The Mahatma As School Master।Lesson-13। Class-8 English Sankardev Question Answer

The Mahatma As School Master

Lesson-13

Comprehension

Answer the following questions in your own words with close reference to the text:

পাঠ টিৰ সহায়ত নিজৰ ভাষাত প্ৰশ্ন সমূহৰ উত্তৰ দিয়া:

1) What were the provisions made for educating the children at Tolstoy Farm in South Africa? 

South Africa ৰ Tolstoy Farm ত লৰা ছোৱালীক শিক্ষা দিবৰ বাবে কি কি যোজনা বনোৱা হৈছিল? 

Ans: When the Tolstoy Farm grew, it was necessary to make some provisions for the education of it’s children. The provisions were- 

i) Mahatma Gandhi did not want to engage any special teachers for the children, as they would not be ready to go so far to teach on a small amount of salary.

ii) He did not want to import teachers from outside the Farm.

iii) He wanted to provide true education to the children only by the parents and less help from outside.

iv) He also did not believe in the existing education system and therefore decided to be the father and shoulder all the responsibility for training the children.

যেতিয়া টলষ্টয় ফাৰ্ম খন ডাঙৰ হৈছিল, লৰা ছোৱালী খিনিৰ কাৰণে কিছুমান যোজনা বনুৱাটো জৰুৰী হৈ পৰিছিল| যোজনা সমূহ হৈছে –

i) মহাত্মা গান্ধীয়ে কোনো ধৰণৰ বিশেষ শিক্ষক লৰা ছোৱালী খিনিৰ বাবে নিযুক্তি দিব বিচৰা নাছিল, কাৰণ তেওঁলোক ইমান দূৰ আৰু এটা কম সংখ্যাৰ বেতন ৰ বাবে শিক্ষকতা কৰিবলৈ সাজু নহব।

ii) তেওঁ ফাৰ্ম খনৰ বাহিৰৰ শিক্ষক ও সুমুৱাব বিচৰা নাছিল।

iii) তেওঁ লৰা ছোৱালী সকলক সঠিক শিক্ষা তেওঁলোকৰ মাতৃ পিতৃৰ পৰাই প্ৰদান কৰাব বিচাৰিছিল আৰু বাহিৰৰ পৰা কম সহায় লোৱাকৈ।

iv) তেওঁ বৰ্তমান চলি থকা শিক্ষা নীতিৰ উপৰত ও বিশ্বাস কৰা নাছিল আৰু সেইবাবে তেওঁ এজন পিতৃ হৈ লৰা ছোৱালী সকলক প্ৰশিক্ষণ দিবৰ বাবে সকলো দায়িত্ব কান্ধত লোৱাৰ সিদ্ধান্ত ললে।

2) Describe in detail the work done by the children at the Farm. How did physical labour help them? 

ফাৰ্ম খনত লৰা ছোৱালী সকলে কৰা কাম বোৰৰ বিবৰণ দিয়া। শাৰীৰিক শ্ৰম এ তেওঁলোকক কেনেদৰে সহায় কৰিছিল? 

Ans: In the Tolstoy Farm, Mahatma Gandhi decided to train the children with moral training, character building, literary training, body building etc. 

      As there were no servants in the farm, all the work from cooking to scavenging was done by the inmates. The children looked after the fruit trees, they do the gardening because it was obligatory to all the children who were not engaged in the kitchen to work there. And also they had to dig pits, feel timber and lift loads. All these work gave them ample exercise and they did not generally need any other exercise or games. 

The physical labour had helped the children so much that there were scarcely any illness on the Farm.

