অসমৰ সংক্ষিপ্ত ইতিহাস A Brief History of Assam | Chapter 5 | অধ্যায় ৫ | HS 2nd Year Assamese Medium Question And Answer | Class 12 History Assamese medium Suggestion | Class 12 History Assamese medium Notes | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ বুৰঞ্জী কিতাপৰ প্ৰশ্ন উত্তৰ

Chapter: 5

অসমৰ সংক্ষিপ্ত ইতিহাস

(A Brief History of Assam)

প্ৰশ্নাৱলী

◻️ চমু উত্তৰ লিখাঃ

১। ১৮৫৭ চনৰ বিদ্ৰোহ প্ৰথম ক’ত আৰম্ভ হৈছিল ?

উত্তৰঃ

২। ১৮৫৭ চনৰ বিদ্ৰোহৰ পিচত ব্ৰিটিছে কৰ বৃদ্ধি কৰা দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ

৩। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰবৰ্তন কৰা হৈছিল ?

উত্তৰঃ

৪। বৃটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা?

উত্তৰঃ

৫ | লেঃ ছিংগা  কোন আছিল ? তেওঁ কিয় ফুলগুৰিলৈ গৈছিল?

উত্তৰঃ

৬। ফুলগুৰি বিদ্ৰোহৰ দৰে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰবাবে কমিছনাৰ হপকিন্সনে কি দুটা ব্যৱস্থা গ্রহণ কৰিছিল।

উত্তৰঃ

৭ মেক্ কেব্ কেতিয়া কোন জিলাৰ উপায়ুক্ত আছিল?

উত্তৰঃ

৮। আগ্রামী নীতি ( Forward Policy ) কোনে কাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল?

উত্তৰঃ 

৯। অসহযােগ আন্দোলনৰ আগত গান্ধীজীয়ে নেতৃত্ব লােৱা দুটা আন্দোলনৰ নাম লিখা।

উত্তৰঃ

১০। ৰাওলাট আইন কিয় বৈষম্যমূলক বুলি কোৱা হয়?

উত্তৰঃ 

১১। চেৰ্ভচ চুক্তি কেতিয়া আৰু কাৰ লগত সম্পাদিত হৈছিল?

উত্তৰঃ

১২। ১৮৫৭ চনৰ বিদ্রোহত ধর্মীয় বিশ্বাসে বিদ্রোহীসকলক প্রভাবান্বিত কৰিছিলনে? দুটা উদাহৰণ দিয়া।

উত্তৰঃ 

◻️ খালী ঠাই পূৰ কৰাঃ

১।            যোৱাৰ পথত হেনৰী হপিকিন্সনে -ফুলগুৰিৰ ঘটনাৰ বিষয়ে জানিব পাৰে।

উত্তৰঃ

২।            চনৰ ২৪ ডিচেম্বৰত         বজাৰ লটু-পাটেৰে বিদ্ৰোহ আৰম্ভ হয়।

উত্তৰঃ

৩।            লগত            জনীয়া এটা সৈন্যবাহিনী আছিল।

উত্তৰঃ

৪।             আৰু            আছিল দুজন ইংৰাজ ৰোমাণ্টিক কবি।

উত্তৰঃ 

৫।            চনত            বংগৰ লগত চামিল কৰা হয়।

উত্তৰঃ 

৬।            চনত            বংগৰ লগত চামিল কৰা হয়।

উত্তৰঃ

৭।             আছিল             মুখপাত্ৰ।

উত্তৰঃ 

◻️ অতি চমু উত্তৰ লিখাঃ

১। চট্টগ্রাম আৰু কি নামেৰে পৰিচিত?

উত্তৰঃ

২। ‘দলি পুৰাণ’ৰ বিষয়বস্তু কি আছিল?

উত্তৰঃ

৩। অসমীয়া ল’ৰা-ৰ মিত্র কোনে লিখিছিল?

উত্তৰঃ 

৪। ‘অৰুণােদই’ কাকত কোন ঠাইৰ পৰা প্রকাশিত হৈছিল?

উত্তৰঃ 

৫। পানীন্দ্ৰ গগৈয়ে লিখা বিখ্যাত কিতাপখনৰ নাম কি?

উত্তৰঃ 

৬। ১৮৯৩ চনত কানিৰ প্ৰচলনৰ বিষয়ে অনুসন্ধান কৰিবলৈ অহা আয়ােগখনৰ নাম কি?

উত্তৰঃ

৭। জগন্নাথ বৰুৱাৰ মৃত্যু কেতিয়া হয়?

উত্তৰঃ 

৮। যােৰহাট সর্বজানিক সভা কিয় ১৯২১ চনলৈকে জীয়াই আছিল বুলি ধাৰণা কৰা হয়?

