SEBA Class 9 Science Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

 বল আৰু গতি বিষয়ক সূত্ৰসমূহ

Chapter 9

১) গেলিলিও কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৫৬৪ চনত ।

২) গেলিলিও এজন কি শিল্পী আছিল?

উত্তৰঃ হস্ত শিল্পী ।

৩) তলৰ কোনটো নিউটনৰ শুদ্ধ চিহ্ন?

উত্তৰঃ N ।

৪) গেলিলিও জন্ম হোৱা ঠাইখনৰ নাম কি?

উত্তৰঃ ইটালীৰ পিচা নামৰ ঠাই এখনত ।

৫) এলানি দূৰবীক্ষণ কোনে পোনপ্ৰথমে তৈয়াৰ কৰিছিল?

উত্তৰঃ ছাৰ আইজাক নিউটন ।

৬) দোলন ঘড়ী সাজি উলিওৱা প্ৰথমজন বিজ্ঞানীৰ নাম কি আছিল?

উত্তৰঃ  Not a single one is correct ।

৭) কিমান খ্ৰীষ্টাব্দত গেলিলিও গেলিলিও এ পাদুৱা বিশ্ববিদ্য়ালয়ত নিযুক্তি পাইছিল?

উত্তৰঃ  1592 খ্ৰীঃত ।

৮) বলৰ একক কি?

উত্তৰঃ  নিউটন ।

৯) ভৰ 2 কিঃগ্ৰা বস্তু এটা ঘৰ্ষণ কম পথালি টেবুলত 4 মিটাৰ/ছেনিং স্থিৰ বেগৰ সৈতে পিছলি আছে। বস্তুটো একে বেগেৰে চলাচল কৰি ৰাখিবলৈ প্ৰয়োজনীয় বল হৈছে-

উত্তৰঃ  0 N ।

১০) যেতিয়া হাতৰ মাজত ধৰি ৰখা বেলুন এটা হেঁচি দিয়া হয়, ইয়াৰ আকৃতি সলনি হয়। এনে হোৱা কাৰণ কি?

উত্তৰঃ সন্তুলিত শক্তিয়ে বেলুনৰ ওপৰত কাম কৰে ।

১১) জড়তাৰ জোখ কি?

উত্তৰঃ  ভৰ ।

১২) জড়়তা জোখৰ S.I. একক কি?

উত্তৰঃ  কিলোগ্ৰাম ।

১৩) জড়তা মানে কি ?

উত্তৰঃ  বলৰ অবৰ্তমানত বস্তুৰ স্থিতিশীল অথবা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক জড়়তা বুলি কোৱা হয় ।

১৪) গতি বিষয়ক প্ৰথম সূত্ৰটোক কি বুলি কোৱা হয় ?

উত্তৰঃ  জড়তা বুলি কোৱা হয় ।

 ১৫) ঘৰ্ষণ বল কেনেকৈ কমাব পাৰি ?

উত্তৰঃ  মাৰ্বলটো আৰু সমতলখন মিহি কৰি আৰু তলৰ ওপৰ ভাগত পিচ্ছলক ব্যৱবাৰ কৰি ঘৰ্ষণ বল কমাব পাৰি ।

Type : Dimpi Bora

Post ID : DABP004955