টলষ্টয় ফাৰ্মত, মহাত্মা গান্ধীয়ে যিবোৰ প্ৰশিক্ষণ লৰা ছোৱালী খিনিক দিয়াৰ সিদ্ধান্ত লৈছিল সেয়া হল নৈতিক প্ৰশিক্ষণ, চৰিত্ৰ নিৰ্মাণ, সাহিত্যিক প্ৰশিক্ষণ, শৰীৰ নিৰ্মাণ ইত্যাদি।

       যিহেতু ফাৰ্ম খনত কোনো ধৰণৰ চাকৰ নাছিল, সকলো বোৰ কাম ৰন্ধা বহা ৰ পৰা চাফ চিকুন কৰা লৈকে লৰা ছোৱালী বোৰে কৰিছিল। লৰা ছোৱালী বোৰে ফল মূলৰ গছ বোৰ চোৱা চিতা কৰিছিল, তেওঁলোকে বাগিছা ৰ কামতো লাগিছিল কিয়নো ই এক বাধ্যতা মূলক সেই সকল লৰা ছোৱালীৰ বাবে যি পাকঘৰৰ কামত লগা নাছিল। তেওঁলোকে মাটি খন্দা, খৰি ফলা আৰু ওজন কঢ়িওৱা ব লগাও হৈছিল। এই সকলো বোৰ কামেই তেওঁলোকক প্ৰচুৰ ব্যায়াম কৰাইছিল আৰু তেওঁলোকক আন কোনো ধৰণৰ খেল বা ব্যায়াম ৰ প্ৰয়োজন নাছিল। 

    শাৰীৰিক শ্ৰম এ লৰা ছোৱালী বোৰক ইমানেই সহায় কৰিছিল যে ফাৰ্ম খনত বেমাৰ আজাৰৰ পৰিমাণ খুবেই কম আছিল। 

3) How was literary training conducted by Gandhi? 

গান্ধীয়ে সাহিত্যিক প্ৰশিক্ষণ কেনেদৰে দিছিল? 

Ans: Gandhi found it difficult in imparting literary training at Tolstoy Farm because he had neither the resources nor the literary equipment. The literary training he conducted are-

i) They gave three periods to literary training.

ii) Hindi, Tamil, Gujrati and Urdu were taught.

iii) Tuition was given through the vernaculars of the boys.

iv) English was also taught.

v) Gujarati Hindu children were taught with a little Sanskrit, and also filled them with elementary History, Geography and Arithmetic.

vi) Gandhiji had also taught Tamil and Urdu.

গান্ধীৰ টলষ্টয় ফাৰ্মত সাহিত্যিক প্ৰশিক্ষণ দিবলৈ অসুবিধা হৈছিল কাৰণ তেওঁৰ হাতত নাই কিবা সম্পদ আছিল নাই সাহিত্যিক উপকৰণ সমূহ আছিল। সাহিত্যিক প্ৰশিক্ষণ তেওঁ দিছিল এনেদৰে- 

i) তেওঁলোকে সাহিত্যিক প্ৰশিক্ষণৰ 3তা সময় ৰাখিছিল।

ii) হিন্দী, তামিল, গুজৰাটী আৰু উৰ্দু শিকোৱা হৈছিল। 

iii) লৰা বোৰক তেওঁলোকৰ মাতৃ ভাষাত টিউচন দিয়া হৈছিল।

iv) ইংৰাজী ও শিকোৱা হৈছিল।

v) গুজৰাটী হিন্দু লৰা ছোৱালী বোৰক অলপ সংস্কৃত শিকোৱা হৈছিল আৰু প্ৰাৰ্থমিক বুৰঞ্জী, ভূগোল, আৰু অংকৰ জ্ঞান ও দিয়া হয়।

vi) গান্ধীজীয়ে তামিল আৰু উৰ্দু ও শিকাইছিল।

4) Describe the relationship of Gandhiji with his students.

গান্ধীজী আৰু তেওঁৰ ছাত্ৰ সকলৰ মাজৰ সম্পৰ্কটোৰ কথা আলোচনা কৰা।

Ans: Gandhijis’s relationship with his students was like a father and son. He always believed that moral training could be given to all alike, no matter how different their ages and upbringing are. He decided to live among them all the twenty four hours of the day as thier father. Sometimes when the students are manlingered and shirked, he often was strict with them. As he showed himself exactly as he was therefore, the pupils love and respected him a lot.

