অধিকাৰ | Chapter 5 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Rights |

অধিকাৰ

Rights

Chapter 5

ৰচনাধৰ্মী  প্ৰশ্ন ( Essay Type Question)  

১) অধিকাৰ কি  ? অধিকাৰৰ সংজ্ঞা দিয়া । 

উত্তৰঃ 

২) অধিকাৰ আৰু দায়বদ্ধতৰ মাজৰ সম্পৰ্কে

উত্তৰঃ

৩) অধিকাৰ কাক বোলে ? এইবোৰৰ কিয় প্ৰয়োজন ?

উত্তৰঃ

৪) অধিকাৰৰ অৰ্থ ব্যাখ্যা কৰা । ইয়াৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ

৫) অধিকাৰৰ ভিত্তি কি ? কিহৰ ভিত্তিত কিছুমান অধিকাৰক সাৰ্বজনীন প্ৰকৃতিৰ বুলি বিবেচনা কৰা হয়  ? 

উত্তৰঃ 

৬) অধিকাৰৰ সংজ্ঞা দিয়া ।বিভিন্ন প্ৰকাৰৰ অধিকাৰসমূহ উল্লেখ কৰা । 

উত্তৰঃ

৭) বিভিন্ন প্ৰকাৰৰ অধিকাৰসমূহৰ উল্লেখ কৰা । তাৰে যিকোনো এটা চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ 

৮) সাম্প্ৰতিক কালত আমাৰ দেশত দাবী কৰা নুতন কিছুমান অধিকাৰৰ চমু আলোচনা কৰা ।ষ

উত্তৰঃ

৯) উপযুক্ত উদাহৰণৰে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক  অধিকাৰৰ চমু আলোচনা কৰা । 

উত্তৰঃ 

১০) ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক  অধিকাৰৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা । 

উত্তৰঃ

১১) বৈধ অধিকাৰ আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা ।

উত্তৰঃ 

১২) অধিকাৰে ৰাষ্ট্ৰীয় কৃৰ্তপক্ষৰ ওপৰত  কিছুমান সীমাবদ্ধতা আৰোপ কৰে । উদাহৰণ সমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ 

১৩) অধিকাৰ উপভোগৰ ক্ষেত্ৰত থকা দায়বদ্ধতা আৰোপ কৰে । উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ

১৪) নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ বিভিন্ন উপায়বিলাক আলোচনা কৰা । 

উত্তৰঃ 

১৫) আইনগত অধিকাৰ সম্পৰ্কে ব্যাখ্যা কৰা । 

উত্তৰঃ 

১৬) ইমানুৱেল কাণ্টৰ অধিকাৰৰ ধাৰণাটো ব্য়াখ্যা কৰা । 

উত্তৰঃ

চমু উত্তৰৰ প্ৰশ্ন ( Short answer questions) : 

১) সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা । 

উত্তৰঃ 

২) অধিকাৰ কি  ?

উত্তৰঃ

৩) প্ৰাকৃতিক অধিকাৰ । 

উত্তৰঃ

৪) অৰ্থনৈতিক অধিকাৰ । 

উত্তৰঃ

৫) অধিকাৰৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা । 

উত্তৰঃ 

৬) অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি  ?

উত্তৰঃ 

৭) বৈধ অধিকাৰ আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা । 

উত্তৰঃ 

৮) সাংস্কৃতিক  অধিকাৰ । 

উত্তৰঃ

৯) মানুহৰ মৰ্যাদা সম্পৰ্কে কাণ্টৰ ধাৰণা কৰা ।

উত্তৰঃ

১০) অধিকাৰৰ দায়বদ্ধতাই কি বুজায় ?

উত্তৰঃ

১১) সাৰ্বজনীন মানৱ অধিকাৰৰ প্ৰস্তাৱনাটো উল্লেখ কৰা । 

উত্তৰঃ

১২) সাৰ্বজনীন বুলি বিবেচনা কৰা তিনিটা অধিকাৰৰ নাম লিখা ।

উত্তৰঃ

১৩) তিনিটা অৰ্থনৈতিক অধিকাৰ উল্লেখ কৰা । 

উত্তৰঃ

১৪)  ” অৰ্থনৈতিক অধিকাৰ অবিহনে নাগৰিকৰ আন সকলো মূল্যহীন ।”- ব্যাখ্যা কৰা । 

উত্তৰঃ

১৫) প্ৰাচীন কালত অধিকাৰ সম্বন্ধে ৰাজনীতিবিদসকলে কি কৈছিল ? চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ

১৬) ব্যাক্তিগত অধিকাৰ ৰাষ্ট্ৰৰ ওপৰত কিয় সীমাবদ্ধতা ? দুটা কাৰণ লিখা । 

উত্তৰঃ 

১৭) প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটো সমালোচনাসহ ব্যাখ্যা কৰা । 

উত্তৰঃ

১৮) নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ উপায় সম্পৰ্কে এটা টোকা লিখা।

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short question ): 

১) ‘অধিকাৰ’ৰ যিকোনো দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

২) নাগৰিকৰ অধিকাৰ ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা । 

উত্তৰঃ

৩) দুটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা । 

উত্তৰঃ

৪) দুটা অৰ্থনৈতিক অধিকাৰ লিখা । 

উত্তৰঃ

৫) নাগৰিকৰ দুটা দায়বদ্ধতা উল্লেখ কৰা । 

উত্তৰঃ

৬) প্ৰাকৃতিক অধিকাৰে কি বুজায় ?

