অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ| Class 10 Social Science Question Paper | Class 10 Social Science All Question | 2010 to 2020 All Class 10 Question in Social Science Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন | Class 10 Social Science Book Question Bank |

অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

অধ্য়ায়- 1

A. আত চমু প্রশ্নাবলা : মূল্যাংক : 1

1. তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) তলৰ কোনটো অ-নৱীকৰণযোগ্য সম্পদ ? [HSLC ’14,’17,’19]

(a) পানী

(b) সূৰ্যৰ ৰশ্মি

(c) গছ-গছনি

(d) প্রাকৃতিক গেছ

(ii) তলৰ সম্পদসমূহ কোনবিধ সম্পদ অনবকৰণ যোগ্য ? [HSLC ’16

(a) শস্য (b) মানুহ

(c) লো

(d) সূৰ্যৰ ৰশ্মি

(iii) তলৰ সম্পদ সমূহৰ কোন বিধ সম্পদ অজীবীয়? [HSLC ’17]

(a) বায়ু

(b) উদ্ভিদ

(c) জন্তুবোৰ

(d) শস্য

(iv) তলৰ কোনটো মানৱসৃষ্ট সম্পদ ? [HSLC 18, 20]

(a) অৰণ্য

(b) জলসিঞ্চন

(c) নদ-নদী

(d) খনিজ তেল

2. প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনাৰ এটা উদাহৰণ দিয়া । [HSLC ’11]

3. এটা সামগ্ৰীৰ উদাহৰণ দিয়া, যিটো সম্পদ আৰু সম্পত্তি দুয়োটা। [HSLC ’12]

4. সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় সমগ্ৰ বিশ্বতে আৱশ্যক হৈ পৰিছে ? [HSLC’16]

B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3

1. সম্পদৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। [HSLC 11]

2. ‘সম্পদৰ সংৰক্ষণ’ মানে কি? [HSLC’11]

3. মানুহক কিয় মানৱ সম্পদ বোলা হয়? [HSLC’12]

4. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা । [HSLC ‘12,18]

5. জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত থকা পার্থক্য লিখা । [HSLC ’13]

6. সম্পদ সংৰক্ষণ কেনেদৰে সফল কৰি তুলিব পাৰি? [HSLC’14]

7. প্রাকৃতিক আৰু মানব সম্পদৰ উদাহৰণসহ সংজ্ঞা লিখা। [HSLC ’17]

8. সম্পদ বুলিলে কি বুজা ? ইয়াৰ প্ৰধান বৈশিষ্ট্য সমূহৰ যি কোনো এটা উল্লেখ কৰা । [HSLC ’18]

9. সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ লিখা [HSLC ’19]

10. অর্থনৈতিক ভূগোল’ৰ সংজ্ঞা লিখা। ইয়াৰ বিষয়বস্তু কি? [HSLC ’20]

C. ৰচনাধৰ্মী প্ৰশ্নাৱলী : মূল্যাংক : 4/5

1. ‘ অর্থনৈতিক ভূগোল কাক বোলে? অর্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখাৰ নাম উল্লেখ কৰা। [HSLC ’17]

2. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা । [HSLC ’18]

3. সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা । [HSLC ’19]

4. থিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা ৷ [HSLC ’19]

5. সম্পদ’ বুলিলে কি বুজায় ? উদাহৰণসহ ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা । [HSLC 20]

Type by- Bikul Mandal