গান্ধীজীৰ নিজৰ ছাত্ৰ সকলৰ লগত এক পিতৃ আৰু পুত্ৰৰ সম্বন্ধ আছিল। তেওঁ সদায় এইটো মানি আহিছিল যে নৈতিক প্ৰশিক্ষণ সকলোকে সমানে দিব পাৰি, লাগিলে তেওঁলোকৰ বয়স আৰু পালন পোষণ যিমানেই ভিন্ন নহওঁক কীয়। তেওঁ দিনটোৰ ছবিছ ঘণ্টাই ছাত্ৰ সকলৰ মাজত থকাৰ সিদ্ধান্ত ললে। কেতিয়াবা যেতিয়া ছাত্ৰ সকলে এলাহ বা বদ্মচি কৰে তেওঁ তেতিয়া সিহঁতৰ লগত প্ৰাইয়েই কঠোৰ হয়। যিহেতু তেওঁ নিজস্ব ৰূপ টো ছাত্ৰ সকলক দেখুৱাই, সেইবাবে ছাত্ৰ সকলে তেওঁক ভাল পাই আৰু সন্মান কৰে।

5) What are Gandhi’s views on the education of children?

লৰা ছোৱালী বোৰৰ শিক্ষাৰ ক্ষেত্ৰত গান্ধীৰ কি বিচাৰ আছিল? 

Ans: According to Gandhiji, the best way to educate a child is not the text book but it it his teacher. And also according to him, children take in much more and with less labour through their ears than through their eyes. With his great concept about educating pupils, he always taught them in his own language, all that he had digested from various books, or his mentors or from his experiences. And he was always confident enough that his pupils always took immense pleasure on listening to him than going through books as he did not bore them.

গান্ধীজীৰ মতে, এজন লৰাক শিক্ষিত কৰি তোলাৰ পদ্ধতি এখন কিতাপ নহয়, তেওঁৰ শিক্ষক হে মাথোঁ। আৰু এইটোও তেওঁৰ মতে যে, লৰা ছোালী বোৰে কাণেৰে শুনা কথাতকৈ বেছি চকুৰে দেখা বোৰ আয়ত্ব কৰে। বিদ্যাৰ্থী সকলক শিক্ষিত কৰিবৰ বাবে তেওঁৰ মহান অৱধৰণৰ লগতে, তেওঁ ছাত্ৰ সকলক সদাই নিজৰ ভাষাত পঢ়ুৱাইছিল যিবোৰ তেওঁ বিভিন্ন কিতাপ পত্ৰ, তেওঁৰ শিক্ষা গুৰু আৰু নিজৰ অভিজ্ঞতাৰ পৰা শিকিছিল। তেওঁৰ এইটো বিশ্বাস আছিল যে তেওঁৰ ছাত্ৰ সকলে কিতাপতকৈ বেছি তেওঁক শুনা ত পৰম আনন্দ লৈছিল কাৰণ তেওঁ সিহঁতক আমনি লগোৱা নাছিল।

6) Who was fond of gardening?

কাৰ বাগিছাৰ কাম কৰাত চখ আছিল?

Ans: Mr. Kallenbach

7) For which purpose Mr. Kallenbach went to trappist monastery? What did he learn there?

কি উপলক্ষে Mr. Kallenbach ট্ৰেপিষ্ট মনাষ্টাৰী লৈ গৈছিল? তেওঁ তাত কি শিকিলে? 

Ans: Mr. Kallenbach went to the Trappist monastery in order to take vocational training. There he learnt shoe making.

Mr. Kallenbach ট্ৰেপিষ্ট মনাষ্টাৰী লৈ বিত্তি মূলক প্ৰশিক্ষণৰ বাবে গৈছিল। তাত তেওঁ জোতা বনুৱা পদ্ধতি শিকিলে।

EXERCISE

1. In each of the following sentences choose the correct form of the personal pronoun from the options given in brackets.