উত্তৰঃ

৯। স্বাধীনতা সংগ্রামত জড়িত হােৱা সুৰমা উপত্যকাৰ ছাত্র সংগঠন এটাৰ নাম লিখা।

উত্তৰঃ

১০। বৰপেটাৰ জাতীয় বিদ্যালয়খনৰ নাম কি আছিল?

উত্তৰঃ 

১১। আহােমসকলে মুংমাওৰ পৰা কেতিয়া যাত্রা কৰে আৰু অসমত কোন চনত প্ৰৱেশ কৰে?

উত্তৰঃ

১২। আহােমৰ প্ৰথম ৰাজধানী ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ

১৩। কিমান বছৰ ৰাজত্ব কৰাৰ পিচত কোন চনত চুকাফাৰ মৃত্যু হয়?

উত্তৰঃ

১৪। মীৰজুমলাই কোন চনত অসম আক্ৰমণ কৰিছিল? তেওঁৰ লগত অহা লিখকজনৰ নাম কি?

উত্তৰঃ 

১৫। মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপােষকতা কৰা ( শংকৰ – মাধৱৰ বাহিৰে ) দুজন বৈষ্ণৱ সাহিত্যিকৰ নাম লিখ।

উত্তৰঃ 

১৬। হস্তীবিদ্যার্ণৱ পুথিৰ চিত্রশিল্পী দুজনৰ নাম লিখ।

উত্তৰঃ 

১৭ । চামপুৰী দ্বীপ ক’ত আৰু কিয় বিখ্যাত?

উত্তৰঃ 

১৮। প্রাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ

১৯। নৰকাসুৰৰ জন্ম কেনেদৰে হৈছিল।

উত্তৰঃ 

২০। বাণাসুৰ কোন আছিল?

উত্তৰঃ 

২১। ভগদত্তই কুৰুক্ষেত্র যুদ্ধত কাৰ পক্ষ লৈছিল?

উত্তৰঃ  

২২। বম্ৰণ বংশৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ 

২৩। প্রথম কোনখন ফলিত/লিপিত ‘কামৰূপ’ নামটো ব্যৱহাৰ কৰা হৈছিল।

উত্তৰঃ 

২৪। শালস্তম্ভ বংশৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰঃ  

২৫। কোনে প্রথমে উত্তৰ বংগত অসংখ্য ব্রাহ্মণক ভূমিদান কৰিছিল।

উত্তৰঃ 

২৬। কাৰ সৈতে ভাস্কৰ বৰ্মণে এক মিত্র জোট স্থাপন কৰিছিল?

উত্তৰঃ 

২৭। প্রাচীন কামৰূপৰ চাৰিটা ভাগ কি আছিল?

উত্তৰঃ 

২৮। ন্যায়িক কার্যাৱলী সম্পন্ন কৰা দুজন বিষয়াৰ নাম উল্লেখ কৰা।

উত্তৰঃ 

২৯। কনিষ্ঠ আৰক্ষী বিষয়াক কি বােলা হৈছিল?

উত্তৰঃ 

৩০। নথিপত্র সংৰক্ষণ কৰা কার্যালয়ক কি বােলা হৈছিল?

উত্তৰঃ  

৩১। আহােমসকল কোন গােষ্ঠীৰ লােক।

উত্তৰঃ  

৩২। চুকাফাই প্রথম স্থায়ী ৰাজধানী ক’ত পাতিছিল?

উত্তৰঃ 

৩৩। চৰগুৱাত কোন আহােম ৰজাই ৰাজধানী পাতিছিল?

উত্তৰঃ 

৩৪। চুখামফা ৰজাই কিয় ‘গজপতি’ উপাধি লৈছিল?

উত্তৰঃ 

৩৫। মীৰজুমলাৰ লগত অহা বুৰঞ্জীবিদ গৰাকীৰ নাম কি?

উত্তৰঃ 

৩৬। কোচ ৰাজ্যৰ সর্বশ্রেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ 

৩৭। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ 

৩৮। গদাপাণি কোন ফৈদৰ ৰজা আছিল?

উত্তৰঃ 

৩৯। ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ 

৪০। কেতিয়া আহােম ৰাজধানী যােৰহাটলৈ স্থানান্তৰিত হৈছিল?

উত্তৰঃ 

৪১। দন্দুৱা দ্ৰোহৰ নায়ক কোন আছিল?

উত্তৰঃ 

৪২। মান সেনাই কেইবাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ 

৪৩। মহ গড় ৰণকাৰ কাৰ মাজ হৈছিল?

