SEBA Class 9 Science Chapter 6 ক’লা Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

 কলা 

Chapter 6

১) জটিল স্থায়ী কি কলা  ?
উত্তৰ ঃ
 স্থায়ী কলা।

২) ফ্লোৱেম কেইবিধ কোষেৰে গঠিত?
উত্তৰ ঃ
 চাৰিটা কোষেৰে গঠিত।

৩) উদ্ভিদৰ দেহত থকা সৰহখিনি কি কলা ?
উত্তৰ ঃ
 মৃত।

৪) কোনবিধ জটিল কলাৰ উদাহৰণ?
উত্তৰ ঃ ফ্লোৱেম।

৫) ফ্লোৱেম কেইবিধ কোষেৰে গঠিত?
উত্তৰ ঃ চাৰিবিধ।

৬) ট্ৰেকাইড আৰু নলীকাবিলাকৰ গঠন কেনেকুৱা?
উত্তৰ ঃ
 চুঙাকৃতিৰ।

৭) আচ্ছাদক কলা কি?
উত্তৰ 
প্ৰাণীৰ দেহক সুৰক্ষা দিয়া বাহ্য়িক আৱৰণ।

৮) প্ৰাণীৰ হৃদযন্ত্ৰটো অনবৰতে কেনেকুৱা হৈ থাকে?
উত্তৰ ঃসংকোচন আৰু প্ৰসাৰণ।

৯) তলৰ কোনদুবিধ আমাৰ শৰীৰত পোৱা কলা?
উত্তৰ ঃ
 পোশী আৰু তেজ।

১০) কোনবিধ  এবিধ বিশেষধৰণৰ জুলীয়া সংযোজক কলা?
উত্তৰ ঃ
  তেজ বা ৰক্ত।

 ১১) উদ্ভিদৰ পাতৰ বহিঃস্তকখনত আমি ঠায়ে ঠায়ে কিছুমান সৰু সৰু ৰন্ধ্ৰ দেখা পাওঁ এইবোৰক কি বুলি কোৱা হয়?
উত্তৰ ঃ পত্ৰৰন্ধ্ৰ।

১২) উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি গেছ প্ৰয়োজন হয়?
উত্তৰ ঃ কাৰ্বন ডাই অক্সাইড গেছ।

১৩) পত্ৰৰন্ধ্ৰবিলাকক কেইটা কোষেৰে আগুৰি ৰাখে?
উত্তৰ ঃ
 দুটা।

১৪) উদ্ভিদৰ শিপাৰৰ বহিঃস্তকখনৰ কাম কি?
উত্তৰ ঃ
 পানী শোষণ কৰা।

১৫) পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষকেইটাক কি বুলি কোৱা হয়?
উত্তৰ ঃ ৰক্ষীকোষ।

১৬) মস্তিকত কি কলা থাকে?
উত্তৰ ঃ স্নায়ু কলা।

১৭) চকুৰ আইৰিছত কেনেধৰণৰ পেশী পোৱা যায়?
উত্তৰ ঃ
 অৰেখিত পেশী।

১৮) এটা কোষত কেইটা কোষকেন্দ্ৰ পোৱা যায়?
উত্তৰ ঃ
 এটা।

১৯) হৃদযন্ত্ৰৰ বেৰ কেনেধৰণৰ পেশীকলাৰ দ্বাৰা গঠিত?
উত্তৰ ঃ হৃদপেশী।

২০) জুলিয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি ?
উত্তৰ ঃ
 তেজ।

২১) তেজৰ অৰ্দ্ধজুলীয়া আধাৰ দ্ৰব্যক কি বোলে ?
উত্তৰ ঃ
 প্লাজমা।

২২) পেশী আৰি অস্থিক কি কলাই সংযোগ কৰে ?
উত্তৰ ঃ
 টেণ্ডল কলাই।

Type : Dimpi Bora