ব্ৰকেত ত দি থোৱা personal pronoun ৰ সঠিক উত্তৰ টো লিখি বাক্য কেইটা সম্পূৰ্ণ কৰা: 

A) Between you and me this is a nasty business altogether.

তোমাৰ আৰু মোৰ মাজত ই এক সম্পূৰ্ণ ভাবে বেয়া ব্যৱসায়।

B) If you go with him you can be sure of losing your way.

যদি তুমি তাৰ লগত যোৱা তুমি নিজৰ বাত হেৰুৱাব লগীয়া হব পাৰে।

C) This dinner set is a gift from us

এই দিনাৰ ছেট টো আমাৰ ফালৰ পৰা এক উপহাৰ।

D) It is not you that I am afraid of, I am afraid of her .

ই তুমি নহয় যালৈ মই ভয় কৰোঁ, মোৰ তাইলৈ ভয় লাগে।

E) Return the book to him at once.

এবাৰতেই তেওঁক তেওঁৰ কিতাপ খিনি ঘূৰাই দিয়া।

F) The survey proved to us what we have suspected all along that air pollution has turned our city into a virtual gas chamber.

চাৰ্ভে এ আমাক প্ৰমাণ কৰি দিলে যে আমি যি সন্দেহ কৰিছিলোঁ যে প্ৰদুৰ্শনে আমাৰ চহৰ খনক এক আভাসি গেছ চেম্বাৰলৈ ৰূপান্তৰিত কৰিলে।

 2. In this part of the lesson we shall learn about grammatical structures relating to the possessive pronouns. 

পাঠ টোৰ এই ভাগ টোত আমি ব্যাকৰণৰ লগত সম্বন্ধকাৰক সৰ্বনামৰ কথা পঢ়িম। 

Possessive pronouns, as you know, are pronouns which indicate possession.

সম্বন্ধকাৰক সৰ্বনাম, যি তোমালোকে জানা, ই এক সৰ্বনাম যিয়ে অধিকাৰ জন্মুৱা সংকেত দিয়ে।

Thus, for example, if this chair belongs to me, i can say, This is my chair. In this sentence the italicized word my is possessive pronoun.

সেয়ে, উদাহৰণ হিচাপে, যদি এই চকী খন মোৰ হয়, মই কব পৰো, এইখন মোৰ চকী। এই বাক্য টোত italicized শব্দ মোৰ টো হৈছে সম্বন্ধকাৰক সৰ্বনাম।

Some of the possessive pronoun in English are: ইংৰাজী ৰ কেইটামান সম্বন্ধকাৰক সৰ্বনাম হৈছে:

My (মোৰ) 

Your (তোমাৰ)

His (তাৰ)

Her (তাইৰ)

Its (এইটোৰ)

Our  (আমাৰ)

Thier (সিহঁতৰ) 

With-ing possessive pronouns is always used 

ing ৰ লগত সদায় সম্বন্ধকাৰক সৰ্বনাম ব্যৱহাৰ হয়।

Some examples- কিছু উদাহৰণ

I would appreciate your coming with us. মই আপোনাৰ লগত আমি অহাটো প্ৰশংসা কৰিম। 

Possessive pronoun + ing form 

I am surprised at your learning trigonometry so quickly

মই আপোনাৰ ইমান সোনকালে তৃগণমেত্ৰী শিকা লৈ আচমবিত হৈছোঁ 

The doctor insisted on his taking a ten day leave 

ডাক্তৰে তেওঁক দহ দিনৰ চুটি লবলৈ যোৰ দিলে

Her parents do not approve her listening to rock music 

তাইৰ মাক দেউতাকে তাই ৰক সংগীত শুনা টোত মান্তি নহয়।

Mayuri saikia