উত্তৰঃ 

৪৪। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰঃ

চমু টোকা লিখা ঃ

১। কন্দর্পেশ্বৰ সিংহ

উত্তৰঃ- 

২। পিয়ালী বৰুৱা

উত্তৰঃ

১। বংগিয়াৰ কৃষক বিদ্রোহ

উত্তৰঃ

২। পথৰুঘাটৰ ৰণ

উত্তৰঃ

৩। জয়ন্তীয়া বিদ্রোহ

উত্তৰঃ

৪। গাৰাে বিদ্রোহ

উত্তৰঃ

৫।উডচ্ ডেচপাছ

উত্তৰঃ

৬। আনন্দৰাম ঢেকিয়াল ফুকন

উত্তৰঃ

৭। অৰুনােদই

উত্তৰঃ

৮ | আছাম এছ’চিয়েছন

উত্তৰঃ 

৯। অসম ছাত্র সন্মিলন

উত্তৰঃ

১০। চন্দপুৰ ৰে’ল ষ্টেচনৰ ঘটনা

উত্তৰঃ 

১১। অসমত অসহযােগ আন্দোলনত চৰকাৰী উৎপীড়ন

উত্তৰঃ

১২। অসহযােগ আন্দোলনৰ গুৰুত্ব

উত্তৰঃ- 

১৩। পাণ্ডু কংগ্রেছ ।

উত্তৰঃ

১৪। দাণ্ডী যাত্রা

উত্তৰঃ

১৫। কানিংহাম চাৰ্কোলাৰ

উত্তৰঃ

১৬। ৰাণী গাঁইদালু

উত্তৰঃ 

১৭। ক্রিপছ মিছন

উত্তৰঃ

১৮। ভাৰত ত্যাগ আন্দোলনত অসমৰ আত্মগােপনকাৰীসকলৰ ভূমিকা

উত্তৰঃ

১৯। ভাৰত ত্যাগ আন্দোলনত অসমৰ মহিলাসকলৰ ভূমিকা

উত্তৰঃ-

২০। ক্লিমেণ্ট এটলী

উত্তৰঃ-

২১। কেবিনেট মিশ্যন

উত্তৰঃ

◻️ ৰচনাধৰ্মী প্ৰশ্নঃ

১। ১৯ শতিকাৰ অসমান্ত হােৱা কৃষক বিদ্ৰোহৰ কাৰণ কি? কৃষক বিদ্রোহত ৰাইজ-মেল বিলাকৰ ভূমিকা নির্ণয় কৰা।

উত্তৰঃ

২। ফুলগুৰিৰ ধেৱা কি? এই বিদ্রোহ কিয় হৈছিল আৰু ইয়াৰ পৰিণতি কি আছিল?

উত্তৰঃ

৩। ১৯ শতিকাৰ অসমত জনজাতীয় বিদ্রোহবােৰ কিয় হৈছিল? এই বিদ্রোহবােৰৰ বিফলতাৰ কাৰণ লিখা।

উত্তৰঃ

৪। ইংৰাজসকলৰ নগা পাহাৰ দখলৰ কাহিনী বর্ণোৱা।

উত্তৰঃ

৫। কি পৰিস্থিতিত লুছাইসকলে ইংৰাজৰ অধীনতা মানি ল’বলগা হ’ল ব্যাখ্যা কৰা।

উত্তৰঃ

৬। ইংৰাজৰ লগত মণিপূৰৰ সম্পর্ক কেনে আছিল চমুকৈ বর্ণনা কৰা।

উত্তৰঃ

৭। অসমৰ নৱজাগৰণৰ কাৰকবােৰ ব্যাখ্যা কৰা।

উত্তৰঃ 

৮। যােৰহাট সৰ্বজানিক সভাৰ উদ্দেশ্য কি আছিল? কিমানদূৰ ই লক্ষ্যত উপনীত হ’ব পাৰিছিল?

উত্তৰঃ

৯। পশ্চিমীয়া শিক্ষাৰ প্রতি প্রথমে অসমীয়া মানুহৰ দৃষ্টিভংগী কেনে আছিল? পিচলৈ কেনেকৈ এই শিক্ষাৰ সম্প্ৰসাৰণ ঘটিল?

উত্তৰঃ 

১০। ১৮৫৭ চনত অসমত বিদ্ৰো হৰ পৰিস্থিতি কেনেদৰে সৃষ্টি হৈছিল লিখা।

উত্তৰঃ

১১। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্রস্তুতি সম্পর্কে এটা টোকা লিখা। 

উত্তৰঃ 

১২। মণিৰাম দেৱান কোন আছিল? তেওঁ কিয় বৃটিছবিৰােধী হৈছিল চমুকৈ লিখা।

উত্তৰঃ

১৩। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণবােৰ ব্যাখ্যা কৰা।

উত্তৰঃ

১৪। ১৮৫৭ চনৰ বিদ্রোহত অসমৰ জাতীয় চেতনা কিমানদূৰ প্ৰতিফলিত হৈছিল? অসমত এই বিদোহৰ গুৰুত্ব বিচাৰ কৰা।

