিছিল যে সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীয়েই কোষেৰে গঠিত।
উত্তৰ ঃ শ্লেইডেন আৰু স্বোৱান।

১৭) সকলো জীৱৰ দেহ একেধৰণৰ কোষেৰে গঠিত হয়নে?
উত্তৰ ঃ নহয়।

১৮) মাইট্ৰ’কণ্ড্ৰিয়াৰ এটা উল্লেখযোগ্য় বৈষিষ্ট্য়পূৰ্ণ চৰিত্ৰ হ’ল-
উত্তৰ ঃ ইহঁতৰ নিজৰ ডি এন এ আৰু ৰাইব’জ’ম থাকে।

Type : Dimpi bora