উত্তৰঃ 

৭) নাগৰিক অধিকাৰ দুটাৰ নাম লিখা । 

উত্তৰঃ

৮) মানৱ অধিকাৰে কি বুজায় ?

উত্তৰঃ 

৯) দুটা মানৱ অধিকাৰ উল্লেখ কৰা । 

উত্তৰঃ

১০) নাগৰিকে উপভোগ কৰা যিকোনো দুটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা । 

উত্তৰঃ

(ক) বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective Type question )

১) ৰাষ্ট্ৰসংঘই ” সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা – পত্ৰ “খন কেতিয়া গ্ৰহণ কৰিছিল ? 

উত্তৰঃ

২) “অধিকাৰ হল সমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবিলাক নহলে সাধাৰণতে মানুহে ব্যাক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে ।”- এই উক্তিটো কাৰ ?

উত্তৰঃ

৩) ভোটদানৰ অধিকাৰ কোন শ্ৰেণীৰ অধিকাৰত অন্তভুক্ত ? 

উত্তৰঃ 

৪) ভাৰতীয় সংবিধানৰ কোন অংশত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল । 

উত্তৰঃ 

৫) অধিকাৰৰ এটা সূত্ৰ দিয়া । 

উত্তৰঃ 

৬) এটা মৌলিক অধিকাৰ উল্লেখ কৰা । 

উত্তৰঃ 

৭) কাণ্টে মানুহৰ অধিকাৰ সম্পৰ্কে উল্লেখ কৰা যুক্তি এটা লিখা । 

উত্তৰঃ 

৮) নাগৰিকৰ এটা মৌলিক প্ৰয়োজনউল্লেখ কৰা । 

উত্তৰঃ 

৯) প্ৰস্তাৱনাত উল্লেখ থকা এটা অধিকাৰৰ নাম লিখা । 

উত্তৰঃ 

১০) অধিকাৰ ৰক্ষাৰ যিকোনো দুটা উপায় উল্লেখ কৰা । 

উত্তৰঃ 

১১) দুই প্ৰকাৰৰ অধিকাৰৰ নাম লিখা । 

উত্তৰঃ 

১২) তথ্য জনাৰ অধিকাৰ কি ?

উত্তৰঃ 

১৩) অধিকাৰৰ গুৰুত্ব কি ?

উত্তৰঃ              

১৪) তুমি বিচৰা দুটা নতুন অধিকাৰৰ নাম লিখা । 

উত্তৰঃ 

১৫) প্ৰাকৃতিক অধিকাৰৰ এজন সমৰ্থকৰ নাম লিখা ।

উত্তৰঃ 

১৬) নাগৰিকৰ এটা কৰ্তব্য উল্লেখ কৰা । 

উত্তৰঃ 

১৭) অধিকাৰ আৰু দাবীৰ মাজত পাৰ্থক্য । 

উত্তৰঃ 

১৮) মানুহৰ আৱশ্যকীয় অধিকাৰ কি ?

উত্তৰঃ 

১৯) কৰ্মৰ অধিকাৰৰ বিষয়ে চমুকৈ লিখা ।   

উত্তৰঃ 

২০) মানৱ অধিকাৰৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ

২১) খালী ঠাই পূৰ কৰাঃ 

(ক) ভোটাধিকাৰ হল এটা____________ অধিকাৰ । 

(খ) অধিকাৰ আৰু _________ হল এটা মুদ্ৰাৰ দুটা ফাল । 

(খ) শুদ্ধ নে অশুদ্ধ লিখা ( Write correct Incorrect):

১) অধিকাৰে কৰ্তব্যক সূচায় । 

উত্তৰঃ

২) জীৱিকাৰ অধিকাৰক প্ৰয়োজনীয় বুলি দাবী কৰিব পাৰিনে ?

উত্তৰঃ 

৩) অধিকাৰ মানুহৰ কল্যাণৰ কাৰণে প্ৰয়োজন । 

উত্তৰঃ

৪) অধিকাৰ আৰু নৈতিকতা পৰস্পৰ বিৰোধী । 

উত্তৰঃ

৫) ধূমপান বা ড্ৰগচ সেৱন এটা মৌলিক অধিকাৰ । 

উত্তৰঃ

(গ) শুদ্ধ উত্তৰ বাছি উলিওৱা ( Choose the correct answer): 

১) প্ৰাকৃতিক অধিকাৰবোৰে আমাক দিয়ে – 

(ক) সংবিধান       (খ) সংবাদ   

 (গ) প্ৰকৃতিয়ে       (ঘ) ৰজাই 

উত্তৰঃ

২) জীৱনৰ অধিকাৰ হল –

(ক) নৈতিক অধিকাৰ                              (খ) পৌৰ অধিকাৰ          

(গ)ৰাজনৈতিক অধিকাৰ                        (ঘ) অৰ্থনৈতিক অধিকাৰ 

উত্তৰঃ