উত্তৰঃ

১৫। অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰথমখন অধিবেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ

◻️ বহলাই লিখাঃ

১। আহোম যুগৰ সামাজিক ব্যৱস্থা সম্পর্কে আলােচনা কৰা।

উত্তৰঃ 

২। মধ্যযুগৰ অসমৰ অর্থনৈতিক জীৱনৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ

৩। প্রাচীন অসমৰ শৈৱবাদৰ ওপৰত এটি টোক লিখা।

উত্তৰঃ 

৪। প্রাচীন অসমৰ সৈতে বাণিজ্যিক সম্পর্ক থকা বিদেশী ৰাষ্ট্ৰসমূহৰ নাম লিখা।

উত্তৰঃ

৫। হিউৱেন চাঙে কামৰূপ সম্পর্কে কি লিখি থৈ গৈছে উল্লেখ কৰা।

উত্তৰঃ

৬। চিহাবুদ্দিন তালিছৰ টোকাৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ

৭। ৰালফফিটছ কোন আছিল? তেওঁ কোচ ৰাজ্যৰ বিষয়ে কি লিখিছে উল্লেখ কৰা।

উত্তৰঃ

৮। ফুলগুৰিৰ ধেৱা কি? এই বিদ্রোহ কিয় হৈছিল আৰু ইয়াৰ পৰিণতি কি আছিল?

উত্তৰঃ

৯। ১৯ শ শতিকাৰ অসমত হােৱা কৃষক বিদ্ৰোহৰ কাৰণ কি?

উত্তৰঃ

১০। অসমত বংগ ভংগ আন্দোলনৰ প্ৰভাৱ কেনেদৰে পৰিছিল বর্ণনা কৰা।

উত্তৰঃ

১১। অসমত অসহযােগ আন্দোলনৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা।

উত্তৰঃ

১২। অসম বুৰঞ্জীৰ সমলসমূহৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ

১৩। ইংৰাজৰ অসম আগমনৰ কাৰণবােৰ লিখা।

উত্তৰঃ

১৪। কেপ্তেইন ৱেলছৰ অসম অভিযানৰ কাৰণ আৰু ফলাফল বর্ণনা কৰা।

উত্তৰঃ

১৫। ভাৰত ত্যাগ আন্দোলনৰ কাৰণবােৰ উল্লেখ কৰা। এই আন্দোলনত অসমবাসীয়ে কেনেদৰে অংশ লৈছিল?

উত্তৰঃ

১৬। ভাৰতীয় জাতীয় কংগ্ৰেছ কিয় প্রতিষ্ঠা কৰা হৈছিল? ইয়াত চৰমপন্থীসকলৰ আবিৰ্ভাৱৰ কাৰণ লিখা?

উত্তৰঃ

১৭। বংগভংগ আন্দোলনৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ

১৮। অসমত বংগ-ভংগ আন্দোলনৰ প্ৰভাৱ কেনেদৰে পৰিছিল চমুকৈ লিখা।

উত্তৰঃ

১৯। কি কি বিশেষ কাৰণত অসমত বংগ-ভংগ আন্দোলন হৈছিল আলােচনা কৰা।

উত্তৰঃ

২০। অসমত অসহযােগ আন্দোলনৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা।

উত্তৰঃ 

২১। বংগ ভংগ আন্দোলনৰ ফলাফল বর্ণোৱা।

উত্তৰঃ

২২। অসহযােগ আন্দোলনত অসমৰ চাহ শ্ৰমিকসকলৰ ভূমিকা নির্ণয় কৰা।

উত্তৰঃ

২৩। আইন অমান্য আন্দোলন মানে কি বুজা? এই আন্দোলন কিয় কৰা হৈছিল?

উত্তৰঃ

২৪। পৰাধীন অসমৰ প্ৰথম অসমীয়া প্রধানমন্ত্রী কোন আছিল? তেওঁৰ শাসনকালৰ এটি খটিয়ান দাঙি ধৰাঁ।

উত্তৰঃ

২৫। ভাৰত ত্যাগ আন্দোলনৰ কাৰণবােৰ উল্লেখ কৰা। এই আন্দোলনত অসমবাসীয়ে কেনেদৰে অংশগ্রহণ কৰিছিল?

উত্তৰঃ 

২৬। ১৯৪৬ চনৰ বৰদলৈ মন্ত্রীসভাৰ কাম-কাজ পর্যালােচনা কৰা।

উত্তৰঃ

২৭। অসমত হােৱা ভাৰত ত্যাগ আন্দোলনৰ ওপৰত এটি চমুটোকা লিখা।

উত্তৰঃ